• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 1, 2025
28 °c
Guwahati
28 ° Mon
27 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট

    যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট

    অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ

    অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    আজি আপোনাৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    বতৰৰ ভয়ংকৰ ৰূপ; নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত ৯ জন লোকৰ মৃত্যু

    বতৰৰ ভয়ংকৰ ৰূপ; নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত ৯ জন লোকৰ মৃত্যু

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো, কি কয় ৰাশিচক্ৰই

    নেৰানেপেৰা বৰষুণত স্তব্ধ জনজীৱন; চৰকাৰী কৰ্মচাৰী সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

    নেৰানেপেৰা বৰষুণত স্তব্ধ জনজীৱন; চৰকাৰী কৰ্মচাৰী সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

    নতুন পদ্ধতিৰে ঘোষণা হ’ব TCRTৰ চূড়ান্ত ফলাফল, জানক সবিশেষ…

    নতুন পদ্ধতিৰে ঘোষণা হ’ব TCRTৰ চূড়ান্ত ফলাফল, জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    বিটিচি নিৰ্বাচনত ১০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অগপই

    বিটিচি নিৰ্বাচনত ১০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অগপই

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      কেনে যাব আপোনাৰ আজিৰ দিনটো, কি কয় ৰাশিচক্ৰই

      Nation NE by Nation NE
      May 31, 2025
      in Top News, অসম
      0 0
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Share on FacebookShare on TwitterWhatsApp

      মেষ-আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। শুভ নম্বৰ-৬, শুভ ৰং- গুলপীয়া।

      বৃষ-আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সীমাহীন সৃজনাত্মক কাম আৰু উৎসাহে আপোনাক এটা লাভদায়ক দিশৰ পিনে লৈ যাব পাৰে।শুভ নম্বৰ-৬, শুভ ৰং-ৰঙা।

      মিথুন-আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। শুভ সংখ্যা -৯, শুভ ৰং-হালধীয়া।

      কৰ্কট- প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ কিছু অসন্তুষ্টি আৰু মূৰৰ বিষ হ’ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ শুভ যদিও চিন্তা বৃদ্ধিৰ কাৰক। শুভ নম্বৰ- ৪, শুভ ৰং- ৰঙা।

      সিংহ-আপোনাৰ স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপোনাৰ কোনোবা পূৰণি বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছু উপদেশ দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত।শুভ নম্বৰ- ৫, শুভ ৰং- সেউজীয়া।

      কন্যা- আজিৰ দিনটোত আপোনাৰ ব্যক্তিত্ব সুগন্ধিৰ দৰে চাৰিওফালে বিয়পি পৰিব। যিয়ে সকলোকে আকৰ্ষিত কৰিব। ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। শুভ নম্বৰ-৫, শুভ ৰং-ৰঙা।

      তুলা-শিক্ষাৰ্থীৰ মনৰ কিছু অশান্তি হ’ব পাৰে।সাহিত্য-সংস্কৃতিৰ লগত জাতকসকলে কিছু সমস্যাৰ সন্মুখীন হ’ব। প্ৰেমত শুভ। শুভ নম্বৰ- ৯, শুভ ৰং- সুমথিৰা আৰু সোণালী।

      বৃশ্চিক-বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং- সুমথিৰা।

      ধনু-আজিৰ এই দিনটোত আপোনাৰ মনৰ অশান্তি কিছু বৃদ্ধি পাব। সেয়েহে মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো আৱশ্যক। শুভ নম্বৰ-৭, শুভ ৰং-মাখন আৰু বগা।

      মকৰ- আজিৰ দিনটো আপোনাৰ বাবে সুখজনক নহ’ব পাৰে। পিতৃ বা মাতৃয়ে স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে। শিক্ষকতাৰ দৰে বৃত্তিত জড়িত লোকসকলে ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে আজি বিনিয়োগ কৰাৰ উত্তম সময়। শুভ সংখ্যা- ৯, শুভ ৰং- শুভ্ৰ।

      কুম্ভ-মন উৎফুল্লিত হৈ থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ।শুভ নম্বৰ- ১, শুভ ৰং- হালধীয়া।

      মীন-বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আন দিনাতকৈ আজি আপোনাৰ ভালে যাব স্বাস্থ্য। বিদ্যাৰ্থীৰ বাবে শিভ। শুভ নম্বৰ-১, শুভ ৰং-সেউজীয়া।

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট
      Top News

      যোৰহাটত সেনা ছাউনীৰ পৰা গ্ৰেপ্তাৰ এজন পাকিস্তানী এজেণ্ট

      June 1, 2025
      ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ৭ জন লোকৰ মৃত্যু, কেইবাজনো আহত
      Top News

      ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; ৭ জন লোকৰ মৃত্যু, কেইবাজনো আহত

      June 1, 2025
      অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ
      Top News

      অজিত পাৱাৰৰ দলত মোক্ষম আঘাত; ৭গৰাকী বিধায়কৰ দল ত্যাগ

      June 1, 2025
      ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্য! আজি মুম্বাইৰ সন্মুখত পঞ্জাব কিংছ
      Top News

      ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্য! আজি মুম্বাইৰ সন্মুখত পঞ্জাব কিংছ

      June 1, 2025
      ভাল খবৰ! আজিৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য
      Top News

      ভাল খবৰ! আজিৰ পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য

      June 1, 2025
      ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি
      Top News

      আজি আপোনাৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

      June 1, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP