• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
23 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টি-২০ বিশ্বকাপৰ পৰা ৰোহিত-বিৰাটৰ অৱসৰ, নতুন মুখৰ Entry…

Nation NE by Nation NE
August 8, 2025
in Top News, ক্ৰীড়া
0 0
টি-২০ বিশ্বকাপৰ পৰা ৰোহিত-বিৰাটৰ অৱসৰ, নতুন মুখৰ Entry…
Share on FacebookShare on TwitterWhatsApp

২০২৪ চনৰ টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰাৰ পাছত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এই ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত ভাৰতৰ টি-২০ দলত বহু ডাঙৰ পৰিৱৰ্তন দেখা যায়।

সূৰ্যকুমাৰ যাদৱক ভাৰতৰ টি-২০ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ লগে লগে দলত বহু নতুন মুখক সুযোগ দিয়াৰ লগতে ৰিংকু সিং আৰু অভিষেক শৰ্মাৰ দৰে খেলুৱৈয়েও দলত স্থান লাভ কৰে।

আনকি বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ অৱসৰৰ পূৰ্বেও টীম ইণ্ডিয়া অতি শক্তিশালী আছিল আৰু এইসকল খেলুৱৈয়ে টি-২০ৰ পৰা অৱসৰ লোৱাৰ পিছতো দলটোত বহু শক্তিশালী খেলুৱৈ আছে। ইতিমধ্যে অভিষেক শৰ্মাই টি-২০ ইণ্টাৰনেশ্যনেলত বহু ৰান সংগ্ৰহ কৰি নিজৰ প্ৰতিভাৰ উমান দি থৈছে। ইয়াৰ লগে লগে তেওঁ ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত সৰ্বাধিক ৰান সংগ্ৰহকাৰী।

ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে বিশ্বকাপৰ পিছত ১৪খন মেচত ২৫৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, য’ত দুটা অৰ্ধশতক অন্তৰ্ভুক্ত হৈ আছে। টি-২০ বিশ্বকাপ ২০২৪ৰ পিছত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত সূৰ্যকুমাৰ পঞ্চম স্থানত আছে।

এই তালিকাত হাৰ্দিক পাণ্ডিয়াৰ নাম চতুৰ্থ স্থানত আছে। পাণ্ডিয়াই ১৩টা ইনিংছত ৩৫.৫৫ গড়ে ৩২০ ৰান সংগ্ৰহ কৰিছে।

এই তালিকাত তৃতীয় স্থানত আছে ভাৰতীয় যুৱ খেলুৱৈ তিলক বাৰ্মা। তিলক বাৰ্মাই ৯টা ইনিংছত ৮২.৬০ গড়ে ৪১৩ ৰান সংগ্ৰহ কৰিছে। এই ৯টা ইনিংছত তিলক বাৰ্মাই দুটা শতক আৰু তিনিটা অৰ্ধশতক অৰ্জন কৰিছে।

এই তালিকাত সঞ্জু চেমছনে ১৬ ইনিংছত ৪৮৭ ৰান সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে। এই সময়ত চেমছনে তিনিটা শতক অৰ্ধশতক অৰ্জন কৰিছে।

টি-২০ ক্ৰিকেটত ভাৰতৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে অভিষেক শৰ্মা। অভিষেকে ১৬টা ইনিংছত ৫৩৫ ৰান সংগ্ৰহ কৰিছে। অভিষেক শৰ্মাৰ গড় ৩৩.৪৩ আৰু ষ্ট্ৰাইক ৰেট ১৯৩.৮৪। এই সময়ছোৱাত অভিষেকে দুটা শতক অৰ্জন কৰিছে।

Tags: #cricket#T20Sports

Related Posts

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা
Top News

March 12, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

March 12, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

শীৰ্ষ সংবাদ

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

ইন্ধনৰ মূল্যবৃদ্ধিৰ আশংকা! পাম্পত উপস্থিত হৈ ৫ হাজাৰ লিটাৰ পেট্ৰ’ল ভৰালে টেংকাৰত, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

Mahakumbh Viral Girl মনালিছাৰ ভিডিঅ’ ভাইৰেল, মুছলমান প্ৰেমিকে শিৰত সেন্দুৰ পিন্ধালে নীলনয়নী মনালিছাৰ

যুদ্ধবিৰতি সন্দৰ্ভত ইৰাণৰ ৩ চৰ্ত, মধ্যপ্ৰাচ্যৰ যুদ্ধত বৰ্তমানলৈকে কি কি হৈছে? ১০টা বিশেষ আপডেট

ট্ৰাম্পৰ ভাবুকিৰ পিছত তেহৰানৰ এক বৃহৎ পদক্ষেপ! পাৰস্য উপসাগৰত আমেৰিকাৰ তেল টেংকাৰত বিস্ফোৰণ ইৰাণৰ

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025