• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
18 °c
Guwahati
18 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

এইসকল জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক ৰাশিফল

Nation NE by Nation NE
May 6, 2025
in Top News, অসম
0 0
ৰাশিফল অনুসৰি আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক…
Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা। শিক্ষাৰ্থীসকলৰ বাবে পঢ়া-শুনাত প্ৰত্যাহ্বান আহিব ৷ কিন্তু কঠিন পৰিশ্ৰমৰ দ্বাৰা সাফল্য লাভ কৰিব। ধৰ্মীয় যাত্ৰাত যোৱাৰ সম্ভাৱনা প্ৰবল, যাৰ ফলত সন্মান আৰু সামাজিক মৰ্যাদা বৃদ্ধি হ’ব । শুভ ৰং- ৰঙা, শুভ সংখ্যা- ২

বৃষ ৰাশি : কামৰ সময় বৃদ্ধি কৰাৰ প্ৰয়োজন হ’ব পাৰে, কিন্তু সেয়া সাৰ্থক হ’ব । প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আহিব পাৰে, সম্ভাব্য ভুল বুজাবুজি আৰু অযথা সমস্যাই সম্পৰ্কৰ অৱনতি ঘটাব পাৰে । শুভ ৰং- নীলা, শুভ সংখ্যা- ৫

মিথুন ৰাশি : জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে।  ব্যৱসায়িক সম্পর্ক উন্নত হʼব ৷ নিজৰ ওপৰত আশ্বাস, ভাৰসা আৰু নিশ্চয়তা ৰাখক, লক্ষ্য সফল হ’ব ৷ শুভ ৰং- সেউজীয়া, শুভ সংখ্যা- ৭

কৰ্কট ৰাশি : কৰ্ম জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ খৰচ বৃদ্ধি হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ। শুভ ৰং- গুলপীয়া, শুভ সংখ্যা- ৩

সিংহ ৰাশি : আপুনি জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ ধৈৰ্যশীল হওক লাভৱান হ’ব ৷ আপুনি দৃঢ় নিশ্চয়তা, নিজৰ ওপৰত সম্পূৰ্ণ ভাৰসা ৰখা উচিত । দিন বিপদাশংকা নহয়, তথাপিও নতুন ব্যৱসায় কৰাত সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শুভ ৰং- কমলা, শুভ সংখ্যা- ৪

কন্যা ৰাশি :  আজি আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ আপোনাৰ শান্ত বা মধুৰ বাক্যই শুনোতাসকলক উৎসাহিত কৰিব ৷ আজি ধ্যান বা যোগ কৰাৰ ভাল ৷ তেতিয়া প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ কাৰ্য্য-ব্যৱসায় সতৰ্কতাৰে, সাৱধানে আৰু সুস্থিৰে কৰিব ৷ ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শুভ ৰং- ৰঙা, শুভ সংখ্যা- ৯

তুলা ৰাশি : কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপোনাৰ ব্যস্তৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ আপুনি আপোনাৰ নিজৰ প্ৰেম সম্পর্ক মনোযোগ দিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব পাৰে ৷ সন্ধিয়া মানসিক চিন্তা হʼব পাৰে, মনোযোগ দিব সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ শুভ ৰং- পাতল নীলা, শুভ সংখ্যা- ১

বৃশ্চিক ৰাশি : এইটো দিন ভাল, সফলতা লাভ হʼব ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্য সফল হʼব ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব, বিঘিনিবোৰ আঁতৰ হʼব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ হʼব ৷ শুভ ৰং- পাতল সেউজীয়া, শুভ সংখ্যা- ৮

ধনু ৰাশি : আজি আপোনাৰ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ বিয়া আৰু সংযোগত সফলতা লাভ হʼব ৷ বিবাহিত জীৱন আনন্দৰ হʼব ৷ ভাগ্য ভাল হʼব ৷ প্রিয় দিন হʼব ৷ পৰিয়ালৰ লগত, বন্ধুবৰ্গৰ লগত দিন ভাল হʼব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শুভ ৰং- গুলপীয়া, শুভ সংখ্যা- ৯

মকৰ ৰাশি : আজি আপুনি ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ বিপদাশংকা কৰ্মক সহজে সম্পন্ন কৰিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ সন্ধিয়ালৈ আপোনাৰ আশাৰ আৰু আনন্দৰ দিন হʼব ৷ কর্মৰ প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও আপুনি প্ৰায় সফল হʼব ৷ শুভ ৰং- ৰঙা, শুভ সংখ্যা- ২

কুম্ভ ৰাশি : বিপদাশংকা নাই ৷ কার্য-ব্যৱসায়, পৰিয়াল আৰু প্ৰেমৰ সম্পর্ক তথা বন্ধুবৰ্গৰ লগত দিন ভাল হʼব ৷ শুভ ৰং- নীলা, শুভ সংখ্যা- ৬

মীন ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক, দিন ভাল হʼব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷ আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ শুভ ৰং- বগা, শুভ সংখ্যা- ২

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা
Top News

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ
Top News

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

December 5, 2025
মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান
Top News

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

December 5, 2025
ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025