• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৪ বৰ্ষত সৰ্বোচ্চ ন্যায়ালয়ৰ কেইটামান উল্লেখযোগ্য ৰায়দান

Nation NE by Nation NE
December 28, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

অন্তিম ক্ষণত ২০২৪। আৰু কেইটামান দিনৰ পিছতে অন্ত পৰিব চলিত ২০২৪ বছৰ। নতুনক আদৰাৰ পূৰ্বে ২০২৪ চনত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰা কেইটামান উল্লেখযোগ্য ৰায়দানৰ ওপৰত চকু ফুৰাওঁ আহক।

জানুৱাৰী

বিলকিছ বানোৰ ঘটনাৰ লগত জড়িত ১১ জন অপৰাধীক মুকলি কৰিবলৈ দিয়া গুজৰাট চৰকাৰৰ হঠচকিত সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ উজাৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। ২০০২ চনত দেশজোকাৰি যোৱা গুজৰাট কাণ্ডৰ সময়ত মহিলাৰ সৈতে হোৱা গণধৰ্ষণ আৰু মহিলাগৰাকীৰ পৰিয়ালক হত্যা কৰাত অভিযুক্ত কেইগৰাকীক গুজৰাট চৰকাৰে ক্ষমাদান পলিচিৰ জৰিয়তে মুকলি কৰি দিছিল। গুজৰাট চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাত সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টো হস্তক্ষেপ কৰি গুজৰাট চৰকাৰৰ সিদ্ধান্তক খাৰিজ কৰি দিয়ে। এই ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়ে বিলকিছ বানো গোচৰৰ ১১ জন দোষীৰ আটাইকেইজনৰ ক্ষমা বাতিল কৰিছিল।

ফেব্ৰুৱাৰী

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ইলেক্টৰেল বণ্ড (নিৰ্বাচনী বণ্ড)ক অসাংবিধানিক আখ্যা দি ইয়াৰ ওপৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছিল। ভাৰতবৰ্ষৰ সংবিধানৰ ১৯ (১)(ক)ৰ দোহাই দি ইলেক্টৰেল বণ্ড আঁচনিক অবৈধ ঘোষণা কৰে সৰ্বোচ্চ ন্যায়ালয়ে। এই আঁচনিৰ জৰিয়তে যিকোনো ব্যক্তি বা সংগঠন বা অনুষ্ঠানে ৰাজনৈতিক দলক অনুদান দিব পাৰিছিল। কিন্তু ই আছিল সম্পূৰ্ণ গোপনীয়তা।

মাৰ্চ

আইন প্ৰণয়নকাৰীসকলে উপঢৌকন ল’লে তেওঁলোক কেতিয়াও সাৰি যাব নোৱাৰিব। এনেধৰণৰ উপঢৌকনে বিধি বিধান জড়িত কাৰ্যত নঞৰ্থক প্ৰভাৱ পেলায়। এই মন্তব্য কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে।

এপ্ৰিল

EVM-VVPAT ৰ এশ শতাংশ ক্ৰছ ভেৰিভিকেচনক সৰ্বোচ্চ ন্যায়ালয়ে অগ্ৰাহ্য কৰিছিল।

মে’

জামিনৰ সময়ত কোনো অপৰাধী বা অভিযুক্তই জামিন পোৱাৰ সময়ত গুগুল মেপৰ জৰিয়তে নিজৰ লোকেচন শ্বেয়াৰ কৰা বিষয়ক লৈ সংশোধন।

জুলাই

দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত কাৰাগাৰলৈ যোৱা তেতিয়াৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে।

ছেপ্তেম্বৰ

POCSO আইনত নতুন দিশৰ সংযোজন। শিশুৰ সৈতে হোৱা ভয়ংকৰ কাণ্ড চোৱাটো POCSO আইনৰ অধীনত দণ্ডনীয়।

নৱেম্বৰ

দেশত শেহতীয়াকৈ উচ্ছেদৰ নামত গা কৰি উঠা বুলড’জাৰ প্ৰথাক তীব্ৰ সমালোচনা কৰি সৰ্বোচ্চ ন্যায়ালয়ে ইয়াক অসাংবিধানিক আখ্যা দিছিল।

Tags: 2024New yearSupreme Court

Related Posts

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ
Top News

March 21, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 21, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 21, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 21, 2026
লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

শীৰ্ষ সংবাদ

চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025