• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, January 31, 2026
20 °c
Guwahati
20 ° Sun
21 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছালৰ সমস্যা দূৰ কৰাত নেমুৱে কিদৰে সহায় কৰে?

Nation NE by Nation NE
March 18, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ছালৰ সমস্যা দূৰ কৰাত নেমুৱে কিদৰে সহায় কৰে?
Share on FacebookShare on TwitterWhatsApp

ফাগুন মাহ আৰু চ’ত মাহত পছোৱা বতাহৰ বতৰ অতি ধূলিময় হৈ উঠে। এই গ্ৰীষ্ম ঋতুত প্ৰায় সংখ্যক লোকে ছালৰ যত্ন ল’বলৈ নেমু ব্যৱহাৰ কৰে। গ্ৰীষ্মকালত নেমুৰ পানী খালে শৰীৰ হাইড্ৰেটেড হৈ থাকে। য়াত ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে, যি ছালৰ বাবে অত্যন্ত উপকাৰী।

নেমুত থকা এন্টি-বেক্টেৰিয়েল গুণে পিম্পল নিয়ন্ত্ৰণত সহায় কৰে। ই ছালত সতেজতা আৰু হাইড্ৰেচন প্ৰদান কৰি মুখখন কোমল আৰু উজ্বল কৰি তোলে।

নেমুৱে কেনেদৰে ছালৰ সমস্যা নিৰাময় কৰে আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানো আহক-

  • নেমুত থকা ভিটামিন চিয়ে ছালখন সতেজ কৰি ৰাখে। ছালত কোনো দাগ থাকিলেও নেমুৰ ৰসে এই সমস্যা দূৰ কৰিব পাৰে।
  • নেমুত থকা এন্টি-বেক্টেৰিয়েল গুণে মুখৰ শালমইনা প্ৰতিৰোধ কৰাত সহায় কৰে।
  • নেমুৱে ছাল উজ্বল কৰাত সহায় কৰে। নিয়মিত নেমু ব্যৱহাৰ কৰিলে ছালত সতেজতা পোৱা যায়।
  • নেমুত এন্টি অক্সিডেন্ট থাকে, যাৰ ফলত ছালৰ বয়স বৃদ্ধিৰ লক্ষণ কম হয়। ই ছালখন টান কৰাত সহায় কৰে, যাৰ ফলত বলিৰেখা আৰু মিহি ৰেখাৰ সমস্যা কম হয়।

কেনেকৈ ব্যৱহাৰ কৰিব লাগে ?

নেমুৰ ৰস উলিয়াই এটা বাটিত লৈ লব লাগে। মনত ৰখা উচিত যে, ইয়াক পোনে পোনে ছালত লগাব নালাগে। ইয়াত মৌ বা গোলাপ পানীও দিব পাৰে, যাৰ ফলত ছালত আৰ্দ্ৰতা পোৱা যায়। তাৰপিছত ইয়াক ভালদৰে ছালত লগাব লাগে। সদায় মনত ৰখা উচিত যে, সূৰ্যৰ পোহৰত নেমু ব্যৱহাৰ কৰিব নালাগে।

Tags: Glowing SkinHealthSkin Care

Related Posts

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?
Top News

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 31, 2026

শীৰ্ষ সংবাদ

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025