• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, January 29, 2026
21 °c
Guwahati
21 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৩টা চাৰি, ৩টা ছয়; টেষ্ট ক্ৰিকেটত প্ৰথমটো শতকেৰে ধামাকা ছৰফৰাজ খানৰ

Nation NE by Nation NE
October 19, 2024
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
১৩টা চাৰি, ৩টা ছয়; টেষ্ট ক্ৰিকেটত প্ৰথমটো শতকেৰে ধামাকা ছৰফৰাজ খানৰ
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ প্ৰতিভাৱান বেটাৰ ছৰফৰাজ খানে সুন্দৰ বেটিঙৰ নিদৰ্শন দেখুৱাই আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিবলৈ সক্ষম হয়। ২৬ বছৰীয়া ছৰফৰাজে নিউজিলেণ্ডৰ অনুভৱী বেগী বলাৰ টিম ছাউথিৰ এটা বাউণ্ডেৰীলৈ ঠেলি দি নিজৰ কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰে।

১৩টা চাৰি আৰু তিনিটা ছয়ৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমটো শতক সম্পূৰ্ণ কৰে ছৰফৰাজে।

ভাৰতৰ হৈ ছৰফৰাজে এই পৰ্যন্ত চাৰিখন টেষ্ট মেচত অংশ লৈছে। চাৰিখন মেচৰ ৭ টা ইনিংছত এটা শতক আৰু চাৰিটা অৰ্ধশতকৰ সহায়ত ৩০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে।

ছৰফৰাজে প্ৰথম শ্ৰেণী ক্ৰিকেট কেৰিয়াৰত ৫১ খন মেচৰ ৭৬টা ইনিংছত ৬৯.০৯ গড়ৰ সহায়ত ৪৪২২ ৰান সংগ্ৰহ কৰিছে। প্ৰথম শ্ৰেণী ক্ৰিকেটত ছৰফৰাজৰ নামত আছে ১৫টা শতক আৰু ১৪টা অৰ্ধশতক। ব্যক্তিগত সৰ্বোচ্চ স্ক’ৰ হৈছে ৩০১।

উল্লেখ্য যে, বেংগালুৰুত চলি থকা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিজৰ প্ৰথম ইনিংছত শোচনীয় প্ৰদৰ্শন আগবঢ়াই মাত্ৰ ৪৬ ৰানতে অলআউট হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত আলহী দল নিউজিলেণ্ডে নিজৰ প্ৰথম ইনিংছত ৪০২ ৰানৰ স্ক’ৰ সংগ্ৰহ কৰি ৩৫৬ ৰানৰ বৃহত অগ্ৰগতি লাভ কৰিছিল।

অৱশ্যে দ্বিতীয় ইনিংছত ভাৰতে সুন্দৰ বেটিং প্ৰদৰ্শন আগবঢ়াই এই পৰ্যন্ত তিনিটা উইকেট হেৰুৱাই ৩২২ ৰান সংগ্ৰহ কৰিছে। বৰ্তমান ক্ৰিজত আছে ছৰফৰাজ আৰু ঋষভ পন্ত।

Tags: Sarfaraz KhanTest Century

Related Posts

দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026
পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025