• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
21 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অভূতপূৰ্ব! বৰফৰ শুভ্ৰ আচ্ছাদনে ঢাকি ধৰিছে মৰুৰ দেশ ছৌদি আৰৱ

Nation NE by Nation NE
November 7, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
অভূতপূৰ্ব! বৰফৰ শুভ্ৰ আচ্ছাদনে ঢাকি ধৰিছে মৰুৰ দেশ ছৌদি আৰৱ
Share on FacebookShare on TwitterWhatsApp

মৰুৰ দেশ ছৌদি আৰৱত এক অভূতপূৰ্ব পৰিৱেশ দেখিবলৈ পোৱা গৈছে। প্ৰকৃততে কি হৈছে সেইটো সহজে বিশ্বাস কৰিবলৈ টান পাইছে দেশখনৰ জনসাধাৰণে। সাধাৰণতে শুষ্ক জলবায়ুৰ বাবে পৰিচিত দেশখনৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰফ পৰাৰ ফলত আচৰিত পৰিৱেশৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ আল-জাউফ অঞ্চলত হোৱা প্ৰচণ্ড তুষাৰপাতে সকলোকে আচৰিত কৰি তুলিছে। তুষাৰপাতৰ এই ঘটনাই কেৱল স্থানীয় ৰাইজক আচৰিত কৰাই নহয়, সমগ্ৰ বিশ্বৰ মানুহৰ বাবেও এক আলোচনাৰ বিষয় হৈ পৰিছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি আল-জাউফ অঞ্চলত বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টি হৈছে। এই তুষাৰপাতৰ বাবেই মৰুভূমিৰ ওপৰত শুভ্ৰ দলিচাৰ এক আৱৰণ পৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, সাধাৰণতে ছৌদি আৰৱত এই ধৰণৰ বৰফ পৰা কেতিয়াও দেখা পোৱা নাই। এই অস্বাভাৱিক বৰষুণৰ বাবে এতিয়া সমগ্ৰ অঞ্চলটোৰ উষ্ণতা যথেষ্ট পৰিমানে হ্ৰাস পাইছে।

ইফালে এই শিলাবৃষ্টিৰ পিছত ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহু লোকে কয় যে পৃথিৱীৰ ধ্বংসৰ দিশে গতি কৰিছে। আন একাংশৰ মতে এয়া গোলকীয় উষ্ণতাৰ প্ৰভাৱ।

উল্লেখ্য যে, মৰুভূমি অঞ্চলত তীব্ৰ তুষাৰপাত বা বৰষুণৰ এয়া প্ৰথম ঘটনা নহয়। কিছু বছৰ পূৰ্বে চাহাৰা মৰুভূমিৰ এখন চহৰৰ তাপমাত্ৰা -২ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছিল, যাৰ ফলত শিলাবৃষ্টিৰ ধুমুহা হৈছিল। জলবায়ু পৰিৱৰ্তনৰ বাবেই মৰুভূমি অঞ্চলত বৰফ পৰে বিজ্ঞানীসকলে অভিহিত কৰে।

Tags: AL JawfSaudi ArabSnowfall

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025