• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, January 28, 2026
20 °c
Guwahati
20 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ৭ জন লোকৰ মৃত্যু, কেইবাজনো আহত

Nation NE by Nation NE
June 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ৭ জন লোকৰ মৃত্যু, কেইবাজনো আহত
Share on FacebookShare on TwitterWhatsApp

ৰাছিয়াৰ ব্ৰায়ানস্ক অঞ্চলত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। ইউক্ৰেইন সীমান্তৰ পৰা কিছু নিলগত হঠাতে এখন দলং ভাঙি যোৱাৰ বাবে ৰে’ল দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাটোত কমেও সাতগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ গৰাকীৰো অধিক লোক আহত হয়।

ৰাছিয়াৰ ৰে’ল বিভাগে এই দুৰ্ঘটনাটোক ষড়যন্ত্ৰ আখ্যা দিয়ে। মৃত লোকলৰ ভিতৰত আছে লোকোমটিভ ড্ৰাইভাৰ। ইফালে আঘাতপ্ৰাপ্ত লোকসকলৰ ভিতৰৰ এজনৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটোৰ পিছতেই ঘটনাস্থলত ১৮০ গৰাকীৰো অধিক লোকৰ এটা উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।

ৰাছিয়াৰ এটা টেলিগ্ৰাম চেনেল ‘বাজা’ই দাবী কৰা অনুসৰি এই দলংখন কোনো অজ্ঞাত দুষ্কৃতিকাৰীয়ে বোমাৰে উৰুৱাই দিছে। অৱশ্যে আন কোনো সংবাদ মাধ্যম বা ৰাছিয়া আৰু ইউক্ৰেইনৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাই।

উল্লেখ্য যে, ইউক্ৰেইনৰ সীমান্তৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত থকা ভাইগনিচস্কি জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। ক্লিমোভ’ৰ পৰা মস্কো অভিমুখে গৈ আছিল ৰে’লখন। ইয়াৰ পূৰ্বে ব্ৰায়ানস্ক, কুৰ্স্ক আৰু বেলগ’ৰড আদি অঞ্চলত ইউক্ৰেইনে আক্ৰমণ সংঘটিত কৰি আহিছিল।

Tags: Russiatrain Accident

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

January 28, 2026
মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026

শীৰ্ষ সংবাদ

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025