• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলত দুটা ডাঙৰ পৰিৱৰ্তন

Nation NE by Nation NE
June 19, 2025
in Top News, ক্ৰীড়া
0 0
ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলত দুটা ডাঙৰ পৰিৱৰ্তন
Share on FacebookShare on TwitterWhatsApp

ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ্ব দলৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় ১৯ বছৰ অনুৰ্ধ্ব দলত দুটা ডাঙৰ পৰিৱৰ্তন সাধন কৰিছে বিচিচিআইয়ে। ভাৰতীয় দলৰ দুগৰাকী খেলুৱৈ আদিত্য ৰাণা আৰু খিলন পেটেল আঘাতৰ বাবে ইংলেণ্ড ভ্ৰমণৰ পৰা বাদ পৰিছে।

বিচিচিআইয়ে এই ক্ৰিকেটাৰ দুজনৰ ঠাইত ডি দীপেশ আৰু নমন পুষ্পকক দলত অন্তৰ্ভুক্ত কৰিছে। দীপেশ আৰু নমনক এই ভ্ৰমণৰ বাবে ষ্টেণ্ডবাই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল।

বিচিচিআইয়ে কয় যে ইংলেণ্ড ভ্ৰমণৰ বাবে আদিত্য ৰাণা আৰু খিলান পেটেলৰ ঠাইত জুনিয়ৰ ক্ৰিকেট কমিটীয়ে দলত ডি দীপেশ আৰু নমন পুষ্পকক নিৰ্বাচিত কৰিছে।

২৪ জুনৰ পৰা আৰম্ভ হ’ব ভাৰতীয় ১৯ অনুৰ্ধ্ব দলৰ ইংলেণ্ড ভ্ৰমণ। ২৪ জুনত ভাৰতীয় দলটোৱে ৫০ অভাৰৰ ৱাৰ্ম আপ মেচ খেলিব। ইয়াৰ পিছত ২৭ জুনৰ পৰা ইংলেণ্ডৰ ১৯ অনুৰ্ধ্বৰ বিৰুদ্ধে এদিনীয়া শৃংখলা আৰম্ভ হ’ব।

ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে ৫ খন এদিনীয়া খেল খেলিব। প্ৰথমখন খেল ২৭ জুনত অনুষ্ঠিত হ’ব। দ্বিতীয়খন খেল ৩০ জুনত অনুষ্ঠিত হ’ব। আনহাতে তৃতীয়খন মেচ ২ জুলাইত অনুষ্ঠিত হ’ব। এদিনীয়া শৃংখলাৰ চতুৰ্থখন মেচ ৫ জুলাইত আৰু অন্তিমখন খেল ৭ জুলাইত অনুষ্ঠিত হ’ব।

আই পি এলত চমকপ্ৰদ প্ৰদৰ্শন কৰা বৈভৱ সূৰ্য্যবংশী আৰু আয়ুষ মাত্ৰেকো দলত স্থান দিয়া হৈছে। এই ভ্ৰমণত ভাৰতীয় দলটোক নেতৃত্ব দিব আয়ুষে।

ইয়াৰ পিছত দুয়োটা দলৰ মাজত দুখন মাল্টি ডে’ খেলৰ শৃংখলাও অনুষ্ঠিত হ’ব। এই শৃংখলাৰ প্ৰথমখন মেচ অহা ১২ জুলাইৰ পৰা ১৫ জুলাইলৈ অনুষ্ঠিত হ’ব। দ্বিতীয় আৰু অন্তিমখন মেচ ২০ জুলাইৰ পৰা ২৩ জুলাইলৈ অনুষ্ঠিত হ’ব।

ইংলেণ্ড ভ্ৰমণৰ বাবে টিম ইণ্ডিয়াৰ ১৯ বছৰ অনুৰ্ধ্ব দল

আয়ুষ মাত্ৰে (অধিনায়ক), বৈভৱ সূৰ্যবংশী, বিহান মালহোত্ৰা, মৌলিৰাজচিন চাৱড়া, ৰাহুল কুমাৰ, অভিজ্ঞান কুণ্ডু (উইকেটকীপাৰ আৰু সহঃঅধিনায়ক), হৰবংশ সিং (উইকেটকীপাৰ), আৰ এছ অম্ব্ৰিশ, কনিষ্ক চৌহান, হেনিল পেটেল, যুধাজিত গুহা, প্ৰণৱ ৰাঘবেন্দ্ৰ, মহম্মদ এনান, অনমোলজিৎ সিং, ডি দীপেশ, নমন পুষ্পক।

ষ্টেণ্ডবাই খেলুৱৈ : বেদান্ত ত্ৰিবেদী, বিকল্প তিৱাৰী, অলংক্ৰিথ ৰাপোল (উইকেটকীপাৰ)।

Tags: IndiaIndia vs EnglandUnder 19

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025