• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হাৰিয়ানাৰ দৰে হ’ব এগজিট প’ল! ফলাফলক লৈ এই মন্তব্য সঞ্জয় ৰাউতৰ

Nation NE by Nation NE
November 21, 2024
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
হাৰিয়ানাৰ দৰে হ’ব এগজিট প’ল! ফলাফলক লৈ এই মন্তব্য সঞ্জয় ৰাউতৰ
Share on FacebookShare on TwitterWhatsApp

২০ নৱেম্বৰ অৰ্থাত বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ ২৮৮ খন আসনৰ বাবে সম্পন্ন হৈ যায় বিধানসভা নিৰ্বাচন। ভোটগ্ৰহণ অন্ত পৰাৰ পিছতে প্ৰকাশ পাইছিল এগজিট প’ল। বিভিন্ন সংস্থাই প্ৰকাশ কৰা এগজিট প’লত মহাৰাষ্ট্ৰত পুনৰবাৰ মহাযুটী অৰ্থা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰেই চৰকাৰ হ’ব বুলি ইংগিত প্ৰদান কৰিছে।

অধিকাংশ এগজিট প’লে প্ৰকাশ কৰা তথ্যক একপ্ৰকাৰ ভুল বুলি অভিহিত কৰি উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কয় যে বহু লোকে নিজৰ মত খুলি প্ৰকাশ নকৰে।

সঞ্জয় ৰাউটে কয় যে মহাৰাষ্ট্ৰত মহা বিকাশ আঘাড়ীয়ে চৰকাৰ গঠন কৰিব আৰু তেওঁলোকৰ মিত্ৰজোঁটে ১৬০-১৬৫খন আসন লাভ কৰিব।

এগজিট প’লৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে, ‘গণতন্ত্ৰত যি ভোটদান প্ৰক্ৰিয়া হয় সেয়া গোপনীয়। মানুহে সদায় মুকলিকৈ নিজৰ মতামত প্ৰকাশ নকৰে।’

সাংসদগৰাকীয়ে কয় যে, লোকসকলে কোন দলক ভোট প্ৰদান কৰিছে সেয়া মন খুলি নকয় আৰু হাৰিয়ানাতো সেয়াই সংঘটিত হৈছিল। এগজিট প’ল অনুসৰি হাৰিয়ানাত কংগ্ৰেছ জয়ী হ’বলগীয়া আছিল, কিন্তু তাত কি হ’ল আপোনালোকে দেখিলে।

সঞ্জয় ৰাউতে কয় যে লোকসভাৰ এগজিট প’ল অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ চৰকাৰে ৪০০ৰো অধিক আসন লাভ কৰিব বুলি কৈছিল, কিন্তু প্ৰকৃততে কি হ’ল সকলোৱে দেখিলে।

শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কয় যে ২৩ নৱেম্বৰৰ পুৱা ১০-১১ বজাৰ ভিতৰত সম্পূৰ্ণ ফলাফল আহিব। ‘আমি ১৬০-১৬৫খন আসন লাভ কৰিম’, এইদৰে কয় নেতাজনে।

Tags: Assembly PollsExit PollMaharashtraSanjay Raut

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

January 30, 2026
ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ
Top News

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

January 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

January 30, 2026
দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026

শীৰ্ষ সংবাদ

বৰামাটিত ককপিটৰ ভয়েচ ৰেকৰ্ডাৰ আৰু বিমানৰ ডাটা ৰেকৰ্ডাৰ উদ্ধাৰ, বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে ৩ জনীয়া দল সাজু

ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025