• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, January 25, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ংকৰ ভূমিস্খলনত খহি গ’ল ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ; মৃত্যু ৬ জন লোকৰ

Nation NE by Nation NE
September 4, 2024
in Top News, উত্তৰ পূৱ, নাগালেণ্ড
0 0
ভয়ংকৰ ভূমিস্খলনত খহি গ’ল ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ; মৃত্যু ৬ জন লোকৰ
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰৰ নিশাৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলশ্ৰুতিত বুধবাৰে নাগালেণ্ডৰ চুমৌকেদিমা জিলাৰ ডিমাপুৰ-কহিমা ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফেৰিমাত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ফলত ৬ জন লোকে প্ৰাণ হেৰুওৱাৰ খবৰ আহিছে।

লাভ কৰা তথ্য অনুসৰি, ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে ৫ জন পুৰুষ আৰু এগৰাকী মহিলা।

এই ঘটনাত আৰু কোনো লোক নিৰুদ্দেশ হৈ আছে নেকি তাৰ সবিশেষ জানিব পৰা হোৱা নাই যদিও চৰকাৰ-প্ৰশাসনৰ লোকৰ লগতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ)য়ে অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ফেৰিমাত হোৱা ভূমিস্খলনৰ উপৰিও পিফেমাৰ অন্তৰ্গত ছেইপামাত আৰু নিউ চুমৌকেদিমাৰ অন্তৰ্গত পাগালা পাহাৰত চাথে নদীৰ বাঢ়নী পানীৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। নাগালেণ্ড-মণিপুৰক সংযোগ কৰা এই পথছোৱা বন্ধ হৈ পৰাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ জনতা।

ইফালে এই কৰুণ ঘটনাত শোক প্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিব বুলিও ঘোষণা কৰে।

Tags: #Landslide#ManipurNagaland

Related Posts

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ
Top News

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…
Top News

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

January 25, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

January 25, 2026

শীৰ্ষ সংবাদ

গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025