• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 17, 2025
29 °c
Guwahati
30 ° Fri
30 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ

    পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

    ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?

    ভূল চিকিৎসাত যুৱকৰ মৃ*ত্যু! কি হৈছিল নলবাৰীৰ এই চিকিৎসালয়ত?

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় : হিমন্ত বিশ্ব শৰ্মা

    ৰাহুল গান্ধীৰ অসম ভ্ৰমণে ৰাজ্যৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় : হিমন্ত বিশ্ব শৰ্মা

    হাতী-মানুহৰ সংঘাত, ৭খনকৈ বাসগৃহত ধ্বংসলীলা…

    হাতী-মানুহৰ সংঘাত, ৭খনকৈ বাসগৃহত ধ্বংসলীলা…

    বৰমিচিঙত ভয়ংকৰ কাণ্ড, প্ৰয়োজনীয় নথিপত্ৰৰ লগতে কিতাপ-পত্ৰ নষ্ট…

    বৰমিচিঙত ভয়ংকৰ কাণ্ড, প্ৰয়োজনীয় নথিপত্ৰৰ লগতে কিতাপ-পত্ৰ নষ্ট…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ব্যৱসায়ীসকলৰ বাবে কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক ৰাশিফল

      Nation NE by Nation NE
      July 17, 2025
      in Top News, অসম
      0 0
      পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল
      Share on FacebookShare on TwitterWhatsApp

      মেষ-আজিৰ এই দিনটোত আপোনাৰ মনৰ অশান্তি কিছু বৃদ্ধি পাব। সেয়েহে মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো আৱশ্যক। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ।

      বৃষ-সোনকালে ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু চিন্তা হ’ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ পেছাদাৰী মনোভাব বৃদ্ধি পাব। পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল।

      মিথুন-আজি আপোনাৰ মাজত সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। পুৰণি বন্ধুৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে।

      কৰ্কট-আজি আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যা সমাধান কৰিবলৈ সক্ষম হ’ব। ঘৰুৱা বিষয় সমূহত অধিক সমস্যাই দেখা দিব পাৰে।

      সিংহ-বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ।

      কন্যা-আপোনাৰ স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপোনাৰ কোনোবা পূৰণি বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছু উপদেশ দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত।

      তুলা-নতুন বন্ধুৰ সৈতে ভ্ৰমণৰ যোগ। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। স্বাস্থ্যৰ যতন ল’ব। যিসকল লোকে নিজৰ আত্মীয় অথবা ঘনিষ্ঠ বন্ধুৰ লগত ব্যবসায় কৰিছে আজি তেওঁলোকে ভাৱি চিন্তি পদক্ষেপ লোৱাটো জৰুৰী নহ’লে আৰ্থিক লোকচান হোৱাৰ আশাংকা আছে।

      বৃশ্চিক-আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক।

      ধনু-এই ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ কাৰক হ’ব। মানসিক, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশান্তি আৰু খেলিমেলি হ’ব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ।

      মকৰ-প্ৰেম প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত ভাল। শিক্ষাৰ্থীৰ মনৰ অশান্তি হ’ব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য উন্নতি হ’ব। ব্যৱসায়ীসকলৰ বাবেও দিনটো শুভ।

      কুম্ভ-প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ কিছু অসন্তুষ্টি আৰু মূৰৰ বিষ হ’ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ শুভ যদিও চিন্তা বৃদ্ধিৰ কাৰক।

      মীন-আশাবাদী হঁওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব।

      Tags: #AssamDaily HoroscopeToday Astrology

      Related Posts

      পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ
      Top News

      পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰি পলায়ন স্বামীৰ

      July 17, 2025
      সোণ কিনাৰ সুবৰ্ণ সুযোগ! জানক কিমান হৈছে সোণৰ মূল্য
      Top News

      সোণ কিনাৰ সুবৰ্ণ সুযোগ! জানক কিমান হৈছে সোণৰ মূল্য

      July 17, 2025
      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি
      Top News

      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

      July 17, 2025
      ছিৰিয়াত ইজৰাইলৰ ডাঙৰ বিমান আক্ৰমণ, তীব্ৰ গৰিহণা আমেৰিকাৰ
      Top News

      ছিৰিয়াত ইজৰাইলৰ ডাঙৰ বিমান আক্ৰমণ, তীব্ৰ গৰিহণা আমেৰিকাৰ

      July 17, 2025
      শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে
      Top News

      শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাত ইতিহাস ৰচিলে বাংলাদেশ ক্ৰিকেট দলে

      July 16, 2025
      ভাৰতীয় ফুটবলৰ ভৱিষ্যতক লৈ উদ্বিগ্ন সুনীল ছেত্ৰী! ISL বন্ধ হোৱাক লৈ দুখ শীৰ্ষ ষ্ট্ৰাইকাৰগৰাকীৰ
      Top News

      ভাৰতীয় ফুটবলৰ ভৱিষ্যতক লৈ উদ্বিগ্ন সুনীল ছেত্ৰী! ISL বন্ধ হোৱাক লৈ দুখ শীৰ্ষ ষ্ট্ৰাইকাৰগৰাকীৰ

      July 16, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP