• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, February 14, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এক অধ্যায়ৰ পৰিসমাপ্তি! আজি পঞ্চভূতত বিলীন হ’ব দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী

Nation NE by Nation NE
December 28, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
এক অধ্যায়ৰ পৰিসমাপ্তি! আজি পঞ্চভূতত বিলীন হ’ব দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী
Share on FacebookShare on TwitterWhatsApp

আজি ৰাজ্যিক সন্মানেৰে প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ শেষকৃত্য কৰা হ’ব৷ নতুন দিল্লীৰ নিগমবোধ ঘাটত পুৱা ১১:৪৫ বজাত তেওঁক শেষ বিদায় জনোৱা হ’ব।

পুৱা প্ৰায় ৮ বজাত তেওঁৰ নিথৰ দেহ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ লৈ অনা হ’ব, য’ত তেওঁৰ শেষ আভাস পাব সৰ্বসাধাৰণে। তেওঁৰ অন্তিম বিদায়ৰ প্ৰস্তুতি ৯:৩০ বজাৰ পিছত আৰম্ভ হ’ব।

দিল্লী যান-বাহন আৰক্ষীৰ তথ্য অনুসৰি, পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ৰিং ৰোড (মহাত্মা গান্ধী মাৰ্গ), ​​নিছাদ ৰাজ মাৰ্গ, বলিভাৰ্ড ৰোড, এছ পি এম মাৰ্গ, লোথিয়ান ৰোড আৰু নেতাজী সুভাষ মাৰ্গত যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

আজি পুৱা ১১:৪৫ বজাত নতুন দিল্লীৰ নিগমবোধ ঘাটত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ অন্তিম অনুষ্ঠান সম্পন্ন কৰা হ’ব। ইয়াৰ পূৰ্বে দিল্লী যান-বাহন আৰক্ষীয়ে এক পৰামৰ্শ জাৰি কৰিছে। ৰিং ৰোড, নেতাজী সুভাষ মাৰ্গকে ধৰি এই পথসমূহত নিষেধাজ্ঞা আৰু ডাইভাৰচন থাকিব।

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙক অন্তিম বিদায় জনোৱাৰ বাবে বাসগৃহ (৩, মোটিলাল নেহৰু ৰোড, নতুন দিল্লী)ত যথেষ্ট সংখ্যক লোক উপস্থিত হৈছে৷

ড০ মনমোহন সিঙৰ শেষ বিদায়ৰ প্ৰস্তুতি পুৱা ৯.৩০ বজাৰ পিছত আৰম্ভ হ’ব। বৃহস্পতিবাৰে নিশা ৯৩ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দিল্লীৰ এইমছ হাস্পতালত জীৱনাৱসান ঘটিছিল।

উল্লেখ্য যে, ড০ মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী আছিল। তেখেতে দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁ দেশৰ অৰ্থনৈতিক স্থিতি আগুৱাই লৈ গৈছিল।

ড০ মনমোহন সিঙৰ সন্মানত দেশত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। আজি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত আধা দিনৰ বন্ধ থাকিব। কালি অৰ্থাৎ শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।

Tags: #CongressIndiaManmohan SinghPrime Minister

Related Posts

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী
Top News

February 14, 2026
বাংলাদেশৰ নিৰ্বাচনত জয়লাভ এইকেইগৰাকী মহিলা প্ৰাৰ্থীৰ, ৮৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ গৰাকীৰ জয়লাভ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 14, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 14, 2026
ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি  নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…

February 13, 2026

শীৰ্ষ সংবাদ

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীলৈ আজি অসমলৈ প্ৰধানমন্ত্ৰী মোদী

বাংলাদেশৰ নিৰ্বাচনত জয়লাভ এইকেইগৰাকী মহিলা প্ৰাৰ্থীৰ, ৮৪ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭ গৰাকীৰ জয়লাভ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025