• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, October 26, 2025
25 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

উৎসৱৰ বতৰত কিদৰে যত্ন ল’ব ছালৰ? সূৰ্যৰ দৰে জিলিকিব মুখমণ্ডল

Nation NE by Nation NE
September 12, 2024
in Top News, বিনোদন
0 0
উৎসৱৰ বতৰত কিদৰে যত্ন ল’ব ছালৰ? সূৰ্যৰ দৰে জিলিকিব মুখমণ্ডল

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

পঞ্চ ইন্দ্ৰিয়ৰ অন্যতম হৈছে ছাল। মানৱ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংশ। এই ছালৰ শুদ্ধ যতন লোৱাটো আমাৰ সকলোৰে বাবে প্ৰয়োজনীয়।শৰীৰৰ সকলো অংশ আৱৰি ৰখা এই ছালখনে অকল শীততাপ নিয়ন্ত্ৰণ কৰাই নহয়, আমাৰ সৌন্দৰ্যতো যথেষ্ট অৰিহণা যোগায়।

যেতিয়া সাজ-সজ্জাৰ কথা আহে, আটাইতকৈ বেছি মনোযোগ মুখখনলৈ যায়। উজ্জ্বল ছাল পাবলৈ মানুহে কি কি যে অনুসৰণ নকৰে। অৱশ্যে, উৎসৱৰ বতৰত ছালখন কেনেদৰে উজ্জ্বল কৰিব পাৰি, ছাল বিশেষজ্ঞৰ পৰা ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক।

ছাল স্বাস্থ্যৱান আৰু উজ্জ্বল কৰি ৰাখিবলৈ নিয়মীয়া ছালৰ যত্নৰ ৰুটিন অনুসৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। ছাল উজ্জ্বল কৰিবলৈ স্বাস্থ্যকৰ অভ্যাস আৰু খাদ্য দুয়োটাই প্ৰভাৱ পেলায়। এনে বহুতো লোক আছে যিয়ে তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যৰ যত্ন লওঁতে তেওঁলোকৰ ছালৰ যত্ন ল’বলৈ পাহৰি যায়।

পিলগ্ৰিমৰ সহ-প্ৰতিষ্ঠাপক গগনদীপ মক্কৰে কয় যে আমি ছালৰ সঠিকভাৱে যত্ন ল’লেহে ছালৰ সমস্যাসমূহ  এৰাই চলিব পাৰিম। ছালৰ যত্নৰ ৰুটিনত, কেৱল সেই সামগ্ৰীয়েই ব্যৱহাৰ কৰিব যিবোৰে আপোনাৰ ছালৰ বাবে অতিকৈ ভাল। যিহেতু বৰ্তমান উৎসৱৰ বতৰ, সেয়েহে ছালৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।

ক্লীনজিং

গগনদীপ মক্কৰে কৈছে যে, পৰিষ্কাৰ কৰাটো আপোনাৰ ছালৰ যত্নৰ লোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ই গোটেই দিনটো ছালত জমা হোৱা লেতেৰা, অতিৰিক্ত তেল আৰু ধুলি আঁতৰ কৰাত সহায় কৰে। অৱশ্যে, আমি নিজৰ ছাল অনুসৰি ক্লিনজাৰ টো বাছনি কৰা। তৈলাক্ত ছালৰ বাবে জেল, শুকান ছালৰ বাবে ক্ৰীম আৰু সংবেদনশীল ছালৰ বাবে মৃদু ক্লিনজাৰ ব্যৱহাৰ কৰা উচিত।

টোনিং

টোনিংয়ে ছালৰ pH স্তৰৰ ভাৰসাম্য ৰাখে। ই আমাৰ ছালক ময়শ্চ’ৰাইজ কৰাত সহায় কৰে। টোনিংয়ে ছালখন সতেজ আৰু হাইড্ৰেটেত কৰি ৰাখে। উজ্জ্বল ছাল পাবলৈ, ছালৰ ভিতৰ আৰু বাহিৰখন হাইড্ৰেটেড কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ।

চিৰাম

আজিকালি, ছালৰ সমস্যা পৰিহাৰ কৰিবলৈ বহুতো চিৰাম আছে। মানুহে মূখৰ সূক্ষ্ম ৰেখা, ডাঠ দাগ আৰু ছালৰ পৰা প্ৰদাহ আঁতৰাবলৈ চিৰাম ব্যৱহাৰ কৰা হয়। আমি মনত ৰখা উচিত যে, আমি টোনিং কৰাৰ পিছতহে ফেচ চিৰাম ব্যৱহাৰ কৰা উচিত।

ময়শ্চ’ৰাইজিং

ময়শ্চ’ৰাইজিংয়ে আমাৰ ছালকন হাইড্ৰেট কৰি ৰখাত সহায় কৰে। কিছুমান লোকৰ ছাল অলপ তেলেতীয়া, সেয়েহে তেওঁলোকে ময়েশ্চাৰাইজাৰ ব্যৱহাৰ নকৰে। অৱশ্যে, বিশেষজ্ঞসকলে কয় যে, ই সদায়ে ছালক আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে।

চানস্ক্ৰীণ

আমাৰ ছালক সূৰ্যৰ ইউভি ৰশ্মিৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ, আমি চানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগে। ই ছালৰ কৰ্কট ৰোগৰ আশংকাও হ্ৰাস কৰে। দৈনিক কমেও 30 SPF যুক্ত চানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগে। ই সূৰ্যৰ দাগ আৰু মুখমণ্ডলৰ কোঁচ খোৱা ৰেখাৰ পৰা পৰিত্ৰাণ যোগায়।

Tags: Beauty tipsGlowing SkinSkin Care

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025
পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…
Top News

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

October 25, 2025
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Top News

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

October 25, 2025
ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…
Top News

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

October 25, 2025
শুল্ক যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা, টিকটক সন্দৰ্ভত আমেৰিকা আৰু চীনৰ মাজত চুক্তি
Top News

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

October 25, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 25, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

পশ্চিম তুৰস্কত বৃহৎ নাও দুৰ্ঘটনা, কমেও ১৪ জনৰ প্ৰাণহানি…

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

শুল্ক বিবাদৰ মাজতে ট্ৰাম্প-ছি জিনপিঙৰ বৈঠক, আয়োজক দক্ষিণ কোৰিয়া

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025