• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, January 30, 2026
20 °c
Guwahati
20 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শিৰোমণি আকালী দলৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ সুখবীৰ সিং বাদলৰ

Nation NE by Nation NE
November 16, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
শিৰোমণি আকালী দলৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ সুখবীৰ সিং বাদলৰ
Share on FacebookShare on TwitterWhatsApp

শিৰোমণি আকালী দলৰ অধ্যক্ষ সুখবীৰ সিং বাদলে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে। দেশৰ অন্যতম জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয়ে আজি কাৰ্যকৰী সমিতিক পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁৰ নিজৰ কাৰ্যকালৰ সময়ত দলৰ আন আন নেতা-কৰ্মীসকলে সহায় সহযোগিতা কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

শিৰোমণি আকালী দলৰ নেতা দলজিৎ সিং চিমাই কয়, ‘শিৰোমণি আকালী দলৰ অধ্যক্ষ সুখবীৰ সিং বাদলে নতুন অধ্যক্ষ নিৰ্বাচনৰ বাট প্ৰসস্ত কৰাৰ বাবে তেওঁ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে। তেওঁ নিজৰ কাৰ্যকালৰ সময়ত তেওঁক সহায়-সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী দলীয় নেতা-কৰ্মীক অন্তৰেৰ ধন্যবাদ জ্ঞাপন কৰে।’

অৱশ্যে দলৰ নেতা দলজিৎ সিং চিমাই ইয়াক ৰুটিন দলীয় প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। ২০১৯ চনৰ ডিচেম্বৰ মাহত দলৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত আগন্তুক ১৪ ডিচেম্বৰত পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হ’ব বুলিও কয়। গতিকে সভাপতি পদৰ বাবে পুনৰ নিৰ্বাচন হ’ব আৰু ইয়াৰ পূৰ্বে সুখবীৰ সিং বাদলে নিৰ্বাচনৰ পূৰ্বে পদৰ পৰা পদত্যাগ কৰিছে। সোমবাৰে দলৰ কাৰ্যকৰী সমিতিৰ বৈঠকত সুখবীৰ সিং বাদলৰ পদত্যাগ সন্দৰ্ভত আলোচনা কৰা হ’ব বুলিও তেওঁ কয়।

২০০৮ চনত সুখবীৰ সিং বাদলে শিৰোমণি আকালী দলৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈছিল। তেওঁ সুদীৰ্ঘ ১৬ বছৰ আৰু দুমাহ সময় দলৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰিছে। সুখবীৰ সিং বাদলৰ পূৰ্বে অধ্যক্ষ পদত অধিষ্ঠিত আছিল তেওঁৰ পিতৃ প্ৰকাশ সিং বাদল।

উল্লেখ্য যে, অহা ২০ নৱেম্বৰত পঞ্জাৱৰ চাৰিটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ পূৰ্বে সুখবীৰ সিং বাদলে অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰা বিষয়টোৱে ৰাজ্যখনৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে।

Tags: Shiromani Akali DalSukhbir Singh Badal

Related Posts

দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ
Top News

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়া-ইৰাণসহিতে ৭৫ দেশৰ ভিছাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতিৰ ডাঙৰ ঘোষণা
Top News

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

January 29, 2026
পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

কোনো বাধ্যত পৰি অৱসৰ ঘোষণা কৰিছে নেকি অৰিজিৎ সিঙে? ভূষণ কুমাৰ ডাঙৰ মন্তব্য…

বলীউড অভিনেতা ৰণবীৰৰ বিৰুদ্ধে দাখিল FIR, কি ক’লে বেংগালুৰুৰ অধিবক্তাই?

ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত আৰোপ কৰা ২৫% শুল্ক উঠাই ল’ব নেকি ট্ৰাম্পে?

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হৈ সাংসদসহ ১৫ জনৰ প্ৰাণহানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025