• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টীম ইণ্ডিয়াৰ দুৱাৰদলিত “3 Idiots” ৰ প্ৰযোজকৰ পুত্ৰ, কোন এইগৰাকী খেলুৱৈ

Nation NE by Nation NE
October 27, 2024
in Top News, ক্ৰীড়া
0 0
টীম ইণ্ডিয়াৰ দুৱাৰদলিত “3 Idiots” ৰ  প্ৰযোজকৰ পুত্ৰ, কোন এইগৰাকী খেলুৱৈ
Share on FacebookShare on TwitterWhatsApp

টীম ইণ্ডিয়াৰ তাৰকা বেটছমেনসকল বৰ্তমান যথেষ্ট দুৰ্বল ফৰ্মৰ সৈতে যুঁজি আছে। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা এই টেষ্ট শৃংখলাত ভাৰতীয় বেটছমেনসকলে দৰ্শকক বহুখিনি হতাশ কৰিছে। এই সকলোবোৰৰ মাজতে ৰঞ্জী ট্ৰফীত বিধ্বংসী ৰূপ ধাৰণ কৰিছে এজন যুৱ বেটছমেনে।

এই বেটছমেনজনক ৰখোৱাটো প্ৰতিজন বলাৰৰ বাবে এক ডাঙৰ চিন্তাত পৰিণত হৈছে। ৰঞ্জী ট্ৰফীত একেৰাহে দ্বিতীয়টো শতক অৰ্জন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এইগৰাকী খেলুৱৈয়ে। এইগৰাকী খেলুৱৈয়ে এই পৰ্যন্ত চলিত ছিজনত ৰঞ্জী ট্ৰফীত এটা শতক আৰু দুটা ডাবল শতক অৰ্জন কৰিছে।

এই খেলুৱৈগৰাকী হৈছে অগ্নি চোপ্ৰা। ২৫ বছৰীয়া অগ্নি চোপ্ৰা বলীউডৰ এগৰাকী প্ৰবীণ প্ৰযোজকৰ পুত্ৰ, যি ভাৰতীয় ক্ৰিকেটত নতুন চাঞ্চল্যৰ সৃষ্টি কৰিছে।২০২৪-২৫ বৰ্ষৰ ৰঞ্জী ট্ৰফীত মিজোৰামৰ হৈ খেলা যুৱ বেটছমেন অগ্নি চোপ্ৰাই ভাৰতীয় ক্ৰিকেটৰ নতুন চাঞ্চল্যত পৰিণত হৈছে। অগ্নি চোপ্ৰাই চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰথম শ্ৰেণীত অভিষেক ঘটায়, তেওঁৰ চুটি কেৰিয়াৰত নিজৰ নাম উজ্বলাইছে।

বৰ্তমান মিজোৰামৰ দলে ৰঞ্জী ট্ৰফীত মণিপুৰৰ বিৰুদ্ধে খেলি আছে। এই মেচখনৰ প্ৰথম ইনিংছত অগ্নি চোপ্ৰাৰ বেটৰ পৰা দেখা গ’ল এক উজ্জ্বল দ্বৈত শতক। অগ্নি চোপ্ৰাই ২৬৯টা বলত ২১৮ ৰানৰ ইনিংছ খেলে, য’ত আছিল ২৯টা চাৰি আৰু ১টা ছয়।

ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে খেলা খেল এখনত অগ্নি চোপ্ৰাই শক্তিশালী প্ৰদৰ্শন দেখুৱায়। সেই মেচখনৰ প্ৰথম ইনিংছত অগ্নি চোপ্ৰাই ১১০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত দ্বিতীয় ইনিংছত ২৩৮ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ইয়াৰ উপৰিও ২০২৪-২৫ চনৰ ৰঞ্জী ট্ৰফীৰ উদ্বোধনী মেচত তেওঁ অৰ্ধশতক অৰ্জন কৰে।

অগ্নি চোপ্ৰা হৈছে বলীউডৰ প্ৰবীণ প্ৰযোজক তথা পৰিচালক বিধু বিনোদ চোপ্ৰাৰ পুত্ৰ। বলীউডৰ এটা চিনাকী নাম বিধু বিনোদ চোপ্ৰা। তেওঁ ৩ ইডিয়টছৰ দৰে বিখ্যাত ছবি নিৰ্মাণ কৰিছে। এতিয়া তেওঁৰ পুত্ৰই ক্ৰিকেটৰ জগতত নিজৰ নাম উজলাবলৈ আগবাঢ়িছে।

অগ্নি চোপ্ৰাই মাত্ৰ ৯ খন প্ৰথম শ্ৰেণীৰ মেচত ৮ বাৰ ১০০ ৰো অধিক ৰান সংগ্ৰহ কৰিছে, ইয়াৰ বাহিৰেও তেওঁ ৪ টা অৰ্ধশতক অৰ্জন কৰিছে।

Tags: #icc #t20 #india #sports#IndianCricketTeam

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025