• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, February 3, 2026
21 °c
Guwahati
21 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক’ত গ’ল ৰমেন বৰুৱা? উদ্ধাৰ হোৱা জোতাৰ খোজে কিহৰ ইংগিত দিয়ে! সকলো ৰহস্যৰ আৱৰ্তত…

Nation NE by Nation NE
July 23, 2024
in Top News, অসম
0 0
ক’ত গ’ল ৰমেন বৰুৱা? উদ্ধাৰ হোৱা জোতাৰ খোজে কিহৰ ইংগিত দিয়ে! সকলো ৰহস্যৰ আৱৰ্তত…
Share on FacebookShare on TwitterWhatsApp

সোমবাৰৰ পৰাই নিৰুদিষ্ট হৈ আছে ৰাজ্যৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা। বৰ্তমানলৈ কোনো ধৰণৰ সন্ধান লাভ কৰা নাই ৰমেন বৰুৱাৰ। ইফালে, পৰিয়ালৰ লোকে ৰমেন বৰুৱাক বিচাৰি কৰিছে চলাথ। উদ্ধাৰকাৰী দলে বিশিষ্ট সংগীত পৰিচালকগৰাকীক বিচাৰি চলাথ কৰিছে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ।

আৰক্ষীয়ে জনোৱা অনুসৰি, সোমবাৰে পুৱা ১০ বজাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত শেষবাৰৰ বাবে দেখা গৈছিল ৰমেন বৰুৱাক। চিচি টিভিৰ ফুটেজত দেখা পোৱা গৈছিল ৰমেন বৰুৱাক।

ইফালে, মোবাইলৰ শেষ লোকেচন দেখা পোৱা গৈছিল উচ্চ ন্যায়ালয়ৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত। আৰক্ষীয়ে সেই তথ্যৰ ভিত্তিতে অভিযান আৰম্ভ কৰিছে।

আনহাতে, SDRF-NDRF বাহিনীয়ে মহাবাহুৰ বুকুতো আৰম্ভ কৰিছে অভিযান।

জানিব পৰা মতে, সোমবাৰে নিশা আৰক্ষীয়ে ৰমেন বৰুৱাৰ জোতাৰ খোজ পাইছিল ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত। যাৰবাবে সকলোৱে ৰমেন বৰুৱা মহাবাহুৰ বুকুত নিখোজ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইফালে, বিশিষ্ট সংগীত পৰিচালকগৰাকীক বিচাৰি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গেও নিজা প্ৰচেষ্টাত অব্যাহত ৰাখিছে। মহানগৰীৰ কেইবাটাও স্থানত অভিযান চলাই শিল্পী জুবিন গাৰ্গে। লাচিত ঘাট, কামাখ্যা মন্দিৰ, শুক্লেশ্বৰ, ভূতনাথ, উজান বজাৰত অভিযান চলাই জুবিন গাৰ্গে।

উল্লেখ্য যে, ৰমেন বৰুৱাৰ অৱদান অসমীয়া সংগীত জগতৰ বাবে উজ্বল নক্ষত্ৰৰ দৰে। অসমীয়া চলচ্চিত্ৰৰ এগৰাকী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী হিচাপে ৰমেন বৰুৱাৰ নাম অনবৈদ্য। ১৯ বছৰ বয়সত তেখেতে জেষ্ঠ্য ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়াভাবে ১৯৫৯ত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ছবি ‘আমাৰ ঘৰ’ বোলছবিখনত সংগীত পৰিচালনা কৰে। ইয়াৰ পিছতে ১৯৬৯ চনত ৰমেন বৰুৱাই নিজৰ প্ৰচেষ্টাত ‘ডক্তৰ বেজবৰুৱা’ নামৰ ছবিখনত সংগীত পৰিচালনা কৰে।

Tags: #AssamAssameseflimGuwahatiRamen Baruah

Related Posts

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে  কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?
Top News

February 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি
Top News

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

February 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

February 3, 2026
ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

February 2, 2026

শীৰ্ষ সংবাদ

ভাৰতৰ সন্মুখত হাৰ মানিলে আমেৰিকাই! শুল্কহ্ৰাসৰ বাবে কি কি সামগ্ৰীৰ মূল্য হ্ৰাস হ’ব ?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কৰ্তব্যৰত আৰক্ষীক দাঁতেৰে কামুৰিলে মহিলাই, চৰকাৰী কাম-কাজত বাধাৰ সৃষ্টি

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025