• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয় ৰাজ্যসভালৈ মনোনীত

Nation NE by Nation NE
July 13, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয় ৰাজ্যসভালৈ মনোনীত

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেওবাৰে চাৰিজন বিশিষ্ট ব্যক্তিক ৰাজ্যসভালৈ মনোনীত কৰে। মনোনীত কৰা ব্যক্তিসকলৰ ভিতৰত আছে প্ৰাক্তন কূটনীতিবিদ হৰ্ষ শৃংলা, জ্যেষ্ঠ অধিবক্তা উজ্জ্বল নিকম, ইতিহাসবিদ মীনাক্ষী জৈন আৰু সমাজকৰ্মী সদানন্দন মাষ্টৰ।

এতিয়া জানো আহক ৰাজ্যসভালৈ মনোনীত হোৱা ব্যক্তি কেইগৰাকীৰ বিষয়ে কিছু কথা

হৰ্ষ শৃংলা

হৰ্ষ শৃংলা ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে আমেৰিকাত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক কূটনীতি আৰু কৌশলগত বিষয়ৰ বিশেষজ্ঞ হিচাপে গণ্য কৰা হয়।

উজ্জ্বল নিকম

উজ্জ্বল নিকমক দেশৰ সুপৰিচিত বিশেষ চৰকাৰী অধিবক্তাসকলৰ ভিতৰত গণ্য কৰা হয়। নিকমে বহু হাই-প্ৰফাইল আৰু সন্ত্ৰাসবাদ সম্পৰ্কীয় গোচৰত প্ৰভাৱশালী ভূমিকা পালন কৰিছে। ১৯৯১ চনত কল্যাণ বোমা বিস্ফোৰণৰ গোচৰত তেওঁ মূল অভিযুক্ত ৰবিন্দৰ সিঙক দোষী সাব্যস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ইয়াৰ পিছত ১৯৯৩ চনৰ মুম্বাই ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত ৰাজ্য চৰকাৰৰ হৈ বিশেষ চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰে, যিটো তেওঁৰ কেৰিয়াৰৰ এক ডাঙৰ টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হয়।

নিকমে ১৪ বছৰতকৈ অধিক সময় টাডা আদালতত কাৰ্যনিৰ্বাহ কৰি সন্ত্ৰাসবাদ সম্পৰ্কীয় গোচৰত বিচাৰৰ নেতৃত্ব দিছিল। তেওঁৰ আটাইতকৈ বিখ্যাত গোচৰটো আছিল ২০০৮ চনৰ ২৬/১১ মুম্বাই আক্ৰমণ, য’ত তেওঁ পাকিস্তানী সন্ত্ৰাসবাদী আজমল কাছাবৰ বিৰুদ্ধে চৰকাৰৰ হৈ কঠোৰভাৱে যুক্তি প্ৰদৰ্শন কৰিছিল।

ড০ মীনাক্ষী জৈন

মীনাক্ষী জৈন মধ্যযুগীয় আৰু ঔপনিৱেশিক ভাৰতৰ এগৰাকী প্ৰখ্যাত ইতিহাসবিদ। দিল্লী বিশ্ববিদ্যালয়ৰ গাৰ্গী মহাবিদ্যালয়ৰ ইতিহাসৰ প্ৰাক্তন সহযোগী অধ্যাপিকা, নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰালৰ প্ৰাক্তন ফেলো আৰু ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ গভৰ্নিং কাউন্সিলৰ প্ৰাক্তন সদস্য। বৰ্তমান ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ জ্যেষ্ঠ ফেলো। ২০২০ চনত ড০ মীনাক্ষী জৈনে তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰে।

সদানন্দন মাষ্টৰ

দশক দশক ধৰি শিক্ষা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত কাম কৰি আহিছে সদানন্দন মাষ্টৰে। বিশেষকৈ অভাৱগ্ৰস্ত শ্ৰেণী, অনুসূচিত জাতি আৰু জনজাতিসকলৰ মাজত তেওঁ শিক্ষা আৰু সামাজিক সচেতনতাক প্ৰসাৰিত কৰিছে।

Tags: Draupadi MurmuRajya Sabha

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025