• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেম্পিয়নছ ট্ৰফীত ভাৰতৰ বাবে ডাঙৰ জয়! অকলশৰীয়া পাকিস্তান ক্ৰিকেট ব’ৰ্ড

Nation NE by Nation NE
November 30, 2024
in Top News, ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফীত ভাৰতৰ বাবে ডাঙৰ জয়!  অকলশৰীয়া পাকিস্তান ক্ৰিকেট ব’ৰ্ড
Share on FacebookShare on TwitterWhatsApp

প্ৰতিজন ক্ৰিকেট অনুৰাগীৰ দৃষ্টি বৰ্তমান চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ওপৰত। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ আয়োজন  কৰিব পাকিস্তানে।চেম্পিয়নছ ট্ৰফী ২০২৫ ক’ত কেনেকৈ আয়োজন কৰা হ’ব সেই লৈ বিতৰ্ক অব্যাহত আছে।

পিছে আইচিচিয়ে বৰ্তমানেও ঘোষণা কৰা নাই প্ৰতিযোগিতাখনৰ সময়সূচী। ইয়াৰ আঁৰৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে, ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা বিবাদ। আচলতে টীম ইণ্ডিয়াই এই টুৰ্ণামেণ্টৰ বাবে পাকিস্তানলৈ যাবলৈ আগ্ৰহী নহয়।

কিন্তু পিচিবি (PAKISTAN CRICKET BOARD)য়ে নিজ দেশতে সমগ্ৰ প্ৰতিযোগিতাখন পৰিচালনা কৰিব বিচাৰিছে। এনে পৰিস্থিতিত আইচিচিয়ে ২৯ নৱেম্বৰত সকলো ব’ৰ্ডৰ বৈঠকৰ আয়োজন কৰিছিল, যাতে এই প্ৰতিযোগিতাখনৰ চূড়ান্ত সিদ্ধান্ত ল’ব পৰা যায়। কিন্তু এই বৈঠক পিছুৱাই দিয়া হৈছে।

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সন্দৰ্ভত বৰ্তমান পাকিস্তান ক্ৰিকেট ব’ৰ্ড অকলে থিয় দিছে। যদিহে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এই বৈঠকত নিজৰ জোৰত অটল হৈ থাকে, তেন্তে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে।

আশা কৰা হৈছে যে, অহা ২৪-৪৮ ঘণ্টাৰ ভিতৰত ইয়াৰ সমাধান পোৱা যাব আৰু তাৰ পিছত আইচিচিয়েও চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী ঘোষণা কৰিব, কাৰণ এতিয়া এই প্ৰতিযোগিতা আৰম্ভ হ’বলৈ ৩ মাহতকৈও কম সময় বাকী আছে।

উল্লেখ্য যে, আই চি চি টুৰ্ণামেণ্ট আৰু এছিয়া কাপৰ সময়তহে ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে পাকিস্তানেও এছিয়া কাপ ২০২৩ৰ আয়োজকৰ অধিকাৰ লাভ কৰিছিল।

কিন্তু তেতিয়াও ভাৰতীয় দলটোৱে পাকিস্তান ভ্ৰমণ কৰা নাছিল। এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত আয়োজন কৰা হৈছিল। তাৰ পিছত টীম ইণ্ডিয়াই শ্ৰীলংকাত সকলো খেল খেলিছিল আৰু ইয়াতেই ফাইনেলও অনুষ্ঠিত হৈছিল। অৰ্থাৎ একেটা সূত্ৰকে আকৌ এবাৰ চেষ্টা কৰিব পাৰি।

Tags: #cricketIndiaSports

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025