• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ শ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল শিলচৰ NIT, ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড অধ্যাপকৰ…

Nation NE by Nation NE
March 22, 2025
in Top News, অসম
0 0
শ শ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল শিলচৰ NIT, ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড অধ্যাপকৰ…
Share on FacebookShare on TwitterWhatsApp

শিলচৰ NIT ত সংঘটিত হৈছে এক নিৰ্লজ্জ ঘটনা। ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰে সহকাৰী অধ্যাপকে৷ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ BTech প্ৰথম বৰ্ষৰ ছাত্ৰীৰ এই জঘন্য কাণ্ড সংঘটিত কৰে সহকাৰী অধ্যাপক ডঃ ডি.কে ৰাজুৱে৷

ইয়াৰ প্ৰতিবাদত নিশা ফেকালটি কোৱাৰ্টাৰৰ সম্মুখত আন্দোলন কৰে শ শ ছাত্ৰ-ছাত্ৰীয়ে৷ ছাত্ৰছাত্ৰীৰ উত্তাল আন্দোলনত পুৱতি নিশা ৩ বজাত অভিযুক্ত অধ্যাপক ডঃ ডি.কে ৰাজুক নিলম্বন কৰে NIT কৰ্তৃপক্ষই৷

উক্ত ঘটনাক লৈ ঘুংগুৰ আৰক্ষী চকীত ৰুজু কৰা হয় গোচৰ৷ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে এই সমগ্ৰ ঘটনা সহপাঠীৰ সন্মুখত অৱগত কৰাৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলে নিশা NIT ৰ কোৱাৰ্টাৰৰ সম্মুখত ঘটনাৰ প্ৰতিবাদত আন্দোলনত নামে৷ অভিযুক্ত সহকাৰী অধ্যাপকগৰাকীক গ্ৰেপ্তাৰ তথা নিলম্বনৰ দাবীত উত্তাল প্ৰতিবাদ আৰম্ভ কৰে ছাত্ৰ-ছাত্ৰীসকলে৷

ইয়াৰ পিছতেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিশায়েই NIT চৌহদত আৰক্ষী মোতায়ন কৰাৰ লগতে অভিযুক্ত অধ্যাপকগৰাকীক নিলম্বনৰ নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষই৷

আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰা শিলচৰ NIT ৰ সহকাৰী অধ্যাপজনক আটক কৰে৷ বৰ্তমানে শিলচৰ সদৰ থানাত আৰক্ষীয়ে জেৰা চলাই আছে অভিযুক্তক ৷

Tags: #AssamMolestationSilchar

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025