• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এখন ২০ বছৰীয়া যুদ্ধৰ অন্ত; চিৰ নিদ্ৰাত ছৌদি আৰবৰ ‘স্লিপিং প্ৰিন্স’ আল ৱালিদ

Nation NE by Nation NE
July 20, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
এখন ২০ বছৰীয়া যুদ্ধৰ অন্ত; চিৰ নিদ্ৰাত ছৌদি আৰবৰ ‘স্লিপিং প্ৰিন্স’ আল ৱালিদ
Share on FacebookShare on TwitterWhatsApp

টোপনিৰ পৰা সাৰ পাব বুলি ২০ বছৰ অপেক্ষাৰত আছিল এটা ৰাজপৰিয়াল। কিন্তু, টোপনি নাভাঙিল ছৌদি আৰবৰ সেই ৰাজপৰিয়ালৰ ৰাজকুমাৰজনৰ। এটি পথ দুৰ্ঘটনাৰ বাবে কোমাত যোৱা প্ৰিন্স আল ৱালিদ বিন খালেদ বিন তালালে বিগত ২০ বছৰ ধৰি আছিল লাইফ ছাপোৰ্টত।

২০ বছৰীয়া এখন দীঘলীয়া যুঁজ আৰু পৰিলায়ৰ আপ্ৰাণ চেষ্টাৰ পিছতো প্ৰাণ ৰক্ষা নপৰিল প্ৰিন্স আল ৱালিদৰ। গ্ল’বেল ইমামছ কাউন্সিলে ১৯ জুলাইত এক বিবৃতিত তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৬ বছৰ। ৰাজকুমাৰ খালেদ বিন তালাল আল ছাউদৰ জ্যেষ্ঠ পুত্ৰ আৰু কোটিপতি ব্যৱসায়ী ৰাজকুমাৰ আলৱালিদ বিন তালালৰ ভতিজা।

উল্লেখ্য যে, ২০০৫ চনত লণ্ডনত অধ্যয়ন কৰি থকা অৱস্থাত এক গুৰুতৰ গাড়ী দুৰ্ঘটনাত পতিত হৈছিল ৰাজকুমাৰ আল ৱালিদ। এই দুৰ্ঘটনাত তেওঁ মগজুত বেয়াকৈ আঘাত পাইছিল আৰু কোমাত গুচি গৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৫ বছৰ।

‘স্লিপিং প্ৰিন্স’ৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ আমেৰিকান আৰু স্পেনিছ স্নায়ু বিশেষজ্ঞৰ পৰামৰ্শ লোৱা হৈছিল যদিও কোনেও তেওঁক সুস্থ অৱস্থালৈ ঘূৰাই আনিব পৰা নাছিল।

প্ৰিন্সৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হ’বলৈ আৰম্ভ কৰে #SleepingPrince। এই দুখৰ মুহূৰ্তত হাজাৰ হাজাৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ২০ বছৰ ধৰি তেওঁ সাহস নেহেৰুৱাই, আশা আৰু প্ৰেমৰ জীৱন্ত নিদৰ্শন হৈয়েই থাকিল, বিদায় স্লিপিং প্ৰিন্স। এয়া কেৱল এজন ব্যক্তিৰ কাহিনী নহয়, পিতৃৰ অদম্য প্ৰেম আৰু বিশ্বাসৰ কাহিনী।

Tags: Alwaleed Bin KhaledSaudi ArabiaSleeping Prince

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025