• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গুজৰাটত প্ৰশিক্ষণৰত বিমান দুৰ্ঘটনাগ্ৰস্ত; এজন পাইলটৰ মৃত্যু

Nation NE by Nation NE
April 22, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গুজৰাটত প্ৰশিক্ষণৰত বিমান দুৰ্ঘটনাগ্ৰস্ত; এজন পাইলটৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

গুজৰাটৰ আমৰেলীত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন বিমান। এই বিমানখন আছিল এটা ব্যক্তিগত কোম্পানীৰ আৰু ইয়াক পাইলটৰ প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। দুৰ্ঘটনাগ্ৰস্ত এই বিমানখনত দুজন পাইলট আছিল আৰু ইয়াৰে এজনৰ মৃত্যু হয় আৰু আনজন গুৰুতৰভাৱে আহত হৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বিমানখনত থকা দুয়োজন পাইলটৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছিল। কিন্তু পিছত প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে এজন পাইলটৰ মৃত্যু হৈছে আৰু আনজন আহত হয়।

আমৰেলী অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ জ্যেষ্ঠ বিষয়াই সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ইফালে ঘটনাস্থলত উপস্থিত হোৱা এজন অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই জানিব দিয়া অনুসৰি, দুপৰীয়া প্ৰায় ১২.৫২ বজাত এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ খবৰ লাভ কৰিছিলো। লগে লগে সেই স্থানত অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হয়।

তেওঁ কয়, ‘জুই নিয়ন্ত্ৰণ কৰা হৈছে। বিমানখনৰ ভিতৰত পাইলটত দেখা পোৱা গৈছিল। পাইলট দুজনক হাস্পতাললৈ লৈ যোৱা হৈছিল, কিন্তু এজনৰ মৃত্যু হয়।’

Tags: AmreliGujratPilotPlane CrashPrivate Plane

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025