• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

Nation NE by Nation NE
July 25, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি
Share on FacebookShare on TwitterWhatsApp

২৫ জুলাইৰ পুৱা ৰাজস্থানৰ ঝলাৱাৰ জিলাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। য’ত মনোহৰ্থনা ব্লকৰ পিপলোডী গাঁৱত অৱস্থিত চৰকাৰী উচ্চ প্ৰাথমিক বিদ্যালয়ৰ চাল ভাঙি যায়, তাৰ পিছত বিদ্যালয়খনৰ দেৱালো ভাঙি পৰে।

এই মৰ্মান্তিক দুৰ্ঘটনাত ৪টা শিশুৰ মৃত্যু হোৱাৰ লগতে  আন বহু শিশু ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।

এই সমগ্ৰ ঘটনাৰ পিছতে অঞ্চলটোত বিশৃংখলতাৰ সৃষ্টি হোৱাৰ লগতে উদ্ধাৰৰ বৰ্তমানেও কাম চলি আছে। শিক্ষামন্ত্ৰী মদন দিলাৱাৰে এই দুৰ্ঘটনাত ৩টা শিশুৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। তেওঁ ফোনযোগে উদ্ধাৰকাৰীৰ সৈতে কথা পাতি সাহায্য আৰু উদ্ধাৰৰ কাম ক্ষিপ্ৰতাৰে কৰাৰ লগতে আহত শিশুসকলৰ চিকিৎসাৰ উপযুক্ত ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

বৰ্তমান জেচিবি মেচিনৰ সহায়ত এই ধ্বংসাৱশেষ আঁতৰোৱা হৈছে। লগতে আহত শিশুকেইটাক মনোহৰ্থনাৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। তাত উপস্থিত স্থানীয় গাঁওবাসীয়েও উদ্ধাৰ কামত প্ৰশাসনক সহায় কৰিছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিদ্যালয়খনত কেইবাজনো ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল। স্থানীয় ৰাইজে জনোৱা মতে, হঠাতে চালখন ভাঙি পৰাত ৬০ৰো অধিক শিশু ভিতৰত আৱদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাৰ পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

আচলতে প্ৰাথমিক তথ্য অনুসৰি, বিদ্যালয় ভৱনৰ চালখন জৰাজীৰ্ণ অৱস্থাত আছিল, যাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। একে সময়তে ধাৰাসাৰ বৰষুণৰ ফলত দেৱালত আৰ্দ্ৰতাৰ বাবে দুৰ্বলতাও ইয়াৰ অন্যতম কাৰণ বুলি উল্লেখ কৰে স্থানীয় ৰাইজে।

Tags: ChildRajasthanschool collapse

Related Posts

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026
মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

February 3, 2026
ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025