• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি

Nation NE by Nation NE
August 22, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি
Share on FacebookShare on TwitterWhatsApp

দুৰ্নীতিৰ অভিযোগত শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংঘেক গ্ৰেপ্তাৰ কৰা হৈছে। সংবাদ সংস্থা এ এফ পিৰ এক প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত এখন ব্ৰিটিছ বিশ্ববিদ্যালয়ত পত্নীক সন্মান জনোৱাৰ উদ্দেশ্যে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ লণ্ডনলৈ যোৱা ভ্ৰমণ সন্দৰ্ভত সোধা-পোছা কৰাৰ পিছত বিক্ৰমসিংঘেক আটক কৰা হয়।

প্ৰতিবেদন অনুসৰি এজন বিষয়াই কয় যে তেওঁক কলম্বো ফ’ৰ্টৰ দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হ’ব। বিক্ৰমসিংঘেই দেশৰ সম্পদ ব্যক্তিগত কামত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, ২০২৩ চনত জি-৭৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি হাভানাৰ পৰা উভতি অহাৰ সময়ত লণ্ডনত ৰৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে। লণ্ডনৰ এখন বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে বিক্ৰমসিংঘে আৰু তেওঁৰ পত্নী মাইট্ৰিয়ে।

ব্যক্তিগত ভ্ৰমণৰ বাবে চৰকাৰী ধন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে বিক্ৰমসিংঘেই স্পষ্টীকৰণ দিছিল যে তেওঁৰ ভ্ৰমণৰ খৰচ তেওঁৰ পত্নীয়ে নিজেই বহন কৰিছিল আৰু ইয়াত চৰকাৰী ধন ব্যৱহাৰ কৰা হোৱা নাছিল।

ইফালে আৰক্ষীয়ে অভিযোগ কৰে যে বিক্ৰমসিংঘেই ব্যক্তিগত ভ্ৰমণৰ বাবে চৰকাৰী ধন ব্যৱহাৰ কৰিছিল। আৰক্ষীৰ মতে, তদন্তত বিক্ৰমসিংঘেৰ দেহৰক্ষীকো চৰকাৰী কোষাগাৰৰ পৰা ধন দিয়া বুলি জানিব পৰা গৈছে।

এই সমগ্ৰ বিষয়ত নিজৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ চিআইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

Tags: Corruption CaseRanil WickremesingheSri Lanka

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025