• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, February 5, 2026
21 °c
Guwahati
21 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

জেললৈ যোৱাৰ শংকাৰ মাজতে ডাঙৰ শাস্তিৰ সন্মুখীন ছাকিব আল হাছান

Nation NE by Nation NE
August 26, 2024
in Top News, ক্ৰীড়া
0 0
জেললৈ যোৱাৰ শংকাৰ মাজতে ডাঙৰ শাস্তিৰ সন্মুখীন ছাকিব আল হাছান
Share on FacebookShare on TwitterWhatsApp

পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছত বাংলাদেশ দলটোৱে দুটাকৈ মোক্ষম আঘাতৰ সন্মুখীন হ’বলগীয়া হৈছে। ৰাৱালপিণ্ডিত খেলা প্ৰথমখন টেষ্টত লেহেমীয়া অভাৰৰেটৰ বাবে পাকিস্তানৰ ৬ পইণ্ট আৰু বাংলাদেশৰ ৩ পইণ্ট কৰ্তন কৰা হয়।

পইণ্ট কৰ্তনৰ সমান্তৰালকৈ এইবাৰ আইচিচিৰ ৰোষত পৰিছে বাংলাদেশৰ অলৰাউণ্ডাৰ ছাকিব আল হাছান। পাকিস্তানৰ বিৰুদ্ধে ৰাৱালপিণ্ডি টেষ্টৰ সময়ত আইচিচিৰ আচৰণ বিধি লেভেল ১ ভংগ কৰাৰ বাবে ছাকিব আল হাছানক মেচ মাচুলৰ ১০% জৰিমনা আৰু এটা ডেমেৰিট পইণ্ট দিয়া হৈছে।

মেচ ৰেফাৰী ৰঞ্জন মাডুগালে ৰায় দিয়ে যে ছাকিবে আইচিচিৰ আচৰণ বিধিৰ ২.৯ অনুচ্ছেদ উলংঘা কৰিছে, য’ত ‘আন্তঃৰাষ্ট্ৰীয় মেচৰ সময়ত খেলুৱৈ, খেলুৱৈৰ সহায়ক কৰ্মচাৰী, আম্পায়াৰ, মেচ ৰেফাৰী বা আন কোনো তৃতীয় ব্যক্তিৰ ওচৰত বা তেওঁৰ ওচৰত অনুপযুক্ত আচৰণ’ /বা ইয়াৰ সৈতে জড়িত বিপদজনকভাৱে বল নিক্ষেপ কৰালৈকে।

ছাকিবে নিজৰ ভুল মানি লোৱাৰ লগতে মাডুগালে দিয়া শাস্তিও মানি লৈছে। সেয়ে আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নাছিল।

উল্লেখ্য যে, পাকিস্তানৰ বেটাৰ মহম্মদ ৰিজৱানে বেটিং কৰি থকাৰ সময়ত ছাকিবে তেওঁলৈ বল নিক্ষেপ কৰা কাৰ্যৰ বিৰুদ্ধে অন-ফিল্ড আম্পায়াৰ কেটলব’ৰ’ আৰু এড্ৰিয়ান হোল্ডষ্টক, তৃতীয় আম্পায়াৰ মাইকেল গফ আৰু চতুৰ্থ আম্পায়াৰ ৰছিদ ৰিয়াজে ছাকিবৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

ইফালে শেহতীয়াকৈ হাছানৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে এই সম্বন্ধত ঢাকাত এফআইআৰ ৰুজু হৈছে। স্মৰ্তব্য যে, বাংলাদেশত সংৰক্ষণৰ বিৰোধিতাৰে আৰম্ভ হোৱা ছাত্ৰ আন্দোলনৰ সময়ত এজন ছাত্ৰই প্ৰাণ হেৰুৱাইছিল আৰু সেই ছাত্ৰজনৰ মৃত্যুত ছাকিব আল হাছান জড়িত থকাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰা হৈছে। কেৱল ক্ৰিকেটাৰগৰাকীয়ে নহয় এই মৃত্যুৰ গোচৰত আন কেইবাজনো লোকৰ বিৰুদ্ধে এজাহাৰত নাম উল্লেখ আছে।

Tags: BangladeshICCPakistanRizwanShakib Al HasanTest Cricket

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 5, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025