• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দক্ষিণৰ জনপ্ৰিয় অভিনেতা শ্ৰীনিৱাস ৰাওৰ দেহাৱসান

Nation NE by Nation NE
July 13, 2025
in Top News, বিনোদন, ৰাষ্ট্ৰীয়
0 0
দক্ষিণৰ জনপ্ৰিয় অভিনেতা শ্ৰীনিৱাস ৰাওৰ দেহাৱসান
Share on FacebookShare on TwitterWhatsApp

দক্ষিণ ভাৰতীয় চিনেমাৰ অন্যতম কিংবদন্তি তাৰকা কোটা শ্ৰীনিবাস ৰাৱে ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। অত্যন্ত জনপ্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুত মনোৰঞ্জন জগতত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে টুইট কৰি অভিনেতা গৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি চিনেমা জগতৰ বাবে এক বৃহৎ ক্ষতি বুলি অভিহিত কৰিছে।

তেওঁ লিখিছে, ‘বহুমুখী চৰিত্ৰৰে চিনেমা দৰ্শকৰ হৃদয় জয় কৰা প্ৰখ্যাত অভিনেতা কোটা শ্ৰীনিবাস ৰাওৰ মৃত্যু অত্যন্ত দুখজনক। প্ৰায় চাৰি দশকত চিনেমা আৰু থিয়েটাৰৰ ক্ষেত্ৰখনলৈ তেওঁৰ কলাত্মক অৱদান আৰু তেওঁ অভিনয় কৰা ভূমিকাসমূহ অবিস্মৰণীয় হৈ থাকিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অভিনেতাগৰাকীৰ মৃত্যু তেলেগু চলচ্চিত্ৰ জগতৰ বাবে এক অপূৰণীয় ক্ষতি। ১৯৯৯ চনত বিজয়ৱাড়াৰ পৰা বিধায়ক হিচাপে জয়লাভ কৰি জনসাধাৰণৰ সেৱা আগবঢ়াইছিল। তেওঁৰ পৰিয়ালৰ সদস্যসকলক গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

তেলেগু চলচ্চিত্ৰ জগতত শ্ৰীনিবাস ৰাও আছিল এক ডাঙৰ নাম। ১৯৭৮ চনত ‘প্ৰাণম খাৰিডু’ ছবিৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰে। ৪০ বছৰতকৈও অধিক সময়ৰ অভিনয় জীৱনত তেওঁ ৭৫০ খনতকৈও অধিক ছবিত কাম কৰিছিল।

২০১৫ চনত অভিনেতাগৰাকীক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল। তেলেগুৰ উপৰি ৰাৱে তামিল, হিন্দী, কানাড়া আৰু মালয়ালম চিনেমাত কাম কৰিছিল।

অভিনয়ৰ সমান্তৰালকৈ প্ৰবীণ অভিনেতাগৰাকীয়ে সক্ৰিয় ৰাজনীতিতো জড়িত আছিল। ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ তেওঁ অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়া ইষ্টৰ পৰা বিধায়ক আছিল।

Tags: Kota Srinivasa RaoPassed AwaySouth Actor

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025