• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেজৰিৱালৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এইগৰাকী জ্যেষ্ঠ নেতাই…

Nation NE by Nation NE
December 12, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কেজৰিৱালৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এইগৰাকী জ্যেষ্ঠ নেতাই…
Share on FacebookShare on TwitterWhatsApp

আম আদমি পাৰ্টীৰ পিছত এইবাৰ অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ২১ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে কংগ্ৰেছে।

নতুন দিল্লীৰ আসনখনৰ পৰা অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে কংগ্ৰেছে পুৰণি তথা জ্যেষ্ঠ নেতা সন্দীপ দীক্ষিতক প্ৰক্ষেপ কৰিছে। বাদলী বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছৰ ৰাজ্যিক সভাপতি দেৱেন্দ্ৰ যাদৱে।

পাটপাৰগঞ্জ আসনৰ পৰা চৌধুৰী অনিল কুমাৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব। এই সমষ্টিটোত আপে অৱধ ওঝাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

দিল্লী নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী

দেৱেন্দ্ৰ যাদৱ – বাদলী

ৰোহিত চৌধুৰী – নাংলয়

ৰাগিনী নায়ক – ৱাজিৰপুৰ

অভিষেক দত্ত – কস্তুৰবা নগৰ

অনিল চৌধুৰী – পাটপাৰগঞ্জ

মুদিত আগৰৱালা – চান্দনী চক

হাৰুন ইউছুফ – বাল্লিমাৰান

আলী মেহেন্দি – মুস্তাফাবাদ

আব্দুল ৰহমান – ছিলামপুৰ (বৰ্তমানৰ বিধায়ক)

আদৰ্শ শাস্ত্ৰী- দ্বাৰকা

উল্লেখ্য যে, আগন্তুক নিৰ্বাচনত শাসকীয় দল আম আদমি পাৰ্টীয়ে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি মন্তব্য কৰি ইতিমধ্যেই ৩১ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।

Tags: #AAP#Arvind Kejriwal#CongressDelhi Assembly Election

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025