• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দ্বিতীয় টেষ্টৰ পূৰ্বে ছাকিবৰ ডাঙৰ ঘোষণা; টেষ্ট, টি-২০ সন্দৰ্ভত ল’লে এই সিদ্ধান্ত

Nation NE by Nation NE
September 26, 2024
in Top News, ক্ৰীড়া
0 0
দ্বিতীয় টেষ্টৰ পূৰ্বে ছাকিবৰ ডাঙৰ ঘোষণা; টেষ্ট, টি-২০ সন্দৰ্ভত ল’লে এই সিদ্ধান্ত
Share on FacebookShare on TwitterWhatsApp

বাংলাদেশৰ কিংবদন্তি অলৰাউণ্ডাৰ ছাকিব আল হাছানে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মিৰপুৰ টেষ্ট মেচখন হ’ব ছাকিবৰ কেৰিয়াৰৰ অন্তিমখন টেষ্ট মেচ।

উল্লেখ্য যে ২৭ ছেপ্টেম্বৰ অৰ্থাত কাইলৈৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত টেষ্ট ছিৰিজৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ছাকিবে অৱসৰৰ কথা ঘোষণা কৰি অনুৰাগীক আচৰিত কৰি তুলিছে।

টেষ্ট ক্ৰিকেটৰ উপৰি ছাকিবে টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰাও নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছে।

২০০৭ চনৰ পৰা টি-২০ বিশ্বকাপৰ প্ৰতিটো সংস্কৰণতে অংশগ্ৰহণ কৰি ২০২৪ চনৰ সংস্কৰণত প্ৰতিযোগিতাখনৰ সৰ্বকালৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছিল ছাকিব। ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট খেলৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ছাকিবে টেষ্ট আৰু এদিনীয়া ফৰ্মেটৰ বাবেও নিজৰ পৰিকল্পনা প্ৰকাশ কৰে।

আগষ্ট মাহত শ্বেখ হাছিনাৰ শাসনত ৰাজনৈতিক অস্থিৰতাৰ পিছত ৩৭ বছৰীয়া ছাকিবে বাংলাদেশলৈ যোৱা নাই। অলৰাউণ্ডাৰগৰাকীয়ে নিশ্চিত কৰিছে যে তেওঁ বাংলাদেশৰ হৈ অন্তিমখন টেষ্ট মিৰপুৰত খেলাৰ সম্ভাৱনা আছে।

অৱশ্যে যদিহে নিৰাপত্তাৰ দিযটোৱে এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে তেন্তে কানপুৰত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্টখনেই হ’ব তেওঁৰ বগা জাৰ্চি পিন্ধা অন্তিমখন টেষ্ট মেচ।

Tags: Bangladesh CricketShakib Al HasanTest Cricket

Related Posts

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন
Top News

December 13, 2025
আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025

শীৰ্ষ সংবাদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025