• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, January 27, 2026
20 °c
Guwahati
20 ° Wed
21 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কোন কেইটা ৰাশিৰ বাবে আজি ভাল দিন? জানিবলৈ পঢ়ক আজিৰ ৰাশিফল…

Nation NE by Nation NE
March 29, 2025
in Top News, অসম
0 0
ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো…
Share on FacebookShare on TwitterWhatsApp

মেষ: এই দিনটোত আপুনি এফালে শান্তি আৰু আনফালে উদ্বিগ্নতা অনুভৱ কৰিব ৷ ধৈৰ্য আৰু বিশ্বাস ৰাখক, সকলো ভাল হ’ব ৷ কিছুমান কাৰণত আপুনি চিন্তাত পৰিব পাৰে আৰু এইকেইদিন বচৰ লগত অলপ দূৰত্ব ৰাখক, কাৰণ কোনো অদৰকাৰী কাৰণত আপোনাক মনোকষ্ট দিব পাৰে ৷ শৰীৰৰ ওপৰত চকু ৰাখক, স্বাস্থ্য বেয়া হ’ব পাৰে ৷

বৃষ: গণেশৰ কৃপাত এটা সুন্দৰ দিন ৷ কাম সময়ত কাম শেষ কৰিব পাৰিব ৷ ঘৰুৱা জীৱনত সকলো শুভ হ’ব ৷ সহযোগীসকলৰ পৰা লাভবান হ’ব ৷ ডাঙৰৰ পৰা আৰ্শীবাদ আৰু বচৰ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ মানসিকভাৱে শান্তি আৰু পাৰিবাৰিকভাৱে সুন্দৰ দিন পাৰ হ’ব ৷ আপোনাৰ বিচৰাখিনি আপুনি লাভ কৰিব ৷

মিথুন: বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ পার্টি হʼব পাৰে বন্ধুৰ আৰু প্ৰেমৰ সম্পর্ক লগত ৷

কৰ্কট: আপোনাৰ চিন্তাৰ আচল কাৰণ হ’ব আপোনাৰ বন্ধু বা সন্তান বা দুয়ো একেলগে ৷ কথা কোৱাৰ সময়ত সতৰ্ক থাকক, কথা কোৱাৰ ঢং ঠিক কৰিব ৷ অনাৱশ্যক তৰ্ক এৰাই চলক ৷ সম্ভৱ হ’লে আপোনাৰ ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়ক ৷

সিংহ: আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ ধৈৰ্যশীল হওক লাভৱান হ’ব। আৰ্থিক লোকচানৰ সম্ভাৱনা।

কন্যা: আজি আপুনি ভাল পৰামর্শ পাব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে। আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে। কৰ্ম জীৱনত অশান্তি হʼব পাৰে। কৰ্মত প্রতিযোগিতা কৰিব পাৰে, কিন্তু প্রতিযোগি বিফল হʼব ৷

তুলা ৰাশি : আজি আপোনাৰ মনটো উত্ৰাৱল হৈ থাকিব, যাৰ ফলত আপুনি কোনো স্পষ্ট সিদ্ধান্ত ল’ব নোৱাৰিব ৷ কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ বাবে আজিৰ দিনটো অনুকূল নহয়। আপোনাৰ আঁকোৰগোজ স্বভাৱে আপোনাক আৰু আনকো বহুত অসুবিধাত পেলাব। আৰ্থিকভাৱে আজিৰ দিনটো ভাল, অৱশ্যে তাৰ আগতে আপুনি নিজৰ স্বাস্থ্যৰ যতন ল’ব লাগিব ৷

বৃশ্চিক: নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ শান্ত হৈ থাকি কৰ্ম কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব। শান্ত বা মধুৰ বাক্যই শুনোতাসকলক উৎসাহিত কৰিব পাৰে ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰচেষ্টা কৰক।

ধনু: প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে | পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব।

মকৰ: সামাজিক কাম, উদাৰতা আৰু উন্নয়নমূলক কামে আপোনাক উজলাই তুলিব ৷ এই দিনটো আপোনাৰ বাবে লাভজনক হ’ব ৷ বিবাহ প্ৰাৰ্থীসকলে বিশেষজনক লগ পাব পৰে ৷ অলপ চালি জাৰি ষ্টকত ধন বিনিয়োগ কৰিব। আপোনাৰো সন্তানৰ কৃতিত্বত সন্তুষ্ট হ’ব আৰু সকলো কামত সফল হ’ব ৷

কুম্ভ: গণেশৰ কৃপাত এটা সহজ দিন ৷ আপোনাৰ শৰীৰ আৰু মানসিক স্থিতি ভাল অৱস্থাত থাকিব ৷ ঘৰত বন্ধুত্বপূৰ্ণ আৰু সুন্দৰ জীৱন কটাব পাৰিব ৷ বন্ধুৰ লগটো ভালদৰে সময় কটাব পাৰিব ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ উন্নত হ’ব। বিবাহিতসকলে বৈবাহিক সুখ লাভ কৰিব আৰু অকলশৰীয়া সকলে প্ৰেমী বা বিপৰীত লিংগৰ বন্ধুৰ পৰা ভাল ব্যৱহাৰ পাব ৷ বিদেশৰ পৰা ভাল খবৰ লাভ কৰিব পাৰিব ৷

মীন: সতৰ্কতা অৱলম্বন কৰা উচিত ৷ আজি আপুনি বহুতো ব্যক্তিক আঘাত দিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে, লক্ষ্যত সফল হʼব ৷

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025