• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

SITৰ তদন্তত প্ৰকাশ পালে Dark Secret, জানক কি হৈছিল ৰাজা ৰঘুবংশীৰ সৈতে…

Nation NE by Nation NE
June 18, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
সোণম-ৰাজা ৰঘুবংশী অন্তৰ্ধান হোৱাৰ পূৰ্বে বিগত ১২ ঘণ্টাত মেঘালয়ৰ প্ৰত্যক্ষদৰ্শীৰ সকলো তথ্য প্ৰকাশ, ১৭ দিনৰ সমগ্ৰ কাহিনী জানক…
Share on FacebookShare on TwitterWhatsApp

প্ৰতিদিনে ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ গোচৰত নতুনকৈ প্ৰকাশ পাইছে। ১৭ জুনত শ্বিলং আৰক্ষীৰ এছ আই টি দলে হত্যাকাণ্ডৰ সমগ্ৰ ঘটনাৰ ক্ৰম বুজিবলৈ অপৰাধস্থলী পুনৰ নিৰ্মাণ কৰে।

সদৰ থানাৰ পৰা প্ৰায় ১০:৩০ বজাত সোণম আৰু তিনিওজন মূল অভিযুক্ত বিশাল, আনন্দ আৰু আকাশক লৈ আৰক্ষীৰ দলটোৱে নিশা ১২:১৫ বজাত মৌলাখিয়াট গাঁৱত উপস্থিত হয়, য’ৰ পৰা ডাবল ডেকাৰ দলংলৈ যোৱা পথটো আৰম্ভ হয়।

সোনম, ৰাজা ৰঘুবংশী আৰু অভিযুক্ত তিনিজনে ২২ মে’ত এই পথেৰে ডাবল ডেকাৰ দলংলৈ গৈছিল।সোনম আৰু ৰাজা এটা হোমষ্টেত থকাৰ বিপৰীতে বাকী তিনিজন কিছু দূৰৈত আন এটা হোমষ্টেত আছিল। ২৩ মে’ত সকলোৱে চেক আউট কৰি মাউলাখিয়াট পাৰ্কিং পালেগৈ। ইয়াৰ পিছত ৱেই ছাউডং জলপ্ৰপাতৰ ওচৰৰ এটা ভিউ পইণ্টত ৰাজাক হত্যা কৰা হয়।

আৰক্ষীক বিষয়াই অভিযুক্তই জনোৱা অনুসৰি, পূৰ্বে দুবাৰকৈ হত্যাৰ চেষ্টা কৰা হৈছিল যদিও তেওঁলোক সফল নহয়। তৃতীয়বাৰত হত্যাকাণ্ড সংঘটিত হৈছিল যেতিয়া ৰাজা ভিউ পইণ্টৰ ওচৰত থিয় হৈ আছিল।

আৰক্ষীৰ তথ্য অনুসৰি, বিশালে প্ৰথম আক্ৰমণ চলাইছিল, যিটো আছিল আটাইতকৈ দ্ৰুত। আনন্দই দ্বিতীয়টো আক্ৰমণ আৰু আকাশে তৃতীয়টো আক্ৰমণ কৰে। জেৰাৰ সময়ত আৰক্ষীয়ে দুখন অস্ত্ৰ (দাৱ) ব্যৱহাৰৰ তথ্য লাভ কৰে। ইয়াৰে এখন উদ্ধাৰ কৰা হৈছে, আনহাতে আনখনৰ তালাচী বৰ্তমানেও চলি আছে।

কোৱা হৈছে যে, হত্যাকাণ্ডৰ সময়ত সোনম ৰাজাৰ সন্মুখত থিয় হৈ আছিল আৰু সোনমেই আক্ৰমণ কৰাৰ সংকেত দিছিল। ৰাজাৰ মৃত্যুৰ পিছত ৩জন অভিযুক্তই তেওঁৰ মৃতদেহটো তুলি লৈ এটা খাৱৈত পেলাই দিয়ে। ২ জুনত উদ্ধাৰ হোৱা আকাশৰ চাৰ্টত তেজৰ দাগ পোৱা গৈছিল। আকাশে কয় যে তেওঁ খাৱৈত পেলাই দিছিল।

হত্যাকাণ্ডৰ পিছত সোনমে ৰাজাৰ মোবাইল ভাঙি পিছত বিশালেও ভাঙি পেলায়। আৰক্ষীৰ মতে, সোনমৰ মোবাইল এতিয়াও উদ্ধাৰ হোৱা নাই। পলায়নৰ সময়ত সোনমে আত্মগোপন কৰি থকা ইন্দোৰৰ ফ্লেটটোতো আৰক্ষীৰ দলটোৱে তালাচী চলাইছে। বৰ্তমান সেই ফ্লেটটো খালী অৱস্থাত পোৱা গৈছে।

জেৰাৰ সময়ত সোনমে স্বীকাৰ কৰে যে তেওঁ হত্যাৰ ষড়যন্ত্ৰত জড়িত আছিল। প্ৰেমৰ বাহিৰে বৰ্তমানলৈকে আৰক্ষীয়ে আন কোনো কাৰণ বিচাৰি পোৱা নাই যদিও এতিয়াও তদন্ত অব্যাহত আছে।

Tags: rajaSITsonam

Related Posts

দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026
পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025