• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, April 3, 2026
28 °c
Guwahati
27 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    জানক কি কয় আপোনাৰ আজিৰ দিনটোৰ ৰাশিফলে

    আজমলৰ হেলিকপ্তাৰত অথন্তৰ, বহু সময় উৰিও অৱতৰণ কৰিব নোৱাৰিলে হেলিপেডত

    নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ, ‘এইবাৰ ৫লাখ বিঘা মাটিত উচ্ছেদ কৰিম’

    বিজেপিৰ ৩১ টা ডাঙৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘উজনিত ইউনুছ তামুলীৰ প্ৰৱেশ নিষিদ্ধ লগতে থাকিব নোৱাৰিব এটাও মিঞা’, ঠায়ে ঠায়ে বেনাৰ-পোষ্টাৰ লগাই তীব্ৰ প্ৰতিবাদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজা ৰঘুবংশীৰ কাণ্ড সন্দৰ্ভত পুনৰ ২জনক গ্ৰেপ্তাৰ

Nation NE by Nation NE
June 23, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
সঞ্জয় বাৰ্মা কোন? স্বামীক প্ৰৱঞ্চনা কৰি ঘণ্টা ঘণ্টা ধৰি কথা পাতিছিল সোনমে?
Share on FacebookShare on TwitterWhatsApp

ইন্দোৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত মেঘালয় আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে মধ্যপ্ৰদেশৰ পৰা নতুন ২ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগে লগে এই গোচৰত বৰ্তমানলৈকে মুঠ ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

২১ জুনৰ নিশা দেৱাস জিলাৰ ভনৰাছা টোল প্লাজাৰ পৰা SITয়ে ভোপাললৈ পলায়ন কৰিবলৈ ওলোৱা ব্যৱসায়ী ছিলম জেমছক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি, ইন্দোৰৰ এটা ফ্লেটত ৰাজাৰ পত্নী সোণমে লুকুৱাই ৰখা এটা সন্দেহজনক বাকচ এটা জেমছে লুকুৱাই ৰাখিছিল। এই বাকচটোত হত্যাকাণ্ডৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ প্ৰমাণ পোৱা যাব বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

আকৌ ২২ জুনৰ পুৱতি নিশা অশোকনগৰৰ পৰা বল্লা আহিৰৱাৰ নামৰ এজন নিৰাপত্তাৰক্ষীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সোণম থকা একেটা এপাৰ্টমেণ্টতে তেওঁ নিৰাপত্তাৰক্ষী হিচাপে আছিল। দুয়োজন অভিযুক্তক ইন্দোৰ আদালতত হাজিৰ কৰোৱা হ’ব আৰু শিলচৰলৈ নিবলৈ ট্ৰেনজিট ৰিমাণ্ড বিচাৰিব।

আৰক্ষীৰ মতে, ছিলম জেমছে জেৰাৰ সময়ত সোনামৰ বাকচটো জ্বলাই ধ্বংস কৰা বুলি জানিবলৈ দিয়ে। অৱশ্যে ঘটনাস্থলীত ৰাজাৰ  লেপটপ অথবা গহনা বিচাৰি নাপালে আৰক্ষীয়ে। জেমছ সেইজন ব্যক্তি যিয়ে হত্যাকাণ্ডৰ সহ অভিযুক্ত বিশাল চৌহানক ফ্লেটটো ভাড়াত দিছিল। ফ্লেটটোৰ মাহিলী ভাড়া ১৭ হাজাৰ টকা বুলি কোৱা হৈছে।

সূত্ৰ অনুসৰি, ২০ মে’ত সোণমে স্বামী ৰাজাৰ সৈতে মেঘালয়লৈ গৈছিল আৰু ২৩ মে’ত ৰাজা নিৰুদ্দেশ হৈছিল।২ জুনত ইষ্ট খাছি পাহাৰৰ জলপ্ৰপাতৰ কাষৰ খাৱৈৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

তদন্তত প্ৰকাশ পাইছে যে ৰাজাক প্ৰেমিক ৰাজ কুশৱাহা আৰু কেইজনমান বন্ধুৰ সৈতে লগ-লাগি সোণমে হত্যা কৰিছিল। যোৱা ৮ জুনত উত্তৰ প্ৰদেশৰ গাজীপুৰত আত্মসমৰ্পণ কৰিছিল সোণমে। বৰ্তমান SITয়ে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত গভীৰভাৱে তদন্ত কৰি আছে।

Tags: rajasonamUP

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

ট্ৰাম্প প্ৰশাসনৰ অধীনত ৫ কোটি ডলাৰৰ স্বাস্থ্যসেৱাৰ এক বৃহৎ কেলেংকাৰী, উন্মোচিত হ’ল সকলো তথ্য

April 3, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

তেল সংকট: ভাৰতৰ পৰা সহায়ৰ ভিক্ষা, এসময়ত ভাৰতক মুকলিকৈ সমালোচনা কৰা এই দেশৰ

April 3, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক নস্যাৎ ইৰাণৰ, সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি অভিহিত ইৰাণৰ

April 3, 2026
বিমানত ‘অ*শ্লী*ল আচৰণ’ৰ বলি এইগৰাকী অভিনেত্ৰী! সহযাত্ৰীয়ে অতিক্ৰম কৰিলে সকলো সীমা,  সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই ভিডিঅ’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

ট্ৰাম্প প্ৰশাসনৰ অধীনত ৫ কোটি ডলাৰৰ স্বাস্থ্যসেৱাৰ এক বৃহৎ কেলেংকাৰী, উন্মোচিত হ’ল সকলো তথ্য

তেল সংকট: ভাৰতৰ পৰা সহায়ৰ ভিক্ষা, এসময়ত ভাৰতক মুকলিকৈ সমালোচনা কৰা এই দেশৰ

ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক নস্যাৎ ইৰাণৰ, সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি অভিহিত ইৰাণৰ

বিমানত ‘অ*শ্লী*ল আচৰণ’ৰ বলি এইগৰাকী অভিনেত্ৰী! সহযাত্ৰীয়ে অতিক্ৰম কৰিলে সকলো সীমা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এই ভিডিঅ’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025