• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফেনকোডৰ সিদ্ধান্ত, ভাৰতীয় লাইভ ষ্ট্ৰীমিং প্লেটফৰ্মত বন্ধ হ’ব PSL…

Nation NE by Nation NE
April 25, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ফেনকোডৰ সিদ্ধান্ত, ভাৰতীয় লাইভ ষ্ট্ৰীমিং প্লেটফৰ্মত বন্ধ হ’ব PSL…
Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত এই কৰুণ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত চৰকাৰে ততাতৈয়াকৈ পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ইয়াৰ অধীনত সিন্ধু জল সন্ধি বাতিল কৰি সীমান্ত বন্ধ কৰাৰ লগতে পাকিস্তানী নাগৰিকক ভাৰত এৰি যাবলৈ আদেশ দিয়া হৈছে।

ইয়াৰ বাহিৰেও পাকিস্তান ছুপাৰ লীগ (পিএছএল) ২০২৫ৰ মেচসমূহ আৰু ভাৰতত লাইভ চাব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মঙলবাৰে দক্ষিণ কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা এই বেদনাদায়ক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতীয় লাইভ ষ্ট্ৰীমিং প্লেটফৰ্ম ফেনকোডে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখ্য যে, ফেনকোডৰ ষ্ট্ৰীমিঙৰ বাবে PSL য়ে বহুত টকা উপাৰ্জন কৰিছিল, যি সম্প্ৰতি বন্ধ কৰা হৈছে।

ভাৰতত পি এছ এল মেচ প্ৰদৰ্শন কৰা একমাত্ৰ অফিচিয়েল ডিজিটেল প্লেটফৰ্ম হয় ফেনকোড। ইয়াৰ দ্বাৰা পাকিস্তানৰ এই মেজৰ টি-২০ লীগৰ প্ৰথম ১৩খন মেচ লাইভ ষ্ট্ৰীম কৰা হৈছিল। কিন্তু এই আক্ৰমণৰ পিছত ফেনকোডে পিএছএলৰ বাকী সকলো মেচ ষ্ট্ৰীমিং বন্ধ কৰি দিছে। ইয়াৰ লগতে ইয়াৰ ৱেবছাইট আৰু এপৰ পৰাও PSLৰ সৈতে জড়িত সকলো তথ্য আৰু পুৰণি মেচৰ ক্লিপ আঁতৰোৱা হৈছে।

এই পদক্ষেপে পাকিস্তান ক্ৰিকেট ব’ৰ্ডত আটাইতকৈ বেছি প্ৰভাৱ পেলাব কাৰণ এতিয়া ইয়াৰ দৰ্শকৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাব পাৰে।

মঙলবাৰে পেহেলগামৰ বৈছাৰণ ঘাঁহনি পথাৰত সন্ত্ৰাসবাদীয়ে সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনা কৰে। ইয়াৰ ফলত ২৬ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু লোক আহত হয়। এই আক্ৰমণক ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত কাশ্মীৰ উপত্যকাত হোৱা আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰা হৈছে। নিষিদ্ধ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (LeT)ৰ সৈতে জড়িত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ৰেজিষ্টেন্স ফ্ৰণ্টে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়া হৈছে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডেও এই আক্ৰমণৰ বিৰুদ্ধে কঠোৰ বক্তব্য প্ৰদান কৰে। বি চি চি আইৰ সম্পাদক দেৱজিৎ শইকীয়াই ইয়াক এই “ঘৃণনীয় আৰু কাপুৰুষাত্মক” আক্ৰমণ বুলি অভিহিত কৰি এই ঘটনাক লৈ শোক প্ৰকাশ কৰে।

২৪ এপ্ৰিলত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ৰ খেলখনত মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ খেলুৱৈ আৰু মেচ বিষয়াসকলে ক’লা বেণ্ড পৰিধান কৰি এক মিনিটৰ মৌনতা অৱলম্বন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related Posts

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026

শীৰ্ষ সংবাদ

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025