• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 21, 2025
28 °c
Guwahati
28 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আজি কোনবোৰ ৰাশিৰ লোকৰ বাবে শুভ; জানক ৰাশিফল

    ৰিং বান্ধক ছিগা মথাউৰি বুলি উল্লেখ কৰি ৰাইজক আঁভুৱা-ভাৰিছে গৌৰৱ গগৈয়ে : পীযুষ হাজৰিকা

    ৰিং বান্ধক ছিগা মথাউৰি বুলি উল্লেখ কৰি ৰাইজক আঁভুৱা-ভাৰিছে গৌৰৱ গগৈয়ে : পীযুষ হাজৰিকা

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    সংবাদমেলযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ মন্তব্য…

    আজি ৰাভা দিৱস, জানক এইগৰাকী শিল্পীৰ জীৱনৰ কিছু কথা…

    আজি ৰাভা দিৱস, জানক এইগৰাকী শিল্পীৰ জীৱনৰ কিছু কথা…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    ৰাজ্যিক বিজেপিৰ নতুন কমিটীত কোন কোন সদস্যক অন্তৰ্ভূক্ত কৰা হৈছে?

    ৰাজ্যিক বিজেপিৰ নতুন কমিটীত কোন কোন সদস্যক অন্তৰ্ভূক্ত কৰা হৈছে?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আজি কোনবোৰ ৰাশিৰ লোকৰ বাবে শুভ; জানক ৰাশিফল

    ব্ৰহ্মপুত্ৰৰ পানী সন্দৰ্ভত পাকিস্তানক সঠিক উত্তৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    প্ৰাইভেট হাস্পতালসমূহলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আজি কোনবোৰ ৰাশিৰ লোকৰ বাবে শুভ; জানক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আজি কোনবোৰ ৰাশিৰ লোকৰ বাবে শুভ; জানক ৰাশিফল

      Nation NE by Nation NE
      June 21, 2025
      in Top News, অসম
      0 0
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Share on FacebookShare on TwitterWhatsApp

      মেষ ৰাশি: আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে ভাবি-চিন্তি ল’ব৷ দিনটো বৰ সফল দেখা নাযায়। মানসিক অশান্তি হ’ব পাৰে। পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে। কামৰ বোজাৰ পৰা সাৱধান।

      বৃষ ৰাশি:  খং নিয়ন্ত্ৰণ কৰক। দিনটো মধ্যমীয়া। কিছু স্বাভাৱিক পৰিৱৰ্তন আহিব। কিন্তু অপ্ৰত্যাশিত একো ঘটনা নঘটে। দৈনন্দিন কাম-কাজত সংঘাত আৰু বিবাদ এৰাই চলিব।

      মিথুন ৰাশি: বিলাসিতা, বৈভৱ আৰু জীৱনৰ আটাইবোৰ ভাল বস্তুৱে আজি আপোনাক আনন্দ দিব। বৃত্তিমূলক আৰু আৰ্থিক সকলো দিশৰ কাৰণে আজিৰ দিনটো বৰ সৌভাগ্যশালী। ধন বৃদ্ধি আৰু ব্যৱসায়ত উন্নতি। সামাজিক মৰ্যাদা লাভ।

      কৰ্কট ৰাশি: হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব। কঠোৰ পৰিশ্ৰমৰ ফল লাভ। নিজৰ জীৱন-যাপন কৰা প্ৰণালীক সৰল কৰিব। প্ৰেমৰ সম্পর্ক ভাল। বিবাহিতসকলৰ বাবে দিনটো শুভ।

      সিংহ ৰাশি: কামৰ বাবে বিদেশত থকা বন্ধু আৰু আত্মীয়-স্বজনৰ পৰা ইতিবাচক খবৰ পাব। তীৰ্থযাত্ৰা বা ছুটী কটোৱাৰ ক্ষেত্ৰত ভ্ৰমণৰ যোগ। ব্যৱসায়ী তথা বিনিয়োগকাৰীৰ কাৰণেও সময় অনুকূল।

      কন্যা ৰাশি: আপোনাৰ চাৰিওফালৰ পৰিৱেশক নান্দনিকভাৱে অধিক উন্নত কৰক। নাৰীৰ পৰা বিশেষকৈ মাতৃৰ পৰা প্ৰশংসা পাব। স্বাস্থ্যত নজৰ দিয়ক।

      তুলা ৰাশি: কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব। আজি বিপদৰ আশংকা নাই। দিনটো প্ৰায় ভাল। সৰু যাত্রা বা ভ্রমণ হʼব পাৰে। সৌন্দৰ্য বৃদ্ধি কৰিবলৈ সাজ-পোছাক কিনিব।

      বৃশ্চিক ৰাশি:  আজি প্ৰায় ভাল হʼব৷ লক্ষ্যত সফল। কৰ্ম-ব্যৱসায়ত সফল। কঠোৰ পৰিশ্ৰমৰ ফল লাভ। খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে। প্ৰেমৰ সম্পর্কত মনোযোগ দিব।

      ধনু ৰাশি: সৰু-সুৰা দুৰ্ঘটনা আৰু মানসিক অশান্তিয়ে সমগ্ৰ দিন আগুৰি থাকিব। খৰচৰ মাত্ৰা বৃদ্ধি। ভ্ৰমণৰ যোগ। 

      মকৰ ৰাশি: দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব। সতৰ্কতা অৱলম্বন কৰা উচিত। নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। আনৰ পৰা পৰামৰ্শ নল’ব। কর্মত শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব।

      কুম্ভ ৰাশি: ভাগ্য ভাল। ধনাগমনৰ দিশ শুভ। নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা সুন্দৰ দিন। বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে, আনন্দপূৰ্ণ হ’ব।

      মীন ৰাশি: নিজৰ আবেগ আৰু দুৰ্বলতাসমূহক প্ৰকাশ নকৰিব। প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে। মাতৃৰ অসুস্থতাৰ বাবে মনটো বেয়া হৈ থাকিব। সামগ্ৰিকভাৱে ক’ব গ’লে বৰ্তমান গ্ৰহৰ স্থান প্ৰতিকূল নহয়।

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      আজিৰ দিনটোত কিয় যোগ দিৱস পালন কৰা হয় ‘International Yoga Day’?
      Top News

      আজিৰ দিনটোত কিয় যোগ দিৱস পালন কৰা হয় ‘International Yoga Day’?

      June 21, 2025
      ট্ৰাম্পক সাক্ষাতক লৈ অসন্তুষ্ট! এনে কাম নকৰিবলৈ পাকিস্তানক আহ্বান ইৰাণৰ
      Top News

      ট্ৰাম্পক সাক্ষাতক লৈ অসন্তুষ্ট! এনে কাম নকৰিবলৈ পাকিস্তানক আহ্বান ইৰাণৰ

      June 20, 2025
      ৰিং বান্ধক ছিগা মথাউৰি বুলি উল্লেখ কৰি ৰাইজক আঁভুৱা-ভাৰিছে গৌৰৱ গগৈয়ে : পীযুষ হাজৰিকা
      Top News

      ৰিং বান্ধক ছিগা মথাউৰি বুলি উল্লেখ কৰি ৰাইজক আঁভুৱা-ভাৰিছে গৌৰৱ গগৈয়ে : পীযুষ হাজৰিকা

      June 20, 2025
      ভিডিঅ’-ফটো সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত…
      Top News

      ভিডিঅ’-ফটো সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত…

      June 20, 2025
      মৰ্মান্তিক ঘটনা; দেৱাল খহি এটা পৰিয়ালৰে চাৰিজন লোকৰ মৃত্যু
      Top News

      মৰ্মান্তিক ঘটনা; দেৱাল খহি এটা পৰিয়ালৰে চাৰিজন লোকৰ মৃত্যু

      June 20, 2025
      কাটিহাৰত ৰে’ল দুৰ্ঘটনা; ৰে’লৱে ট্ৰলীত খুন্দা অৱধ আছাম এক্সপ্ৰেছৰ, এজনৰ মৃত্যু
      Top News

      কাটিহাৰত ৰে’ল দুৰ্ঘটনা; ৰে’লৱে ট্ৰলীত খুন্দা অৱধ আছাম এক্সপ্ৰেছৰ, এজনৰ মৃত্যু

      June 20, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP