• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 10, 2025
33 °c
Guwahati
33 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

    ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

    ৰঙিয়াত আৱতৰীয়া দিপাৱলী; ‘অপাৰেশ্যন সেন্দূৰ’ক লৈ উৎফুল্লিত হিন্দু দল-সংগঠন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    ডায়েবেটিছৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে এইবোৰ খাদ্য, আজিয়েই আঁতৰাই পেলাওক নিজৰ খাদ্য তালিকাৰ পৰা…

    শৰীৰত প্ৰ’টিনৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে, কেনেকৈ চিনাক্ত কৰিব পাৰিব আপুনি?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰক্ষীৰ জিম্মাত অকথ্য নিৰ্যাতন কৰা গহপুৰ থানাৰ উপ-পৰিদৰ্শকক নিলম্বন

    আৰক্ষীৰ জিম্মাত অকথ্য নিৰ্যাতন কৰা গহপুৰ থানাৰ উপ-পৰিদৰ্শকক নিলম্বন

    কাইলৈ হঠাতে দেশত বাজি উঠিব ছাইৰেন, কিন্তু কিয়?

    অসমৰ ২০খন জিলাত হ’ব মকড্ৰিল? কোকৰাঝাৰ, ধুবুৰী, দৰং, ৰঙিয়া…….জানক সবিশেষ

    আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ, লগতে জানক এই জিলাসমূহৰ জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ সংখ্যা…

    কাইলৈ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

      Nation NE by Nation NE
      May 10, 2025
      in Top News, অসম
      0 0
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Share on FacebookShare on TwitterWhatsApp

      মেষ ৰাশি : সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব। আপোনাৰ আজি প্ৰায় ভাল হʼব। খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্কত মনোযোগ দিব। সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব।

      বৃষ ৰাশি : আজি জীৱনৰ গুৰুত্বপূৰ্ণ দিন। আজি আপোনাৰ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব। সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব। আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব।

      মিথুন ৰাশি : আপোনাৰ আজি ভাগ্য ভাল। ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব। জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব। প্ৰশংসা লাভ হʼব। কৰ্মজীৱনত ভাল বন্ধু লাভ হʼব। আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব।

      কৰ্কট ৰাশি : এটা সুন্দৰ দিনৰ আৰম্ভণি হৈছে ৷ শৰীৰৰ ওপৰত চকু দিয়ক, অন্যথা আপুনি দূৰ্বল আৰু কম কাৰ্যক্ষম অনুভব কৰিব, যাৰ ফল আপুনি মানসিকভাবে উপলব্ধি কৰিব ৷ ওপৰৰ অফিচাৰ বা প্ৰতিদ্বন্দ্বীসকলৰ পৰা আতঁৰি থাকিব আৰু বুদ্ধিৰে কামত আগবাঢ়িব ৷ সন্তানৰ বাবে উদ্বিগ্নতা বৃদ্ধি হʼব পাৰে ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷

      সিংহ ৰাশি : আজি আপুনি নিজৰ সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিব। ভালপোৱা, প্ৰেমৰ সম্পর্ক ভাল হʼব। পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে। আৰ্থিক ক্ষেত্ৰত ভাল।

      কন্যা ৰাশি : আজি আপোনাৰ সক্ৰিয় দিন হʼব । পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব । আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে । প্ৰশংসা লাভ হʼব । আপুনি নিজৰ ব্যৱসায় কর্মত ব্যস্ত আৰু প্ৰেম সম্পর্ক মনোযোগ দিব ।

      তুলা ৰাশি : ঈশ্বৰৰ আশীৰ্বাদত আজি গোটেই দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব । ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় হৈ উঠিব । তেওঁলোকৰ পৰা বহুত সাহায্য পাব । প্ৰত্যেক সম্পৰ্কৰ আবেগিক গভীৰতা আপুনি উপলব্ধি কৰিব । ওচৰৰ কোনোবা পৰ্যটন ক্ষেত্ৰলৈ ফুৰিব যাব পাৰে । আজি যিয়ে কৰিব তাতেই সফলতা পাব ।

      বৃশ্চিক ৰাশি : যুৱক-যুৱতীৰ লগত ভাল দিন হʼব । পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব । আপোনাৰ প্ৰায় ভাল, আনন্দময় দিন হʼব । বজাৰ কৰিবলৈ যোৱাৰ প্রিয় দিন হʼব । আপুনি লʼৰা-ছোৱালীৰ মন ভালে ৰখাত মনোযোগ দিব ।

      ধনু ৰাশি : আজি আপুনি নিজৰ আৰ্থিক দিশটোৰ পৰিকল্পনা প্ৰণালীবদ্ধভাৱে কৰিব । আজি আপোনাৰ সৃজনশীল মন উত্তম অৱস্থাত আছে, যাৰবাবে বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব । আজি আপুনি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব । আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব পাৰে ।

      মকৰ ৰাশি : প্রিয় দিন হʼব । নাম আৰু সুনাম হʼব! কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে । আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে । প্ৰশংসা লাভ হʼব । কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হʼব । সতৰ্কতা অৱলম্বন কৰা উচিত ৷

      কুম্ভ ৰাশি : আজি দিনটো আপোনাৰ টকা-পইচা খৰচ বৃদ্ধি হʼব পাৰে । টকা-পইচা খৰচ সাৱধানে কৰিব । পইচা জমা কৰক । আপোনাৰ নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে । গ্ৰহ-নক্ষত্ৰবোৰ ভাল । কর্ম-ব্যৱসায়ত ভাল, লক্ষ্য সফল হʼব ।

      মীন ৰাশি : আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে । যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতা পাব । বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে । পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে । পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব ।

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      এক্সন আৰম্ভ ভাৰতৰ, ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেশ্যন সেন্দুৰ’, পাকিস্তানৰ ৯টাকৈ স্থানত বায়ু সেনাৰ আক্ৰমণ
      Top News

      ভাৰত আক্ৰমণৰ পাকিস্তানৰ অপচেষ্টা বিফল, সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিলে ভাৰতীয় সেনাই

      May 10, 2025
      পাকিস্তানক নিমিষতে তচনচ কৰি পেলোৱা ভাৰতৰ ৫ বিপজ্জনক ক্ষেপণাস্ত্ৰ, জানক সবিশেষ…
      Top News

      পাকিস্তানক নিমিষতে তচনচ কৰি পেলোৱা ভাৰতৰ ৫ বিপজ্জনক ক্ষেপণাস্ত্ৰ, জানক সবিশেষ…

      May 10, 2025
      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে
      Top News

      কেৱল শৰীৰত শৰ্কৰাই বৃদ্ধি নহয় অন্য ৰোগৰো সম্ভাৱনাও বৃদ্ধি কৰে ডায়েবেটিছে

      May 9, 2025
      ভাৰতৰ সৈতে মাত্ৰ ৪ দিনহে যুদ্ধ কৰিব পাৰিব পাকিস্তানে! কিন্তু কিয়?
      Top News

      ২ দিনতেই আত্মসমৰ্পণ পাকিস্তানৰ, আন্ত:ৰাষ্ট্ৰীয় ঋণ ভিক্ষা

      May 9, 2025
      এক্সন আৰম্ভ ভাৰতৰ, ভাৰতে আৰম্ভ কৰিলে ‘অপাৰেশ্যন সেন্দুৰ’, পাকিস্তানৰ ৯টাকৈ স্থানত বায়ু সেনাৰ আক্ৰমণ
      Top News

      ‘OPERATION SINDOOR 2.0’ সন্দৰ্ভত বিশেষ আপডেট

      May 9, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      ব্যৱসায়-আৰ্থিক ক্ষেত্ৰত এইসকল জাতক-জাতিকাৰ বাবে আজি ভাল দিন; পঢ়ক ৰাশিফল

      May 9, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP