• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
22 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

Nation NE by Nation NE
July 19, 2025
in Top News, উত্তৰ পূৱ, ত্ৰিপুৰা, ৰাষ্ট্ৰীয়
0 0
অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ত্ৰিপুৰাত অবৈধভাৱে বসবাস কৰি থকা বাংলাদেশী লোকসকলক চিনাক্ত কৰাৰ বাবে গঠন কৰা হৈছে বিশেষ টাস্ক ফ’ৰ্চ। পশ্চিম ত্ৰিপুৰা জিলা আৰক্ষী টাস্ক ফ’ৰ্চত ১৫ জন সদস্য আছে। বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাড়নৰ বাবে গঠন কৰা হৈছে এই টাস্ক ফ’ৰ্চ।

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, পশ্চিম ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক কিৰণ কুমাৰৰ নিৰ্দেশত এই টাস্ক ফ’ৰ্চটো গঠন কৰা হৈছে। জিলাখনৰ ১৫ খন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰে গঠন কৰা হৈছে এই টাস্ক ফ’ৰ্চ।

প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব জিলা আৰক্ষীৰ চোৰাংচোৱা শাখাৰ উপ-অধীক্ষক দেবাশীষ সাহা। প্ৰতিবেদন অনুসৰি চৰকাৰী গাইডলাইনত উল্লেখ আছে যে সঠিক তদন্তৰ পিছত যদি কোনো লোকক অবৈধভাৱে থকা বাংলাদেশী বা ৰোহিংগিয়া বুলি চিনাক্ত কৰা হয় তেন্তে তেওঁলোকৰ বায়’মেট্ৰিক (ফিংগাৰপ্ৰিণ্ট আৰু ফেচিয়েল ইমেজ) আৰু অন্যান্য তথ্য সংগ্ৰহ কৰা হ’ব।

ইয়াৰ পিছত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত বিদেশী চিনাক্তকৰণ পৰ্টেলত তেওঁলোকৰ সবিশেষ আপলোড কৰা হ’ব। এই কাৰ্য সমাপন হোৱাৰ পিছত তেওঁলোকক সীমান্ত সুৰক্ষা বাহিনীক গতাই দি নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হ’ব।

উল্লেখ্য যে, সম্প্ৰতি ভাৰতৰ কেইবাখনো ৰাজ্যত অবৈধ বাংলাদেশীয়ে বসবাস কৰি থকাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈ আহিছে। পশ্চিম বংগ, ত্ৰিপুৰা, অসমৰ লগতে ঝাৰখণ্ড আদি ৰাজ্যত লাখ-লাখ অবৈধ বাংলাদেশীয়ে বসবাস কৰাৰ ফলত স্থানীয় লোকসকলৰ খিলঞ্জীয়াৰ প্ৰতি বৃহত ভাবুকি অহাৰো অভিযোগ উত্থাপন হৈ আহিছে।

Tags: Illegal BangladeshiRohingyaSpecial Task ForceTripuraTripura Police

Related Posts

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত
Top News

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
আন্তঃ ৰাষ্ট্ৰীয়

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

March 11, 2026
‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

ইৰাণ যুদ্ধৰ সামৰণিৰ ইংগিত ট্ৰাম্পে! তীব্ৰভাৱে হ্ৰাস খাৰুৱা তেলৰ মূল্য

‘মধ্যপ্ৰাচ্যৰ সংকটে দেশৰ জনতাক বিপদত পেলাব নোৱাৰিব’, মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025