• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 1, 2026
21 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

গ্ৰীষ্মকালত ছালৰ খজুৱতি বা ফোঁহাৰ পৰা সকাহ পাব পৰা ঘৰুৱা উপায়

Nation NE by Nation NE
March 27, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
গ্ৰীষ্মকালত ছালৰ খজুৱতি বা ফোঁহাৰ পৰা সকাহ পাব পৰা ঘৰুৱা উপায়
Share on FacebookShare on TwitterWhatsApp

গ্ৰীষ্মকালত ছালৰ বহু ধৰণৰ সমস্যাৰ সৃষ্টি হয়, ইয়াৰে আটাইতকৈ সাধাৰণ সমস্যা হ’ল খজুৱতি আৰু গৰমৰ ফলত হোৱা ফোঁহা।

যেতিয়া বতৰৰ উষ্ণতা বৃদ্ধি পায় আৰু অত্যধিক ঘাম ওলায়, তেতিয়া ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ যায়, যাৰ ফলত শৰীৰত সৰু সৰু ফোঁহা আৰু খজুৱতি ওলাবলৈ আৰম্ভ কৰে। বিশেষকৈ ডিঙি, পিঠি, মুখ, বাহুৰ তলৰ অংশ আৰু উৰুত এই সমস্যা বেছিকৈ দেখা দিয়ে।

এই সমস্যাবোৰৰ পৰা ৰক্ষা পাবলৈ মানুহে প্ৰায়ে বজাৰৰ পৰা কিনা ক্ৰীম বা লোচন ব্যৱহাৰ কৰে। কিন্তু ইয়াত উপস্থিত থকা কঠোৰ ৰাসায়নিক পদাৰ্থই ছালত পাৰ্শ্বক্ৰিয়া কৰিব পাৰে।

এনে পৰিস্থিতিত প্ৰাকৃতিক আৰু ঘৰুৱা ঔষধেই সৰ্বোত্তম, যিয়ে ছালত কোনো ক্ষতি নোহোৱাকৈ শীতলতা আৰু সকাহ প্ৰদান কৰে। যদি আপুনিও গৰমৰ দিনত ছালৰ এলাৰ্জী, খজুৱতি আৰু গৰমৰ ফোহাই অসুবিধাত ভুগিছে, তেন্তে আপোনাৰ বাবে কিছুমান সহজ আৰু ঘৰুৱা উপায় হৈ উঠিব উপকাৰী।

সেইবোৰ হ’ল-

  • চন্দন কাঠৰ পেষ্ট

চন্দন কাঠ এবিধ প্ৰাকৃতিক শীতল পদাৰ্থ যিয়ে, ছালৰ বিষ, খজুৱতি আৰু গৰমৰ ফোহা নিমিষতে শান্ত কৰে।  চন্দন কাঠৰ পেষ্ট প্ৰয়োগ কৰিলে ঘামৰ ফলত হোৱা ফোঁহা সোনকালে ভাল হয় আৰু ছালখন শীতল হৈ থাকে। ইয়াক প্ৰয়োগ কৰিবলৈ গোলাপ পানীৰ লগত এচামুচ চন্দন গুড়ি মিহলাই পেষ্ট বনাই ল’ব লাগে। গৰমৰ ফোঁহা আৰু খজুৱতি হোৱা ঠাইত প্ৰয়োগ কৰি ১৫-২০ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুব লাগে। দৈনিক ১-২ বাৰ ব্যৱহাৰ কৰিলে সকাহ পোৱা যায়।

  • মুলতানি মাটি

ছালৰ গৰম ফোঁহা আৰু বিষ শান্ত কৰাৰ বাবে মুলতানি মিট্টি সৰ্বোত্তম প্ৰতিকাৰ। ই কেৱল ঘামৰ ফলত বন্ধ হৈ থকা ছিদ্ৰবোৰ মুকলি কৰাই নহয়, খজুৱতি আৰু কাঁইটীয়া তাপও আঁতৰাই পেলায়। ইয়াৰ বাবে ঠাণ্ডা পানী বা গোলাপ পানীৰ লগত ২ চামুচ মুলতানি মিটি মিহলাই পেষ্ট বনাই লৈ আক্ৰান্ত ঠাইত লগালে ১৫-২০ মিনিট শুকুৱাবলৈ দিব লাগে। ইয়াৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব লাগে।

  • বৰফ প্ৰয়োগ

গৰমত ফোঁহা আৰু খজুৱতিৰ পৰা সকাহ পাবলৈ বৰফ লগোৱাটোৱেই আটাইতকৈ সহজ আৰু ফলপ্ৰসূ সমাধান। ই ছালখন ঠাণ্ডা কৰে আৰু বিষ, ৰঙা পৰা আৰু খজুৱতি কমায়। ইয়াৰ বাবে ২-৩ টা বৰফৰ টুকুৰা পৰিষ্কাৰ কাপোৰেৰে মেৰিয়াই খজুৱতি হোৱা বা গৰম হোৱা ঠাইত ৫-১০ মিনিট লাহে লাহে ঘঁহিব লাগে। দিনটোত ২-৩ বাৰ এনে কৰিলে তৎক্ষণাত সকাহ পোৱা যায়।

  • এলোভেৰা

এলোভেৰাৰ প্ৰদাহ নিবাৰণকাৰী আৰু শীতল গুণ আছে, যিয়ে গৰমৰ ফোঁহা, খজুৱতি সোনকালে ভাল কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই ছালখনক হাইড্ৰেট কৰে, যাৰ ফলত নতুন পিম্পল হোৱাত বাধা দিয়ে। গৰমৰ ফোঁহা আৰু খজুৱতিৰ বাবে সতেজ এলোভেৰা জেল উলিয়াই আক্ৰান্ত ঠাইত লগাব লাগে। ১৫-২০ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব লাগে।

  • তিয়ঁহ

তিয়ঁহ গ্ৰীষ্মকালত শৰীৰক শীতল কৰি ৰখাৰ সৰ্বোত্তম উপায়। ই ছালত হাইড্ৰেট কৰে আৰু খজুৱতি আৰু কাঁইটীয়া গৰমৰ পৰা সকাহ দিয়াত উপকাৰী। ইয়াক ব্যৱহাৰ কৰিবলৈ ঠাণ্ডা শসা এটা লৈ পাতলকৈ কাটি লৈ এই টুকুৰাবোৰ খজুৱতি বা কাঁইটীয়া ঠাইত থৈ ১০-১৫ মিনিট ৰাখিব লাগে। ইয়াৰ পিছত ঠাণ্ডা পানীৰে ধুব লাগে। দিনটোত দুবাৰকৈ এই কাম কৰিব পাৰে।

Tags: HOTREMEDYSUMMER PROBLEM

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025