• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
23 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভোটগ্ৰহণৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত; দলে-বলে আপত যোগদান জ্যেষ্ঠ নেতাৰ

Nation NE by Nation NE
January 29, 2025
in Top News, ৰাজনীতি, ৰাষ্ট্ৰীয়
0 0
ভোটগ্ৰহণৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত; দলে-বলে আপত যোগদান জ্যেষ্ঠ নেতাৰ
Share on FacebookShare on TwitterWhatsApp

দিল্লী বিধানসভা নিৰ্বাচনৰ এসপ্তাহ পূৰ্বে আন এক মোক্ষম আঘাতৰ সন্মুখীন হৈছে বিজেপি। ৰাজেন্দ্ৰ নগৰ বিধানসভাৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা দিল্লী প্ৰদেশৰ কাৰ্যবাহী সদস্য সঞ্জীৱ আৰোৰাই নিজৰ বৃহৎ সমৰ্থকসহ আম আদমী পাৰ্টি চমুকৈ আপত যোগদান কৰিছে।

আপৰ মুখ্য কাৰ্যালয়ত জ্যেষ্ঠ নেতা তথা সাংসদ সঞ্জয় সিঙে দলীয় পতাকা আৰু টুপি পিন্ধাই সকলোকে দললৈ স্বাগতম জনায়। এই যোগদান কাৰ্যসূচীত জ্যেষ্ঠ নেতা তথা ৰাজেন্দ্ৰ নগৰৰ প্ৰতিদ্বন্দ্বী দুৰ্গেশ পাঠকে সঞ্জীৱ আৰোৰাসহ প্ৰতিগৰাকী লোককৈ দললৈ আন্তৰিকতাৰে স্বাগতম জনায়।

যোগদান কাৰ্যসূচীৰ পিছতেই সংবাদ মাধ্যমক সম্বোধন কৰি সঞ্জয় সিঙে কয় যে বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সঞ্জীৱ আৰোৰাই সমগ্ৰ দলৰ সৈতে বিজেপি ত্যাগ কৰি আম আদমী পাৰ্টিত যোগদান কৰিছে। বিগত ২৫ বছৰ ধৰি বিজেপিৰ সৈতে জড়িত সঞ্জীৱ আৰোৰা আৰু এই সময়ছোৱাত তেওঁ দলৰ হৈ বিভিন্ন পদত কাম কৰি আহিছে।

ইফালে বিজেপিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি এই সময়ত সঞ্জীৱ আৰোৰাই কয় যে বিগত ২৫ বছৰ ধৰি মই বিজেপিৰ সৈতে জড়িত হৈ আছো, কিন্তু দলত আজি ২৫ বছৰ পূৰ্বৰ মতাদৰ্শ নাই। ইমান বছৰে দলত সেৱা আগবঢ়োৱাৰ পিছত যি ভিত্তিত টিকট বিতৰণ কৰা হৈছিল, তাত কেৱল ময়েই নহয়, মোতকৈ বহু জ্যেষ্ঠ লোকক একাষৰীয়া কৰা হৈছে আৰু শেহতীয়াকৈ দলত যোগদান কৰা ব্যক্তিক টিকট প্ৰদান কৰিছে।

উল্লেখ্য যে, ৭০খন আসনযুক্ত দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। এটা পৰ্যায়তে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ভোটগণনা হ’ব ৮ ফেব্ৰুৱাৰীত।

Tags: #AAPBJPDelhi Assembly ElectionDelhi BJPSanjeev Arora

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025