• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 13, 2026
22 °c
Guwahati
22 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

Nation NE by Nation NE
February 13, 2026
in Top News, ক্ৰীড়া
0 0
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Share on FacebookShare on TwitterWhatsApp

১২ ফেব্ৰুৱাৰীত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ভাৰত আৰু নামিবিয়াৰ মাজত অনুষ্ঠিত হয় ICC টি-২০ বিশ্বকাপ ২০২৬ৰ খেলখন। ৯৩ ৰানৰ বৃহৎ ব্যৱধানত জয়লাভ কৰে টীম ইণ্ডিয়াই। ইয়াৰ লগে লগে টিম ইণ্ডিয়াইও প্ৰতিযোগিতাখনৰ একেৰাহে দ্বিতীয়খন মেচত জয়লাভ কৰে।

এই টি-২০ বিশ্বকাপত এতিয়ালৈকে টীম ইণ্ডিয়াই ভাল আৰম্ভণি কৰিছে। প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত ভাৰতে আমেৰিকাক ২৯ ৰাণত পৰাস্ত কৰে।

টি-২০ বিশ্বকাপত ভাৰতৰ ৫টা বৃহৎ জয়

  • ভাৰত বনাম নামিবিয়া

ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰা চলি থকা ICC টি-২০ বিশ্বকাপ ২০২৬ত ৰানৰ ক্ষেত্ৰত টীম ইণ্ডিয়াই সৰ্বাধিক জয়লাভ কৰে। দিল্লীত নামিবিয়াৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে ৯৩ ৰানৰ বিশাল জয় পঞ্জীয়ন কৰি টি-২০ বিশ্বকাপৰ ইতিহাসত ৰানৰ ক্ষেত্ৰত ভাৰতৰ সৰ্ববৃহৎ জয়।

  • ইংলেণ্ড বনাম ভাৰত

২০১২ চনৰ ICC টি-২০ বিশ্বকাপত কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত খেলখন অনুষ্ঠিত হৈছিল। ইংৰাজ দলটোক ৯০ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে টীম ইণ্ডিয়াই। টি-২০ বিশ্বকাপৰ ইতিহাসত ৰানৰ ক্ষেত্ৰত ভাৰতৰ এয়া দ্বিতীয় সৰ্বাধিক জয়।

  • ভাৰত বনাম অষ্ট্ৰেলিয়া

২০১৪ চনৰ ICC টি-২০ বিশ্বকাপত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলখন মিৰপুৰত অনুষ্ঠিত হৈছিল। এই খেলখনত টীম ইণ্ডিয়াই ৭৩ ৰানত জয়লাভ কৰে, যিটো টি-২০ বিশ্বকাপৰ ইতিহাসত ৰানৰ ক্ষেত্ৰত ভাৰতৰ তৃতীয় সৰ্বাধিক জয়।

  • জিম্বাবুৱে বনাম ভাৰত

ভাৰত আৰু জিম্বাবুৱেৰ মাজত অনুষ্ঠিত হোৱা ICC টি-২০ বিশ্বকাপ ২০২২ৰ খেলখনত টীম ইণ্ডিয়াই ৭১ ৰানত জয়লাভ কৰে। এই খেলখন মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হৈছিল। জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতে ৭১ ৰানত জয়লাভ কৰি টি-২০ বিশ্বকাপৰ ইতিহাসত ৰানৰ ক্ষেত্ৰত ভাৰতৰ চতুৰ্থ সৰ্বাধিক জয়।

  • ভাৰত বনাম ইংলেণ্ড

প্ৰভিডেন্সত অনুষ্ঠিত হৈছিল ICC টি-২০ বিশ্বকাপ ২০২৪ৰ ছেমি ফাইনেল খেলখন ভাৰত আৰু ইংলেণ্ডৰ মাজত। এই মেচত টীম ইণ্ডিয়াই ইংৰাজ দলক ৬৮ ৰানত পৰাস্ত কৰে, যিটো টি-২০ বিশ্বকাপৰ ইতিহাসত ৰানৰ ক্ষেত্ৰত ভাৰতৰ পঞ্চম সৰ্বাধিক জয়।

Tags: #cricketIndiaT20 World Cup

Related Posts

ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি  নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…
Top News

ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…

February 13, 2026
ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 13, 2026

শীৰ্ষ সংবাদ

ঔষধতকৈ অধিক ফলপ্ৰসূ নেকি নিউট্ৰাচিউটিকেল? জানক প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ নতুন ধাৰাটোৰ সম্পৰ্কে…

টি-২০ বিশ্বকাপত ভাৰতৰ ৫ বৃহৎ জয়, কেতিয়া আৰু কিমান ৰানত পৰাস্ত হ’ল টীম ইণ্ডিয়া?

ভাৰতৰ বিৰুদ্ধে হিংসাজনিত মন্তব্য কৰা বাংলাদেশী নেতাৰ পৰাজয়, নিজ আসন অক্ষুণ্ণ ৰখাত অসমৰ্থ…

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025