• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, June 17, 2025
29 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি কোনবোৰ ৰাশিৰ লোকৰ বাবে শুভ; জানক ৰাশিফল

    ধুবুৰীৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ, ২০০০টা পৰিয়াললৈ জাননী

    পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা, প্ৰায় ২০ ধৰি সন্ধানধীন মহিলা….

    আপোনাৰ আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী ৰাজ্যসভাৰ দুই প্ৰাৰ্থী কনাড পুৰকায়স্থ আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ

      Nation NE by Nation NE
      June 17, 2025
      in Top News, উত্তৰ পূৱ, মেঘালয়, ৰাষ্ট্ৰীয়
      0 0
      ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ
      Share on FacebookShare on TwitterWhatsApp

      ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ কৰে মেঘালয় আৰক্ষীয়ে। মঙলবাৰে ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যনৰ সময়ত অভিযুক্তই কয় যে হত্যাত ব্যৱহৃত দাখন খাৱৈত পেলাই দিয়া হৈছিল। আৰক্ষীৰ সৈতে এছডিআৰএফৰ এটা অনুসন্ধানকাৰী দলো আছিল।

      অভিযুক্তই উল্লেখ কৰা স্থানত মেটেল ডিটেক্টৰেৰে তালাচী চলোৱাৰ পিছতে হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰটো উদ্ধাৰ কৰা হয়।

      উল্লেখ্য যে, ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহাৰ হৈছিল দুটাকৈ অস্ত্ৰ। ২ জুনত উদ্ধাৰ হৈছিল প্ৰথমটো অস্ত্ৰ। ইয়াৰ উপৰি ইন্দোৰত উপস্থিত আছে আৰক্ষীৰ এটা দল। হত্যাৰ পিছত সোনমে থকা ফ্লেটটোত তালাচী চলোৱা হয়। অৱশ্যে ইয়াত একো উদ্ধাৰ হোৱা নাই। দলটোৱে তাতেই থাকিব আৰু সোনম আৰু আন অভিযুক্তৰ পৰিয়ালক জেৰা চলোৱা হ’ব।

      ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্তৰ সন্দৰ্ভত মঙলবাৰে শ্বিলং আৰক্ষীৰ এছ আই টি দলে হত্যাকাণ্ডৰ সমগ্ৰ ঘটনাৰ ক্ৰম বুজিবলৈ ছীন ৰিক্ৰিয়েট কৰে। আৰক্ষীৰ দলটোৱে সোনম আৰু তিনিওজন মূল অভিযুক্ত বিশাল, আনন্দ আৰু আকাশক লৈ পুৱা প্ৰায় ১০:৩০ বজাত সদৰ থানাৰ পৰা ওলাই আহি ১২:১৫ বজাত মাৱালখিয়াট গাঁৱত উপস্থিত হয়, য’ৰ পৰা ডাবল ডেকাৰ দলংলৈ যোৱা পথটো আৰম্ভ হয়।

      উল্লেখ্য যে, ১১ মে’ত বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছতে কিছুদিন পূৰ্বে মধুচন্দ্ৰিকাৰ বাবে মেঘালয়ৰ শ্বিলঙলৈ আহিছিল ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশী। ইয়াৰ পিছতেই ২৩ মে’ত ৰহস্যজনকভাৱে দুয়োজন নিৰুদ্দেশ হয়। এই ঘটনাৰ ১০ দিন পিছত অৰ্থাত ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও নিৰুদ্দেশ হৈয়েই থাকে সোনম।

      ইয়াৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘটনা সন্দৰ্ভত ৮ জুনত গ্ৰেপ্তাৰ কৰে সোনম আৰু আন সতীৰ্থসকলক। সোনম আৰু তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰৰ পিছতেই ঘটনাক লৈ ন-ন তথ্য পোহৰলৈ আহি আছে।

      Tags: Meghalaya PoliceRaja RaghuvanshiSonam Raghuvanshi

      Related Posts

      আমি জানো খামেনী ক’ত লুকাই আছে, বিনা চৰ্তে আত্মসমৰ্পণ কৰক : ইৰাণক ধমক ট্ৰাম্পৰ
      Top News

      আমি জানো খামেনী ক’ত লুকাই আছে, বিনা চৰ্তে আত্মসমৰ্পণ কৰক : ইৰাণক ধমক ট্ৰাম্পৰ

      June 17, 2025
      টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টৰ বাবে লীডছত উপস্থিত ভাৰতীয় দল

      BCCIৰ কঠোৰ নিয়মৰ পাছতো US ক্ৰিকেট লীগত এইগৰাকী ক্ৰিকেটাৰ

      যদি আপুনিও শৰীৰৰ চৰ্বিৰ সমস্যাৰ বাবে চিন্তিত, তেন্তে আৰম্ভ চেষ্টা কৰক এইসমূহ অভ্যাস

      ওড়িশাত ফুৰিবলৈ যোৱা যুৱক-যুৱতীৰ সৈতে ভয়ানক কাণ্ড

      ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!
      আন্তঃ ৰাষ্ট্ৰীয়

      ইৰাণৰ সৈতে যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ বক্তব্য, ‘খামনেইক শেষ কৰাৰ পিছতেই সংঘাতৰ অন্ত পৰিব’!

      June 17, 2025

      শীৰ্ষ সংবাদ

      আমি জানো খামেনী ক’ত লুকাই আছে, বিনা চৰ্তে আত্মসমৰ্পণ কৰক : ইৰাণক ধমক ট্ৰাম্পৰ

      ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত ব্যৱহৃত দ্বিতীয়টো অস্ত্ৰ উদ্ধাৰ

      টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টৰ বাবে লীডছত উপস্থিত ভাৰতীয় দল

      BCCIৰ কঠোৰ নিয়মৰ পাছতো US ক্ৰিকেট লীগত এইগৰাকী ক্ৰিকেটাৰ

      যদি আপুনিও শৰীৰৰ চৰ্বিৰ সমস্যাৰ বাবে চিন্তিত, তেন্তে আৰম্ভ চেষ্টা কৰক এইসমূহ অভ্যাস

      ওড়িশাত ফুৰিবলৈ যোৱা যুৱক-যুৱতীৰ সৈতে ভয়ানক কাণ্ড

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist