• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 24, 2025
30 °c
Guwahati
25 ° Sun
23 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    পেহেলগাম কাণ্ডত মৃত্যু হোৱা নৌ সেনাৰ লেফটেনেণ্ট বিনয় নাৰৱালৰ পৰিয়ালক অসম চৰকাৰৰ আৰ্থিক সাহায্য

    পেহেলগাম কাণ্ডত মৃত্যু হোৱা নৌ সেনাৰ লেফটেনেণ্ট বিনয় নাৰৱালৰ পৰিয়ালক অসম চৰকাৰৰ আৰ্থিক সাহায্য

    অবৈধভাৱে চলা ১৬ খন কৈ ই-ৰিক্সা বাহন জব্দ আৰক্ষীৰ

    অবৈধভাৱে চলা ১৬ খন কৈ ই-ৰিক্সা বাহন জব্দ আৰক্ষীৰ

    উত্তপ্ত দুলীয়াজানৰ ৰাজপথ, তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

    উত্তপ্ত দুলীয়াজানৰ ৰাজপথ, তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    শিক্ষাৰ্থী, ব্যৱসায়ীসকলৰ বাবে দিনটো কেনে যাব; জানিবলৈ পঢ়ক ৰাশিফল

    মুখ ঢাকি ৮ মাহৰ মূৰত কাৰাগাৰৰ পৰা ওলাই আহিল চুমি বৰা

    মুখ ঢাকি ৮ মাহৰ মূৰত কাৰাগাৰৰ পৰা ওলাই আহিল চুমি বৰা

    জীৱ শ্ৰেষ্ঠ মানৱৰ দানৱীয় কাণ্ড; ঢেঁকীয়াপতীয়া বাঘক হানি-খুচি হত্যা একাংশ উন্মত্ত লোকৰ

    জীৱ শ্ৰেষ্ঠ মানৱৰ দানৱীয় কাণ্ড; ঢেঁকীয়াপতীয়া বাঘক হানি-খুচি হত্যা একাংশ উন্মত্ত লোকৰ

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল…

    প্ৰথমবাৰৰ বাবে নতুন দিল্লীত দুদিনীয়াকৈ ‘ৰাইজিং নৰ্থ-ইষ্ট: দ্য ইনভেষ্টৰ্ছ ছামিট ২০২৫’

    প্ৰথমবাৰৰ বাবে নতুন দিল্লীত দুদিনীয়াকৈ ‘ৰাইজিং নৰ্থ-ইষ্ট: দ্য ইনভেষ্টৰ্ছ ছামিট ২০২৫’

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

      Nation NE by Nation NE
      May 24, 2025
      in Top News, অসম
      0 0
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Share on FacebookShare on TwitterWhatsApp

      মেষ–প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ কিছু অসন্তুষ্টি আৰু মূৰৰ বিষ হ’ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ শুভ যদিও চিন্তা বৃদ্ধিৰ কাৰক। শুভ নম্বৰ- ৪, শুভ ৰং- ৰঙা।

      বৃষ-আপোনাৰ স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপোনাৰ কোনোবা পূৰণি বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছু উপদেশ দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত।শুভ নম্বৰ- ৫, শুভ ৰং- সেউজীয়া।

      মিথুন-আজিৰ দিনটোত আপোনাৰ ব্যক্তিত্ব সুগন্ধিৰ দৰে চাৰিওফালে বিয়পি পৰিব। যিয়ে সকলোকে আকৰ্ষিত কৰিব। ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা।

      কৰ্কট-আজিৰ এই দিনটোত আপোনাৰ মনৰ অশান্তি কিছু বৃদ্ধি পাব। সেয়েহে মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো আৱশ্যক। শুভ নম্বৰ-৭, শুভ ৰং-মাখন আৰু বগা।

      সিংহ- আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে।শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা।

      কন্যা-বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আন দিনাতকৈ আজি আপোনাৰ ভালে যাব স্বাস্থ্য। বিদ্যাৰ্থীৰ বাবে শিভ। শুভ নম্বৰ-১, শুভ ৰং-সেউজীয়া।

      তুলা-আজিৰ দিনটো আপোনাৰ বাবে সুখজনক নহ’ব পাৰে। পিতৃ বা মাতৃয়ে স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। শিক্ষকতাৰ দৰে বৃত্তিত জড়িত লোকসকলে ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে আজি বিনিয়োগ কৰাৰ উত্তম সময়। শুভ সংখ্যা- ৯, শুভ ৰং- শুভ্ৰ।

      বৃশ্চিক-শিক্ষাৰ্থীৰ মনৰ কিছু অশান্তি হ’ব পাৰে।সাহিত্য-সংস্কৃতিৰ লগত জাতকসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব। প্ৰেমত শুভ। শুভ নম্বৰ- ৯, শুভ ৰং- সুমথিৰা আৰু সোণালী।

      ধনু-আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। শুভ সংখ্যা -৯, শুভ ৰং-হালধীয়া।

      মকৰ-আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। শুভ নম্বৰ-৬, শুভ ৰং- গুলপীয়া।

      কুম্ভ-মন উৎফুল্লিত হৈ থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ।শুভ নম্বৰ- ১, শুভ ৰং- হালধীয়া।

      মীন- বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং- সুমথিৰা।

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      পাকিস্তানৰ বিৰুদ্ধে এক্সনমুডত ভাৰত, PAK বিমানৰ বাবে আকাশমাৰ্গত নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধি
      Top News

      পাকিস্তানৰ বিৰুদ্ধে এক্সনমুডত ভাৰত, PAK বিমানৰ বাবে আকাশমাৰ্গত নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধি

      May 24, 2025
      ভাৰতে প্ৰেৰণ কৰা আম বিমান বন্দৰৰ পৰাই ওভতাই পঠিয়ালে আমেৰিকাই; কিন্তু কিয়?
      Top News

      পুনৰ ড’নাল্ড ট্ৰাম্পে দিলে ভাবুকি, ভাৰতত নিৰ্মাণ কৰিব নোৱাৰিব iPhone

      May 24, 2025
      সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ সম্পূৰ্ণ অধিকাৰ আছে : ভাৰতক সমৰ্থন জাৰ্মানীৰ
      Top News

      সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ সম্পূৰ্ণ অধিকাৰ আছে : ভাৰতক সমৰ্থন জাৰ্মানীৰ

      May 23, 2025
      পেহেলগাম কাণ্ডত মৃত্যু হোৱা নৌ সেনাৰ লেফটেনেণ্ট বিনয় নাৰৱালৰ পৰিয়ালক অসম চৰকাৰৰ আৰ্থিক সাহায্য
      Top News

      পেহেলগাম কাণ্ডত মৃত্যু হোৱা নৌ সেনাৰ লেফটেনেণ্ট বিনয় নাৰৱালৰ পৰিয়ালক অসম চৰকাৰৰ আৰ্থিক সাহায্য

      May 23, 2025
      মোদীৰ পিছত এইবাৰ পাকিস্তানক কঠোৰ সকীয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ
      Top News

      মোদীৰ পিছত এইবাৰ পাকিস্তানক কঠোৰ সকীয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ

      May 23, 2025
      পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰা আৰু দুজনক গ্ৰেপ্তাৰ ATSৰ
      Top News

      পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰা আৰু দুজনক গ্ৰেপ্তাৰ ATSৰ

      May 23, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP