• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, September 9, 2025
30 °c
Guwahati
28 ° Thu
26 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম দিন, বছৰজোৰা কাৰ্যসূচীৰে জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু ৰাজ্যবাসী

    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    ২২ ছেপ্তেম্বৰত ৫ খনকৈ জিলাত চৰকাৰী বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

    চাকৰিৰ নামত এতিয়াও প্ৰবঞ্চনাৰে একাংশই লুটিছে ধন! ৰঙিয়া আৰক্ষী থানাত এগৰাকী অসহায় যুৱতী!

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      Nation NE by Nation NE
      July 24, 2025
      in Top News, ক্ৰীড়া
      0 0
      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ
      Share on FacebookShare on TwitterWhatsApp

      মানচেষ্টাৰত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা চতুৰ্থখন টেষ্ট মেচত ভাৰতীয় উইকেটকীপাৰ ঋষভ পন্তে এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়। চতুৰ্থখন টেষ্টৰ প্ৰথম দিনা সোঁ-ভৰিৰ আঙুলিত আঘাত পোৱাৰ বাবে ৰিটায়াৰ্ড হাৰ্ট হৈ খেলপথাৰ ত্যাগ কৰিছিল।

      আঘাত গুৰুতৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰিকেট অনুৰাগীসকলে মানি ল’বলৈ বাধ্য হৈছিল তেওঁ আৰু বেটিং কৰিবলৈ খেলপথাৰত নামিব নোৱাৰিব। মেচৰ দ্বিতীয় দিনা চাৰ্দুল ঠাকুৰ আউট হোৱাৰ পিছতেই হাতত বেট লৈ পুনৰ খেলপথাৰত প্ৰৱেশ কৰে ঋষভ পন্তে।

      এই সময়তে তেওঁ ভংগ কৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নামত থকা এক বিশেষ অভিলেখ। এটা শৃংখলাত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা ভাৰতীয় উইকেটকীপাৰ বেটাৰত পৰিণত হয় পন্ত।

      আঘাতৰ সৈতেই বেট ধৰিবলৈ অহা মানচেষ্টাৰ টেষ্টৰ প্রথম ইনিংছত ঋষভ পন্তে ৭৫ বলত ৫৪ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলে। ইংলেণ্ডৰ বিৰুদ্ধে এই শৃংখলাটোত পন্তৰ আছিল পঞ্চমটো অৰ্ধশতকীয় ইনিংছ। ইয়াৰ লগে লগে পন্তে এটা শৃংখলাত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা উইকেটকীপাৰ বেটছমেন হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে এই অভিলেখ ভাৰতৰ কিংবদন্তি খেলুৱৈ ফাৰুক ইঞ্জিনিয়াৰ আৰু প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নামত আছিল।

      ভাৰতৰ প্ৰাক্তন কিংবদন্তি খেলুৱৈ ফাৰুক ইঞ্জিনিয়াৰে ১৯৭২-৭৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত চাৰিটা অৰ্ধশতকীয় ইনিংছ খেলিছিল।

      ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা ক্ৰিকেটাৰ এম এছ ধোনীয়ে দুবাৰকৈ এই কৃতিত্ব অৰ্জন কৰিছে। ২০০৮-০৯ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমে চাৰিটা অৰ্ধশতক অৰ্জন কৰিছিল ধোনীয়ে। আনহাতে ২০১৪ চনত ইংলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাত দ্বিতীয়বাৰৰ বাবে চাৰিটা অৰ্ধশতক সংগ্ৰহ কৰিছিল।

      এতিয়া ভাৰতীয় টেষ্ট দলৰ উপ-অধিনায়ক ঋষভ পন্তে চতুর্থ টেষ্টৰ প্রথম ইনিংছলৈকে এই শৃংখলাত পাঁচটা অৰ্ধশতক অর্জন কৰিছে৷

      Tags: Historic RecordMS DhoniRishabh Pant

      Related Posts

      GEN Z ৰ প্ৰতিবাদৰ সন্মুখত কিয় শিৰ নত কৰিলে প্ৰধানমন্ত্ৰী অলিয়ে? তথ্য আৰু যোগাযোগ প্ৰযুক্তি মন্ত্ৰীৰ ডাঙৰ বক্তব্য…
      Top News

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      September 9, 2025
      ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ
      Top News

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      September 9, 2025
      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা
      Top News

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      September 9, 2025
      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      শীৰ্ষ সংবাদ

      নিশা ১০ বজাৰ পৰা অশান্ত জৰ্জৰ নেপালৰ নিৰাপত্তাৰ দায়িত্বত সেনা

      বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

      ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ

      লাডাখত ভয়ংকৰ হিমস্খলন; তিনিজন সেনা জোৱানৰ মৃত্যু

      আজিৰ পৰা এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতা

      ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি, ৰাজপথত টকাৰ বৰষুণ

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist