• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE by Nation NE
March 31, 2025
in Top News, অসম
0 0
ৰাশিফল অনুসৰি কেনে যাব আপোনাৰ আজিৰ দিনটো…
Share on FacebookShare on TwitterWhatsApp

মেষ- আপোনাৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই সকলোকে প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত মিলাই নিজৰ চিন্তা ধাৰাও সলনি কৰক। ইয়াৰ ফলত আপোনাৰ দৃষ্টিকোণ ব্যাপক হ’ব আৰু চিন্তা ধাৰাও সলনি কৰিব,লগতে ব্যক্তিত্বও বিকাশ  হ’ব। পৰিয়ালত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। শুভ নম্বৰ-৬, শুভ ৰং-নীলা।

বৃষ- আপোনাৰ সাহসী আৰু স্পষ্ট চিন্তাধাৰাই আপোনাৰ পৰিয়ালক উপকৃত কৰিব পাৰে।  ব্যৱসায়ত ভাল হ’ব। যি ব্যক্তি কলা আৰু ৰংগ মঞ্চৰ লগত জড়িত তেওঁলোকে আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ লাভ হ’ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ। প্ৰেমৰ সম্পৰ্কত কিছু জটিলতা আহিব পাৰে। শুভ সংখ্যা -৭, শুভ ৰং-বগা।

মিথুন- কৰ্মক্ষেত্ৰতো আপোনাৰ উদ্যম বৃদ্ধি পাব ৷ প্ৰশংসা লাভ কৰিব । আপোনাৰ সহকৰ্মীসকলেও আপোনাক সহায় কৰিব । ব্যক্তিগতভাৱে আপুনি আজিৰ দিনটো আনন্দৰে সৈতে পৰিয়ালৰ সৈতে কটাব । পদোন্নতিৰ যোগ ৷ শুভ নসংখ্যা-১৪, শুভ ৰং-বগা।

কৰ্কট- স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকিব লাগিব । ঔষধ ক্ৰয় কৰাৰ নামত খৰছ বৃদ্ধি হ’ব পাৰে । আজি গোটেই দিনটো আপোনাক কিছু নেতিবাচক চিন্তাই আমনি দি থাকিব । ধ্যান কৰিলে মানসিক শান্তি লাভ কৰিব । শুভ সংখ্যা-৫, শুভ ৰং-ৰঙা।

সিংহ- আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব। আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে। শিক্ষাৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে দিনটো ভাল। শুভ নম্বৰ-৬, শুভ ৰং-নীলা।

কন্যা- আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। শুভ সংখ্যা -৯, শুভ ৰং-হালধীয়া।

তুলা- আজি আপুনি মানসিকভাৱে প্ৰফুল্ল আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব । আপোনাৰ উদ্যমে আপোনাক নতুন কাম হাত ল’বলৈ উৎসাহিত কৰিব । আপোনাৰ সাংসাৰিক জীৱন আন্তৰিকতাৰে পূৰ্ণ হৈ থাকিব । বন্ধু আৰু প্ৰিয়জনৰ সৈতে ভ্ৰমণৰ যোগ আছে । আৰ্থিক লাভৰ প্ৰবল যোগ । আজি আপোনাৰ ধৰ্মীয় আচাৰ পালন আৰু তীৰ্থযাত্ৰাৰ নামত ব্যয় হ’ব পাৰে । শুভ নম্বৰ- ৮, শুভ ৰং- সুমথিৰা আৰু ৰঙা।

বৃশ্চিক- আজি আপোনাক আৱেগ আৰু দুশ্চিন্তাই কিছু আগুৰি থাকিব পাৰে। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। য’ত পৰিপক্বতাৰ প্ৰয়োজন তাত খৰধৰ নকৰিব। শুভ সংখ্যা -৪, শুভ ৰং-সুমথিৰা।

ধনু-  আজিৰ দিনটোত আপোনাৰ মনোবল বেছি হব, কিন্তু বুদ্ধিমানৰূপে খৰচ আৰু পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। ভাগ্য আপোনাৰ পক্ষত থাকিব, যাৰ বাবে আপুনি চাকৰিৰ ডাঙৰ সুযোগ পাব পাৰে। ব্যৱসায়ত কিছু সমস্যা থাকিব পাৰে, গতিকে ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। শুভ সংখ্যা-১০ , শুভ ৰং-নীলা।

মকৰ- আপুনি কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে। বিয়লি সকলো কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে। প্ৰেমত শুভ। শুভ সংখ্যা ৮ আৰু শুভ ৰং শুভ্ৰ।

কুম্ভ- স্থায়ী সম্পত্তিৰ কামৰ পৰা বিপুল সুবিধা লাভ কৰিব পাৰে। নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে। আয়ৰ নতুন উৎস লাভ কৰিব পাৰে। শুভ সংখ্যা -১, শুভ ৰং-ৰঙা।

মীন- আজিৰ দিনটো এই ৰাশিৰ জাতক-জাতিকাৰ বাবে যথেষ্ট শুভ হ’ব। বিদ্যাত সুনাম বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম। শুভ নম্বৰ-৮, শুভ ৰং-সুমথিৰা।

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা
Top News

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ
Top News

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

December 5, 2025
মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান
Top News

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

December 5, 2025

শীৰ্ষ সংবাদ

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025