• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ; ধ্বংস আমেৰিকান F-16 ফাইটাৰ জেট

Nation NE by Nation NE
June 29, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ; ধ্বংস আমেৰিকান F-16 ফাইটাৰ জেট

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিগত তিনি বছৰ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই পুনৰ লৈছে ভয়ংকৰ ৰূপ। দেওবাৰে পুটিনৰ সৈন্য বাহিনীয়ে ইউক্ৰেইনত চলাই ভয়ংকৰ আক্ৰমণ। ৰাছিয়াৰ সেনা বাহিনীৰ আক্ৰমণত ইউক্ৰেইনৰ এখন F-16 ফাইটাৰ জেট সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে এজন পাইলটৰো মৃত্যু হয়।

জানিব পৰা অনুসৰি, শনিবাৰে পুৱতি নিশা ৰাছিয়াই ৫০০ৰো অধিক ড্ৰোণ আৰু মিছাইলেৰে ইউক্ৰেইনত আক্ৰমণ চলায়। এই আক্ৰমণৰ ফলত পশ্চিম, দক্ষিণ আৰু মধ্য ইউক্ৰেইনৰ কেইবাটাও অঞ্চল একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হয়।

এই আক্ৰমণক যুদ্ধৰ আৰম্ভণিৰ পৰা ৰাছিয়াৰ আটাইতকৈ শক্তিশালী বোমা বিস্ফোৰণ অভিযান হিচাপে গণ্য কৰা হৈছে।

ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, তেওঁলোকে ৪৭৭টা ড্ৰ’ণ আৰু ৬০টা ক্ষেপণাস্ত্ৰৰ মুখামুখি হৈছিল। ইয়াৰে ২৪৯ খন ড্ৰ’ণ ভূপতিত কৰা হয় আৰু ২২৬ খন ইলেক্ট্ৰনিক জামিঙৰ জৰিয়তে নিষ্ক্ৰিয় কৰা হয়।

ইয়াৰ উপৰি ইউক্ৰেইনৰ বায়ু সেনাই নিশ্চিত কৰে যে ৰাছিয়াৰ আক্ৰমণ প্ৰতিহত কৰাৰ প্ৰচেষ্টাত এখন F-16 সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় আৰু এজন পাইলটৰ মৃত্যু হয়।

Tags: F-16RussiaRussia-Ukraine WarUkraine

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025