• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, February 21, 2026
23 °c
Guwahati
23 ° Mon
24 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিনেমাৰ কায়দাৰে দিন-দুপৰতে ৫ জনীয়া ডকাইতৰ দলৰ ভয়ংকৰ কাণ্ড

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    এক সুন্দৰ সপোনৰ পৰিসমাপ্তি! বিবাহৰ পূৰ্বে বজাৰলৈ অহা প্ৰেমিক-প্ৰেমিকাৰ মুহূৰ্ততে শেষ হৈ যায় সকলো…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চিনেমাৰ কায়দাৰে দিন-দুপৰতে ৫ জনীয়া ডকাইতৰ দলৰ ভয়ংকৰ কাণ্ড

Nation NE by Nation NE
February 21, 2026
in Top News, অসম
0 0
চিনেমাৰ কায়দাৰে দিন-দুপৰতে ৫ জনীয়া ডকাইতৰ দলৰ ভয়ংকৰ কাণ্ড
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ ২০ ফেব্ৰুৱাৰীত বৰপেটাৰোডৰ মাজমজিয়াত থকা ‘সেনকো গোল্ড এণ্ড ডায়মণ্ডছ’ “ শ্ব’ৰুমত দিন-দুপৰতে ৫ জনীয়া সশস্ত্ৰ ডকাইতৰ দলে এক ভয়ংকৰ ডকাইতি কাণ্ড স’ঘটিত কৰে ৷

ৰাজ্য কঁপাই যোৱা এই ডকাইতি কাণ্ডৰ সৈতে জড়িত ৪ জনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ৷ ১২ কোটি টকা মূল্যৰ গহনা লুটি নিছিল এই ডকাইতৰ দলটোৱে ৷ ডকাইতৰ সন্ধানত নিশা বৰপেটাৰোড আৰু বৰপেটা জিলা আৰক্ষীৰ যৌথ অভিযান চলায় ৷

এই ডকাইতৰ দলটোৱে জুৱেলাৰী ষ্টোৰখনৰ পৰা প্ৰায় ১২ কোটি টকা মূল্যৰ সোণ-হীৰাৰ অলংকাৰ আৰু নগদ ধন লুটি নিয়ে। বৰপেটাৰোড আৰু বৰপেটা জিলা আৰক্ষীৰ যৌথ অভিযানত এই অপৰাধীৰ দলটোক আটক কৰা হৈছে। প্ৰথমে গ্ৰাহকৰ ৰূপত আহি পিষ্টল দেখুৱাই কৰ্মচাৰীসকলক প্ৰাণৰ ভাবুকি দিয়ে এই দলটোৱে। পিছলৈ হাত-ভৰি বান্ধি চিনেমাৰ কায়দাৰে লুটপাত চলায়। প্ৰায় ১২ কোটি টকাৰ অলংকাৰ আৰু নগদ ধনো লুটি নিয়ে। ঘটনা সংঘটিত কৰি ডকাইতৰ দলটোৱে পলায়ন কৰে।

পিছত আৰক্ষীয়ে তদন্ত চলাই ৪ জনক আটক কৰিবলৈ সক্ষম হয়। ইফালে, ঘটনাৰ পাছতেই সমগ্ৰ বৰপেটা জিলাত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷ বাকী থকা ডকাইতৰ সন্ধানত অভিযান অব্যাহত ৰাখে আৰক্ষীয়ে।

Tags: Assam PoliceBarpetaRobbery

Related Posts

গুৰুত্বপূৰ্ণ বৈঠকৰ সময়তে টোপনি আহিল ট্ৰাম্পৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি
Top News

গুৰুত্বপূৰ্ণ বৈঠকৰ সময়তে টোপনি আহিল ট্ৰাম্পৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি

February 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 21, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 21, 2026
বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’
Top News

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পিছতে ভাৰতৰ ডাঙৰ সিদ্ধান্ত; আৰম্ভ কৰিব এই কাম

February 20, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ
Top News

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ পৰিকল্পনা! প্ৰথমে বিমান আক্ৰমণ, তাৰপিছতো ইৰাণ ক্ষান্ত নহ’লে গ্ৰহণ কৰা হ’ব এই ব্যৱস্থা…

February 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 20, 2026

শীৰ্ষ সংবাদ

গুৰুত্বপূৰ্ণ বৈঠকৰ সময়তে টোপনি আহিল ট্ৰাম্পৰ! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিতৰ্কৰ সৃষ্টি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

চিনেমাৰ কায়দাৰে দিন-দুপৰতে ৫ জনীয়া ডকাইতৰ দলৰ ভয়ংকৰ কাণ্ড

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ পিছতে ভাৰতৰ ডাঙৰ সিদ্ধান্ত; আৰম্ভ কৰিব এই কাম

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ পৰিকল্পনা! প্ৰথমে বিমান আক্ৰমণ, তাৰপিছতো ইৰাণ ক্ষান্ত নহ’লে গ্ৰহণ কৰা হ’ব এই ব্যৱস্থা…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025