• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুনৰ একেখন মঞ্চত ৰাজ থাকৰে আৰু উদ্ধৱ থাকৰে; সলনি হ’ব নেকি ৰাজনৈতিক সমীকৰণ?

Nation NE by Nation NE
June 27, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
পুনৰ একেখন মঞ্চত ৰাজ থাকৰে আৰু উদ্ধৱ থাকৰে; সলনি হ’ব নেকি ৰাজনৈতিক সমীকৰণ?
Share on FacebookShare on TwitterWhatsApp

মহাৰাষ্ট্ৰ চৰকাৰৰ এটা সিদ্ধান্তৰ পিছতেই ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে। কিয়নো দীঘলীয়া সময়ৰ অন্তৰালত একেখন মঞ্চতে দেখিবলৈ পাব ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ প্ৰধান ৰাজ থাকৰেক। ইয়াৰ আঁৰতে হৈছে মাৰাঠী পৰিচয়।

উল্লেখ্য যে, মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত হিন্দী ভাষাক জোৰ জবৰদস্তি জাঁপি দিয়াৰ অভিযোগ উত্থাপন কৰিছে থাকৰে ভাতৃদ্বয়ে।

অলপতে দেবেন্দ্ৰ ফড়নবীশ চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছিল যে মাৰাঠী আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে তৃতীয় ভাষা হিচাপে হিন্দী ভাষা পঢ়োৱাৰ কথা উল্লেখ কৰিছিল।

চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে বিৰোধী দলসমূহৰ মাজত তীব্ৰ ক্ষোভ-অসন্তুষ্টি দেখা দিয়া পৰিলক্ষিত হৈছে।

নতুন শিক্ষা নীতি অনুসৰি মহাৰাষ্ট্ৰৰ চৰকাৰী বিদ্যালয়ত হিন্দী ভাষাক তৃতীয় ভাষা হিচাপে ৰাখিছে মহাৰাষ্ট্ৰ চৰকাৰে। চৰকাৰে এই বিকল্পও দিছে যে এটা শ্ৰেণীৰ ২০ গৰাকী শিক্ষাৰ্থীয়ে যদি হিন্দীৰ সলনি আন যিকোনো ভাষা পঢ়িব বিচাৰে, তেতিয়া তেওঁলোকক সেই ভাষা শিকোৱা হ’ব। মহাৰাষ্ট্ৰৰ বিৰোধী দলসমূহে এই সিদ্ধান্তক মাৰাঠী ভাষা নিৰ্মূলৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।

ইয়াৰ প্ৰতিবাদত ৰাজ থাকৰে আৰু শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে এতিয়া একেলগে ৰেলী উলিয়াব। ইয়াৰ পূৰ্বে উদ্ধৱ থাকৰেই ৬ জুলাইত আৰু ৭ জুলাইত ৰাজ থাকৰেই ৰেলী উলিওৱাৰ সিদ্ধান্ত লৈছিল যদিও ৰাজ থাকৰেই ফোন কৰি পৃথকে পৃথকে ৰেলী উলিয়াবলৈ আপত্তি দৰ্শায়।

এই ফোন কলৰ পিছতেই ৫ জুলাইত দুয়ো পক্ষই একেলগে ৰেলী উলিওৱাৰ বাবে ঐক্যমতত উপনীত হয়। এতিয়া ৫ জুলাইত দুয়োজন ভাতৃয়ে একেলগে ৰেলী উলিয়াব।

উল্লেখ্য যে, উদ্ধৱ থাকৰেৰ ওপৰত ক্ষুন্ন হৈ ৰাজ থাকৰেই ২০০৫ চনৰ ২৭ নৱেম্বৰত শিৱসেনাৰ পৰা পদত্যাগ কৰি ২০০৬ চনৰ ৯ মাৰ্চত মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনা গঠন কৰিছিল।

Tags: MaharashtraRaj ThackerayUddhav Thackeray

Related Posts

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ
Top News

March 12, 2026
যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026

শীৰ্ষ সংবাদ

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানে এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025