• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, September 11, 2025
29 °c
Guwahati
27 ° Fri
28 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব মালদ্বীপৰ ৰাষ্ট্ৰপতি, সম্পৰ্কই লাভ কৰিব নতুন গতি

      Nation NE by Nation NE
      October 7, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব মালদ্বীপৰ ৰাষ্ট্ৰপতি, সম্পৰ্কই লাভ কৰিব নতুন গতি
      Share on FacebookShare on TwitterWhatsApp

      বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দেওবাৰে ভাৰতলৈ অহা মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক সাক্ষাৎ কৰে। লগতে তেওঁ ব্যক্ত কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুইজজুৰ আলোচনাই বন্ধুত্বপূৰ্ণ সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিব। মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজজুৱে জুন মাহত প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে, এইটো তেওঁৰ ভাৰতলৈ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ।

      বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে, এই সপ্তাহৰ আৰম্ভণিতে মুইজজুৰ ভাৰত ভ্ৰমণৰ কথা ঘোষণা কৰি কয় যে, ই দুয়োখন দেশৰ মাজত সহযোগিতা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কক অধিক শক্তিশালী প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

      বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে সাক্ষাৎ কৰে

      ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত জয়শংকৰে কয় যে, ভাৰত ভ্ৰমণৰ আৰম্ভণিতে মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজজুক সাক্ষাৎ কৰি তেওঁ আনন্দিত। ভাৰত-মালদ্বীপ সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত তেওঁৰ প্ৰতিশ্ৰুতিক ভাৰতে প্ৰশংসা কৰে। মই নিশ্চিত যে, সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা তেওঁৰ আলোচনাই আমাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক নতুন গতি প্ৰদান কৰিব।

      বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰেও পোষ্টৰ সৈতে তেওঁৰ বৈঠকৰ কিছুমান ফটো শ্বেয়াৰ কৰে। বিগত বৰ্ষত চীনৰ সৈতে সু-সম্পৰ্ক থকা মুইজজুৱে নৱেম্বৰত ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই ভাৰত আৰু মালদ্বীপৰ মাজৰ সম্পৰ্কত গুৰুতৰ উত্তেজনাৰ সন্মুখীন হয়।

      আন্তৰ্জাতিক বিষয়ত আলোচনা

      বৈদেশিক মন্ত্ৰালয়ৰ মতে, এই ভ্ৰমণকালত মুইজজুৱে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পাৰস্পৰিক স্বাৰ্থৰ দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত আলোচনা কৰিব। তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুকো লগ কৰাৰ সম্ভাৱনা আছে। দিল্লীৰ উপৰিও, মুইজজুৱে মুম্বাই আৰু বেংগালুৰু ভ্ৰমণ কৰিব য’ত তেওঁ উদ্যোগিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

      বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে নতুন দিল্লীত উপস্থিত হোৱাৰ পিছত মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজজু আৰু তেওঁৰ প্ৰতিনিধিদলক পালমৰ বায়ু সেনা কেন্দ্ৰত আদৰণি জনায়। ইফালে,  মালদ্বীপৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে এক বিবৃতিত কয় যে, জয়শংকৰে ভাৰত ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুইজজুক সৌজন্যমূলক সাক্ষাৎ কৰে।

      Tags: IndiaMaldivesNew momentum

      Related Posts

      ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ১০ জন মাওবাদীৰ মৃত্যু
      Top News

      September 11, 2025
      পঞ্জাৱৰ বান ক্ষতিগ্ৰস্ত লোকৰ বাবে আগবাঢ়ি আহিল অভিনেতা শ্বাহৰুখ খান

      বুলড’জাৰ চলিব এইগৰাকী প্ৰাক্তন মুছলমান ক্ৰিকেটাৰৰ গৃহত! ১৩ বছৰীয়া পুৰণি গোচৰত মুখথেকেচা…

      নেপালত ক্ৰমাগতভাৱে হ্ৰাস হিন্দুৰ জনসংখ্যা, মুছলমান জনসংখ্যা বৃদ্ধি, জানক সম্পূৰ্ণ পৰিসংখ্যা…

      মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ! পেৰিছৰ মছজিত উদ্ধাৰ গাহৰিৰ মূ*

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নেপাল কাৰাগাৰৰ পৰা পলায়ন ৪ ভাৰতীয় কয়দীৰ, পিলিভিটৰ পৰা নিজ গৃহ পালেহি ২জন

      September 11, 2025

      শীৰ্ষ সংবাদ

      ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত ১০ জন মাওবাদীৰ মৃত্যু

      পঞ্জাৱৰ বান ক্ষতিগ্ৰস্ত লোকৰ বাবে আগবাঢ়ি আহিল অভিনেতা শ্বাহৰুখ খান

      বুলড’জাৰ চলিব এইগৰাকী প্ৰাক্তন মুছলমান ক্ৰিকেটাৰৰ গৃহত! ১৩ বছৰীয়া পুৰণি গোচৰত মুখথেকেচা…

      নেপালত ক্ৰমাগতভাৱে হ্ৰাস হিন্দুৰ জনসংখ্যা, মুছলমান জনসংখ্যা বৃদ্ধি, জানক সম্পূৰ্ণ পৰিসংখ্যা…

      মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ! পেৰিছৰ মছজিত উদ্ধাৰ গাহৰিৰ মূ*

      নেপাল কাৰাগাৰৰ পৰা পলায়ন ৪ ভাৰতীয় কয়দীৰ, পিলিভিটৰ পৰা নিজ গৃহ পালেহি ২জন

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist