• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, January 29, 2026
20 °c
Guwahati
20 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তুৰ্কিত পুটিনৰ সৈতে আলোচনাৰ পূৰ্বে ইউক্ৰেইনৰ কাণ্ড, যুদ্ধবিৰতিত ১২৪০ জন ৰাছিয়ান সৈনিকৰ প্ৰাণহানি

Nation NE by Nation NE
May 14, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
প্ৰথমবাৰলৈ জেলেনস্কি-পুটিনৰ মুখামুখি সাক্ষাৎ, যুদ্ধৰ অন্ত পৰাৰ সম্ভাৱনা!
Share on FacebookShare on TwitterWhatsApp

৩ বছৰ ধৰি চলি থকা ৰাছিয়া আৰু ইউক্ৰেইনৰ এতিয়া যুদ্ধবিৰতি ঘটাৰ সম্ভাৱনা আহিছে । ইয়াৰ বাবে তুৰস্কৰ ইস্তানবুলত ভ্লাদিমিৰ পুটিন আৰু ভল’ডিমিৰ জেলেনস্কিৰ মাজত এখন বৈঠকৰ প্ৰস্তাৱ দিয়া হৈছে। এই কথা-বতৰাৰ ২৪ ঘন্টা পূৰ্বে দুয়োখন দেশে ইখনে আনখনৰ বিৰুদ্ধে ডাঙৰ ফ্ৰণ্ট মুকলি কৰিছে।

এফালে ৰাছিয়াই ইউক্ৰেইনৰ আৰ্টিলাৰী ইউনিট ধ্বংস কৰিছে। একে সময়তে ইউক্ৰেইনেও ৰাছিয়াত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইউক্ৰেইনৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভ্লাদিমিৰ পুটিনৰ ১২০০ৰো অধিক জোৱানক হত্যা কৰা হৈছে।

তথ্য অনুসৰি, ইউক্ৰেইনত প্ৰতি ঘণ্টাত প্ৰায় ৫২ জন ৰাছিয়ান সৈনিকক হত্যা কৰা হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে, বিগত ২৪ ঘন্টাত ৰাছিয়াই ১২৪০ জন জোৱান হেৰুৱাইছে। ইউক্ৰেইনে এই সৈনিকসকলক আক্ৰমণ কৰি ধ্বংস কৰিছে। জোৱানসকলৰ লগতে ৰাছিয়াই ২ টা টেংক আৰু ৪৭ টা আৰ্টিলাৰী ব্যৱস্থাও হেৰুৱাইছে।

এই যুদ্ধত এতিয়ালৈকে ৰাছিয়াই ৯ লাখ ৭০ হাজাৰ জোৱান হেৰুৱাইছে। কিন্তু ৰাছিয়া চৰকাৰে এই সন্দৰ্ভত কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা নাই।

ইয়াত ৰাছিয়াইও ইউক্ৰেইনত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। খবৰ অনুসৰি ইউক্ৰেইনৰ ছুমিত থকা ইউক্ৰেইনৰ আৰ্টিলাৰী ইউনিটটো ৰাছিয়াৰ সেনাই ধ্বংস কৰিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়েও ইয়াৰ এক ভিডিঅ’ প্ৰকাশ কৰিছে।

প্ৰথমবাৰৰ বাবে এতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ দুয়োখন দেশৰ ৰাষ্ট্ৰপতিৰ মাজত মুখামুখি আলোচনাৰ প্ৰস্তাৱ দিয়া হৈছে। আলোচনাৰ প্ৰস্তাৱ প্ৰথমে পুটিনে আগবঢ়াইছিল আৰু জেলেনস্কিয়েও এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

উল্লেখ্য যে তেওঁলোকৰ আলোচনাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পো উপস্থিত থাকিব পাৰে। অৱশ্যে কেতিয়া আলোচনা হ’ব সেই সন্দৰ্ভত একো সিদ্ধান্ত লোৱা হোৱা নাই।

Tags: RussiaUkraineWar

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

January 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 29, 2026
সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

January 28, 2026
মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025