• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
21 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছৌদি আৰৱৰ ইতিহাসত প্ৰথম, ১০০ৰো অধিক বিদেশী নাগৰিকৰ বিৰুদ্ধে লোৱা হয় ডাঙৰ সিদ্ধান্ত

Nation NE by Nation NE
November 18, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ছৌদি আৰৱৰ ইতিহাসত প্ৰথম, ১০০ৰো অধিক বিদেশী নাগৰিকৰ বিৰুদ্ধে লোৱা হয় ডাঙৰ সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

ছৌদি আৰৱৰ ইতিহাসত এক ডাঙৰ ঘটনা সংঘটিত হৈছে। ১০০ৰো অধিক বিদেশী নাগৰিকৰ গুৰুত্বৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

খবৰ অনুসৰি ২১ জন পাকিস্তানৰ, ২০ জন য়েমেনৰ, ১৪ জন ছিৰিয়াৰ, ১০ জন নাইজেৰিয়াৰ, ৯ জন ইজিপ্তৰ, ৮ জন জৰ্ডানৰ, ৭ জন ইথিওপিয়াৰ, ভাৰত, চুডান, আফগানিস্তান, শ্ৰীলংকা, ইৰিত্ৰিয়া আৰু ফিলিপাইনছৰ এজনকৈ লোকক দৃষ্টান্তমূলক শাস্তি দিয়া হয়।।

ই এক গুৰুতৰ শাস্তি, যি কেৱল গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ বাবেহে দিয়া হয়। আনহাতে বহু দেশত এনেধৰণৰ শাস্তি দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শেহতীয়াকৈ এক বিদেশী সংবাদ মাধ্যমৰ প্ৰতিবেদন পৰা ওলাইছে যে, ছৌদি আৰবত এই বছৰ ১০০ জনতকৈও অধিক বিদেশী নাগৰিকক এই কঠোৰ শাস্তি দিয়া হৈছে। শেহতীয়াকৈ, ছৌদি আৰবে ড্ৰাগছ সৰবৰাহৰ অভিযোগত অভিযুক্ত য়েমেনৰ এজন নাগৰিকৰ বিৰুদ্ধে এনেধৰণৰ দৃষ্টান্তমূলক শাস্তি লৈছে।

য়েমেনৰ নাগৰিকজনক এই গুৰুত্বৰ শাস্তি দিয়াৰ লগতে ছৌদি আৰবে এতিয়ালৈকে ২০২৪ চনত ১০১ জন বিদেশী নাগৰিকক এই শাস্তি দিছে। আনহাতে ২০২২ আৰু ২০২৩ চনত ৩৪ জন বিদেশী নাগৰিকক এই গুৰুত্বৰ  দিয়া হৈছিল যদিও ২০২৪ চনত এই সংখ্যাই ১০০ও অতিক্ৰম কৰিছে।

বাৰ্লিনস্থিত ইউৰোপীয়-চৌদি অৰ্গেনাইজেচন ফৰ হিউমেন ৰাইটছৰ (ই এছ অ’ এইচ আৰ) আইনী সঞ্চালক তাহা আল-হাজীয়ে কয় যে, ছৌদি আৰৱত এবছৰৰ ভিতৰত এইটোৱেই হৈছে, বিদেশী নাগৰিকৰ মৃত্যুৰ সংখ্যা সৰ্বাধিক। ইয়াৰ পূৰ্বে ছৌদি আৰবে এবছৰত ১০০ জনতকৈ অধিক লোকক কেতিয়াও এনে দৃষ্টান্তমূলক শাস্তি দিয়া হোৱা নাই।

একে সময়তে ছৌদি আৰৱৰ বিদেশী নাগৰিকক এই শাস্তি দিয়াৰ পিছত ছৌদি আৰৱক সমালোচনা কৰিছে হিউমেন ৰাইটছ গ্ৰুপে। গোটটোৱে কয় যে, ছৌদি আৰবে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। গোটটোৱে লগতে কয় যে ছৌদি আৰবে নিজৰ ভাবমূৰ্তি কোমল কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যটক আৰু বিনিয়োগকাৰীক আদৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।

এম্নেষ্টী ইণ্টাৰনেশ্যনেলৰ এক প্ৰতিবেদন অনুসৰি, ২০২৩ বৰ্ষত চীন আৰু ইৰাণৰ পিছত তৃতীয় সৰ্বাধিক বন্দীক গুৰুতৰ দিয়া হৈছে ছৌদি আৰবত। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ছৌদি আৰবত ৩০ বছৰৰ ভিতৰত সৰ্বাধিক এনে ঘটনা সংঘটিত হৈছে। ১৯৯৫ চনত ছৌদি আৰবে ১৯২ জন লোকক এই শাস্তি দিয়াৰ বিপৰীতে ২০২২ চনত ১৯৬ জন লোকক এই শাস্তি দিছিল।

একে সময়তে এতিয়ালৈকে ২০২৪ চনত ছৌদি আৰবে ২৭৪ জন লোকৰ বিৰুদ্ধে এনেধৰণৰ সিদ্ধান্ত লৈছে। প্ৰতিবেদন অনুসৰি ছৌদি আৰৱত ২১ জন পাকিস্তানৰ, ২০ জন য়েমেনৰ, ১৪ জন ছিৰিয়াৰ, ১০ জন নাইজেৰিয়াৰ, ৯ জন ইজিপ্তৰ, ৮ জন জৰ্ডান আৰু ৭ জন ইথিওপিয়াৰ, এজনকৈ ভাৰত, চুডান, আফগানিস্তান, শ্ৰীলংকা, ইৰিত্ৰিয়া আৰু ফিলিপাইনছত এই শাস্তি দিয়া হয়। কূটনীতিবিদ আৰু কৰ্মীসকলে কয় যে, বিদেশী নাগৰিকসকলে সাধাৰণতে ন্যায্য বিচাৰৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হয়।

Tags: International storyReportSaudi Arab

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025