• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 19, 2026
23 °c
Guwahati
23 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সমীৰ ৰিজৱীৰ বেটিং বিক্ৰম; দুৰ্দান্ত দ্বিশতক অৰ্জনেৰে ৰচিলে অভিলেখ

Nation NE by Nation NE
December 22, 2024
in Top News, ক্ৰীড়া
0 0
সমীৰ ৰিজৱীৰ বেটিং বিক্ৰম; দুৰ্দান্ত দ্বিশতক অৰ্জনেৰে ৰচিলে অভিলেখ
Share on FacebookShare on TwitterWhatsApp

আগন্তুক আই পি এলৰ পূৰ্বে সমীৰ ৰিজৱীয়ে নিজৰ বেটিং বিক্ৰমৰ বাবে বাতৰিৰ শিৰোণান দখল কৰিছে। আই পি এলৰ বিগত ছিজনত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা সমীৰ ৰিজৱীয়ে ২৩ বছৰ অনুৰ্ধ্ব ষ্টেট এ ট্ৰফীত ত্ৰিপুৰাৰ বিৰুদ্ধে খেলা মেচখনত দ্বিশতক অৰ্জন কৰি এই কৃতিত্ব প্ৰদৰ্শন কৰে।

প্ৰতিযোগিতাখনত উত্তৰ প্ৰদেশৰ অধিনায়কত্ব কৰি থকা সমীৰে ২০টা ছয় আৰু ১৩টা চাৰিৰ সহায়ত ৯৭টা বলত ২০১ ৰানৰ অপৰাজিত ইনিংছ খেলে। চাৰি নম্বৰত বেটিং কৰি তেওঁ এই কৃতিত্ব কৰিছিল।

সমীৰৰ এই প্ৰদৰ্শন দিল্লী কেপিটেলছৰ বাবে এক ডাঙৰ সকাহ। আই পি এল ২০২৫ৰ বাবে সমীৰক ৯৫ লাখ টকাত ক্ৰয় কৰিছিল দিল্লীয়ে। ইয়াৰ পূৰ্বে যোৱা ছিজনত অৰ্থাৎ ২০২৪ চনৰ আই পি এলত চেন্নাই ছুপাৰ কিংছে সমীৰক ৮.৪ কোটি টকাত ক্ৰয় কৰিছিল।

সৰ্বাধিক দ্ৰুততম দ্বিশতক অৰ্জনৰ অভিলেখ

সমীৰ ৰিজৱীৰ এই দ্বিশতক ২৩ বছৰ অনুৰ্ধ্ব ষ্টেট এ ট্ৰফীৰ আটাইতকৈ দ্ৰুততম দ্বিশতক হিচাপে পৰিগণিত হয়। সমীৰে ২০টা ছয় আৰু ১৩টা চাৰিৰ সহায়ত এই বিস্ফোৰক ইনিংছটো খেলে।

Tags: #cricketDouble CenturySameer Rizvi

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 19, 2026
শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025