• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
22 °c
Guwahati
23 ° Thu
23 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজিৰ ৰাশিফল: মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ

Nation NE by Nation NE
August 4, 2024
in Top News, অসম
0 0
ৰাশিফলঃ দিনটোৰ আৰম্ভণিতে জানি লওক আপোনাৰ ৰাশিফল?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ-শৰীৰ ভালে থাকিব। মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। বিশ্বাসী বন্ধুৰ পৰা সহায়ৰ যোগ। শুভ নম্বৰ-৪, শুভ ৰং-বগা আৰু নীলা

বৃষ-ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। বিদ্যাৰ্থীৰ শুভ। আৰ্থিক সমস্যা দূৰ হ’ব। প্ৰেমৰ সমস্যা আঁতৰ হ’ব। শুভ নম্বৰ-২, শুভ ৰং-ৰঙা আৰু গুলপীয়া

মিথুন-সাংসাৰিক দিশত মধ্যমীয়া। স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব। শুভ নম্বৰ- ৫, শুভ ৰং-পাতল সেউজীয়া আৰু নীলা

কৰ্কট-প্ৰেম-প্ৰীতিত কিছু সমস্যাই দেখা দিব। আজিৰ দিনটোত আপোনাৰ মন বেচ উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। শুভ নম্বৰ- ৪, শুভ ৰং-নীলা আৰু গুলপীয়া

সিংহ-মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীয়ে কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে।  শুভ নম্বৰ- ২, শুভ ৰং-ৰঙা

কন্যা-ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক সমস্যা দূৰ হ’ব। বিদ্যাৰ্থীয়ে সুফল লাভ কৰিব।প্ৰেমত শুভ। শুভ নম্বৰ- ৫, শুভ ৰং-হালধীয়া

তুলা-আজিৰ দিনটোত আপুনি কিছু আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থ্ন দিব। শুভ নম্বৰ- ৩, শুভ ৰং-নীলা আৰু মটিয়া

বৃশ্চিক-শৰীৰ ভালে থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। শুভ নম্বৰ-৬, শুভ ৰং-গুলপীয়া

ধনু-প্ৰেমত শুভ। ৰাজনীতিত উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। বিশ্বাসী বন্ধুৰ পৰা সহায়ৰ যোগ। শুভ নম্বৰ- ৫, শুভ ৰং-বগা আৰু নীলা

মকৰ-প্ৰেমত শুভ। শাৰিৰীক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক। শুভ নম্বৰ- ৯, শুভ ৰং-পাতল নীলা

কুম্ভ-শিক্ষাৰ্থীৰ মনৰ কিছু অশান্তি হ’ব পাৰে।সাহিত্য-সংস্কৃতিৰ লগত জড়িতসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব। প্ৰেমত শুভ। শুভ নম্বৰ- ৭, শুভ ৰং-নীলা আৰু সেউজীয়া

মীন-শিক্ষাৰ্থীৰ শুভ। মনত কিছু অশান্তিয়ে দেখা দিব। ৰাজনীতিত কিছু সমস্যাই দেখা দিব। শুভ নম্বৰ-৩, শুভ ৰং-সোণালী

Tags: #AssamAstrologyDaily Horoscope

Related Posts

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ
Top News

March 18, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 18, 2026
কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

March 17, 2026

শীৰ্ষ সংবাদ

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025